Tag ভাষা

বিহামজ’ মংলী

 নীলোৎপল বৰুৱা   পৱিত্ৰ ৰাভাৰ প্ৰতিখন নাটকেই বিশালাকাৰ, আয়তনযুক্ত আৰু মহাকাব্যিক। কাহিনী বৃত্তান্ত নাটকীকৰণ কৰোঁতে তেখেতে একোটা বিৰাটাকায় ফ্ৰেম তৈয়াৰ কৰি লয়। প্ৰতিটো নাটকীয় উপাদান অথবা উপৰিসৌধটোক প্ৰক্ষেপ কৰোঁতে কৃপণালি নকৰে নতুবা বিব্ৰত নহয়। সাধাৰণতে পৰিচালকে ভয় কৰা লাৰ্জ স্কে’লৰ…

ঐতিহ্য প্ৰত্যৰ্পণৰ প্ৰায়শ্চিত্ত আৰু এখন “চোৰ বজাৰ”

 পংকজ প্ৰতিম বৰদলৈ   মোৰ কর্মক্ষেত্রখন কলা সংগ্রহালয়, ঐতিহ্য সংৰক্ষণৰ লগত জড়িত। সেই সুবাদতে মই বিভিন্ন সময়ত লণ্ডনস্থিত ব্ৰিটিছ সংগ্রহালয়কে ধৰি আন বহু সংগ্রহালয় চোৱাৰ সুবিধা পাইছোঁ। পূৰ্বৰ বছৰকেইটাৰ কেইবাটাও যাত্রাতকৈ এই বছৰৰ ফেব্ৰুৱাৰি মাহত মই লণ্ডনলৈ কৰা যাত্ৰাৰ এক…

এটা ফুটা কলহ

 নৱনীতা ভট্টাচাৰ্য্য   আইতা বুলি ক’লেই মনলৈ অহা প্ৰথম শব্দটো হ’ল সাধুকথা ৷ জিলিৰ আইতাকো ইয়াৰ ব্যতিক্ৰম নহয় ৷ তেওঁ প্রতিটো পৰিস্থিতিৰ লগতে খাপ খুৱাই সাধুকথা কৈ ল’ৰা-ছোৱালীৰ মন ভুলাব জানে ৷ তেওঁৰ সাধুবোৰ অকল ৰসালেই নহয়, নীতিশিক্ষাৰো ভঁৰাল। আটাইতকৈ…

কেৰিয়াৰ হিচাপে অভিনয় (Acting)

 ড০ বুলজিৎ বুঢ়াগোহাঁই      অভিনয়ক বহুতে হ’বী হিচাপে গ্রহণ কৰা দেখা যায়। কিন্তু অভিনয়ক কেৰিয়াৰ হিচাপেও ল’ব পাৰি। অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ ডিগ্ৰী থকাটো প্ৰয়োজনীয় নহয়। ভাৰতৰ বহু সফল অভিনেতাই অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰা নাই। কিন্তু অভিনয় বা আনুষংগিক ক্ষেত্ৰৰ ডিগ্ৰী থকাটোৱে…

উইট্চেছ ল’ভছ (Witches’ Loaves)

 মূল: অ’ হেনৰী অনুবাদ: পংকজ কুমাৰ নেওগ   মিছ মাৰ্থা মিচামৰ বেকাৰিটো ঘৰৰে এটা চুকত। তিনিটা চিৰি বগাই উঠিলেই বেকাৰীখন আৰু দুৱাৰত ওলমাই থোৱা ঘণ্টাটোৱে  দুৱাৰখন খুলিলেই এটা সুমধুৰ শব্দ কৰি উঠে। মিছ মাৰ্থাৰ বয়স দুকুৰি পাৰ হ’ল আৰু নিজ সামৰ্থ্যমতে…

বচা বকুল

 ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পাছৰপৰা) (দহ)  বগা কুঁৱলিৰ মাজেৰে বগা ধূলিয়ৰি ৰাষ্টাটোৰে পৰুৱাৰ নিচিনা লানি নিছিগা শাৰী পাতি বেপাৰীবোৰ আহে৷ সিহঁতে চাইকেলত এক-ডেৰ মোন শাক-পাচলি কঢ়িয়াই আনে৷ চাইকেলৰ আগফালে হেণ্ডেলত চিমেণ্টৰ বেগেৰে চিলাই লোৱা মোনাত বিছ কিলোকৈ চল্লিছ কিলো, পিছফালে…

সম্পাদকীয়

 সপোনৰ পৃথিৱীখন : কিছু সাময়িক চিন্তা সাধাৰণতে সপোন বুলিলে ইংৰাজী Dream শব্দটোৱে বুজোৱা আমি নিদ্ৰাগ্ৰস্ত হৈ থকা অৱস্থাত আমাৰ অৱচেতন মনত ঘটা বিক্ষিপ্ত ঘটনা কিছুমানকে বুজায়৷ নিদ্ৰিত অৱস্থাত আমি দেখা সপোনৰ ওপৰত আমাৰ নিয়ন্ত্ৰণ নাথাকে৷ কিন্তু এই শব্দটোৱে ক্ৰমে Plan,…

বৌদ্ধ দৰ্শন– এটি চমু আলোকপাত

শিবাণী ঠাকুৰ (গোস্বামী)            বৌদ্ধ দৰ্শনৰ প্ৰৱৰ্তক আছিল গৌতম বুদ্ধ৷ তেওঁৰ ল’ৰালিৰ নাম আছিল সিদ্ধাৰ্থ৷ খ্ৰীঃপূৰ্ব ষষ্ঠ শতাব্দীৰ মাজভাগত হিমালয়ৰ পাদদেশৰ কপিলাবাস্তু নগৰত শাক্য বংশৰ এক ৰাজ পৰিয়ালত তেওঁৰ জন্ম হয়৷ বুদ্ধদেৱ আছিল সত্যদ্ৰষ্টা সাধক৷ বুদ্ধই বাস্তৱ দৃষ্টিৰে…

টিভি এফ পিচ্চাৰছ্‌

নিজৰা ৰাজকুমাৰী   I think it is possible for ordinary people to choose to be extraordinary – মাত্ৰ ৫২ বছৰীয়া পৃথিৱী বিখ্যাত ব্যৱসায়ী-ইনভেষ্টৰ ইলন মাস্কৰ কথাৰে আৰম্ভ হৈছিল টি ভি এফ পিচ্চাৰ্ছ্‌ নামৰ ৱে’ব ছিৰিজখনৰ এটা খণ্ড। কেৱল ইলন মাস্কেই…

নব্বৈৰ দশকৰ অসমীয়া চিনেমা হলধৰ : এটি মূল্যায়ন

 প্ৰণৱ মেধী ১৯৭৬ চনত পদুম বৰুৱাৰ গঙা চিলনীৰ পাখি আৰু ১৯৭৭ত ড০ ভবেন্দ্ৰ নাথ শ‌ইকীয়াৰ সন্ধ্যাৰাগে অসমীয়া চিনেমাৰ বাস্তৱবাদী ধাৰাৰ সূচনা কৰে। জাহ্নু বৰুৱাৰ চিনেমাই পৰৱৰ্তী সময়ছোৱাত বাস্তৱবাদী বিষয়বস্তুৰে অসমীয়া চিনেমাৰ গৌৰৱ অম্লান কৰি ৰাখে। প্ৰতিজন সাৰ্থক পৰিচালকৰে শৈলী সুকীয়া, একক,…