Tag পৰিৱেশ

সামাজিক ডাৰউইনবাদ : বৈজ্ঞানিক মতবাদৰ অপপ্ৰয়োগ

ড০ লক্ষ্যজ্যোতি বৰঠাকুৰ বিজ্ঞানৰ ক্ষেত্ৰখনত কোনো এটা সূত্ৰ বা মতবাদ প্ৰতিস্থিত হোৱাৰ পূৰ্বে তাৰ বিষয়ে আলোচনা, পৰ্যালোচনা আদি হয়, বহুতো বিৰুদ্ধাচৰণ হয়; বহুত সময়ত বিজ্ঞানীসকল একাধিক ভাগত বিভক্ত হয়। এয়া কোনো নতুন কথা নহয়। বিজ্ঞানত চিৰন্তন সত্য বুলি কোনো কথা নাই।…

অনুবাদ কবিতা

কোৱাঁচোন, গোলাপ বাৰু নগ্ননে  কবি : পাবলো নেৰুদা  অনুবাদ : ড° দীপমণি দাস ( চিলিৰ জাতীয় কবিৰূপে বিবেচিত পাবলো নেৰুডাৰ আচল নাম  নেফটালি ৰিকাৰ্ডো ৰেইচ বাচালাটো (১৯০৪-১৯৭৩)। প্ৰেম, প্ৰকৃতি আৰু সমাজ বাস্তৱতা তেখেতৰ কবিতাৰ উপজীব্য।  সহজ সৰল চিত্ৰকল্প আৰু ৰূপকৰ…

প্ৰেম-অপ্ৰেমৰ মাজেদি‍

লোপামুদ্ৰা ভট্টাচাৰ্য     সহজ কথাবোৰ যিমান সহজ বুলি ভবা হয় প্ৰকৃততে সিমান সহজ নহয়৷ আনহাতে বক্ৰৰেখাৰে অঁকা জটিল নক্সা একোটাৰ মাজতো কিছুমান সৰল ৰেখা থাকিব পাৰে৷ সম্পূৰ্ণ ভাল মানুহ যিদৰে এই পৃথিৱীত নাই সেইদৰে পূৰাপূৰি বেয়া মানুহ জানো আছে! যেতিয়াৰ…

অৰ্থনৈতিক বিকাশ আৰু বিজ্ঞান

ড° প্ৰিয়দেৱ গোস্বামী          মানুহৰ জীৱন মানেই কৰ্ম৷ কৰ্মহীন জীৱন প্ৰকৃত মানৱ জীৱন নহয়৷ কৰ্মই আমাৰ পৰিচয় নিৰ্ণয় কৰে৷ জীৱন যাপন কৰিবলৈ মানুহে বিভিন্ন কৰ্ম কৰিব লাগে৷ কিন্তু আমাৰ কামৰ প্ৰকাৰ বেলেগ বেলেগ হ’ব পাৰে৷ বয়সভেদেও কামবোৰ বেলেগ…

পৰ্যটন আৰু অসমৰ অৰ্থনীতি

 ড° শশীকান্ত শইকীয়া         সাম্প্ৰতিক বিশ্বত পৰ্যটনৰ যোগেদি পৃথিৱীৰ প্ৰায় সকলো দেশে নিজৰ অৰ্থনৈতিক শক্তি টনকিয়াল কৰাৰ প্ৰতিযোগিতাত লিপ্ত হৈছে৷ পৃথিৱীৰ উন্নত দেশসমূহে বহু বছৰৰ পূৰ্বেৰ্ই  পৰ্যটনক অৰ্থনৈতিক প্ৰগতিৰ আহিলা হিচাপে গ্ৰহণ কৰিছে৷ পৰ্যটনে আৰ্থিক প্ৰগতিৰ পথ প্ৰশস্ত কৰাৰ…

বনাঞ্চলসমূহক কোনে সংৰক্ষণ কৰিব?

ড° বিপুল কুমাৰ ৰাভা জীৱজগতলৈ বনাঞ্চলৰ অৱদান অপৰিসীম। বনৰীয়া জীৱ-জন্তুৰ উপৰিও প্ৰতিজন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষভাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰ কৰে। বনাঞ্চলেহে পৃথিৱীখনক জীৱৰ বাবে অনুকুল কৰি ৰাখিছে বুলি ক’লেও বঢ়াই কোৱা নহয়। চিন্তা কৰিবলগীয়া কথাটো হ’ল-বিভিন্ন কাৰণত মানুহে দ্ৰুত হাৰত…

ডেফ’ডিল ফুল

মূল: ৱিলিয়াম ৱাৰড্‌জৱাৰ্থ (১৭৭০-১৮৫০)অনুবাদ: ড০ পোনা মহন্ত ডেফ’ডিল ফুল গিৰি শিখৰত উটি ভাঁহি থকা শুকুলা মেঘৰ দৰে, ময়ো ভ্ৰমিছিলোঁ অনাই বনাই তেনেই অকলশৰে৷ হঠাতে দেখোন চকুত পৰিল সোণালী ফুলৰ শাৰী, সোণ বৰণীয়া হাজাৰ কুসুম ডেফ’ডিল নামধাৰী৷ নদীৰ পাৰত গছৰ তলত হালি-জালি…

অসমীয়া মানুহৰ আত্মপৰিচালনা

সঞ্জীৱ  সভাপণ্ডিত         ১৯৮৬ চনত মই শিৱসাগৰৰ পৰা নাজিৰা হৈ বিহুবৰৰ নগাপাহাৰৰ পাদদেশৰ এখন ঠাইলৈ গৈছিলোঁ৷ তাতে ‘আদিত্য নাছিংহোম’, ‘অসম আদিত্য’ নামৰ বাতৰি কাকতৰ জন্মদাতা ডাঃ নিৰ্মল চাহেৱালা, তেওঁৰ ককায়েক–ভায়েক অধিবক্তা মুৰুলী চাহেৱালা, গজানন চাহেৱালা আদিৰ ঘৰ৷ মোৰ যোৱাৰ উদ্দেশ্য…

আইৰিশ্ব নাট্য আন্দোলন : এক চমু আলোকপাত

 মৌচুম বৰুৱা   ঊণবিংশ শতিকাৰ প্ৰায় শেষ দশকলৈকে আয়াৰলেণ্ডত নাট্য সাহিত্যৰ সৃষ্টি হৈছিল যদিও ই চুবুৰীয়া ৰাষ্ট্ৰ ইংলেণ্ডৰ নাট্য সাহিত্যৰ পৰম্পৰাগত পৰিসৰ ভাঙি স্বকীয় মহিমাৰে মহিমামণ্ডিত হ’ব পৰা নাছিল। কিন্তু প্ৰখ্যাত আইৰিশ্ব কবি ডব্লিউ. বি. য়েটছে ১৮৯১ চনত লণ্ডনত প্ৰতিষ্ঠা কৰা…

বাঘিনীৰ সত্য জীৱন কাহিনী

  ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম প্রায় ১৫০ মিটাৰ দূৰৰ পৰা ‘উহুঁ-উহুঁ’ কৰি দেও দি দি আগবাঢ়ি আহিল খইৰী। কিন্তু আমাৰ লগত ঘৰলৈ ঘূৰি যোৱাত তাইৰ অসন্তোষ অত্যন্ত স্পষ্ট। বৰং আমাকহে তাইৰ লগত আৰু…