শিলবোৰ মৃতকৰ স্মৃতি
ড০ নন্দ সিং বৰকলা আমি প্রত্যেকেই পথাৰ, প্রত্যেকেই প্রেম প্রত্যেকেই তেজৰঙা যোদ্ধা, শিলৰ আদিম সহোদৰ পথাৰ শেলুৱৈ জীৱন বাবেই সেউজীয়া প্রেম নান্দনিক ছন্দোবদ্ধ বাবেই মানুহৰ উৎসৱ যুদ্ধ ৰজাৰ ভূষণ বাবেই প্রত্যেকেই প্ৰত্যেকৰ শত্ৰু আমি প্ৰত্যেকেই বৰষুণৰ পিপাসু…