Tag পৰিৱেশ

উৎকৃষ্ট গদ্যৰ সন্ধানত

ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা :         মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ…

সংশ্ৰৱশূন্য

অংকিতা বৰুৱা কাৰ্ভিঙ নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি খুব সাৱধানে তাৰ হাতখন চলাই গৈছে । তাৰ বিশেষ ধ্যান থাকে চকুযুৰিত । শব্দতকৈ এযোৰ চকুৰ সংবেদনশীলতাই তাক বেছিকৈ আকৰ্ষিত…

উলাহেৰে উভতি চাওঁ -১৮

ড° পোনা মহন্ত মোৰ ‘ভাৰত দৰ্শন’ আমাৰ দিনত হাইস্কুলীয়া ছাত্ৰ এজনৰ দিনবোৰ তেনেই গতানুগতিক ধৰণে পাৰ হৈ গৈছিল৷ টাউনত থকা ল’ৰাবোৰৰ কথা হয়তো কিছু সুকীয়া৷ তেওঁলোকে স্কুল ছুটীৰ পাছত থাওকতে ঘৰ পোৱাৰ বাবে আমাৰ দৰে ভাগৰুৱা হ’ব লগা নহৈছিল৷ মোৰ…

ছন্দৰীতি

মূল : মহাদেৱ সাহা (বাংলা) অসমীয়া অনুবাদ : কুমুদ ঘোষ তোমালোকৰ কথাই কথাই ইমান ব্যাকৰণ উঠোঁতে-বহোঁতে তোমালোকৰ ইমান অভিধান, কিন্তু চঞ্চল নিজৰাৰ কোনো ব্যাকৰণ নাই আকাশৰ নাই কোনো অভিধান, নাই সমুদ্ৰৰ। ভালপোৱাই নামানে কেতিয়াও ব্যাকৰণ হৃদয়তকৈ ডাঙৰ কোনো সংবিধান নাই হৃদয়ে যিখিনি পাৰে…

উৎকৃষ্ট গদ্যৰ সন্ধানত

 ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ যথেচ্ছ সমন্বয়েৰে…

মুক্ত বীক্ষণ

 কোন দিশে গণতন্ত্ৰ? পঙ্কজ প্ৰতিম বৰদলৈ পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ দুখনৰ অন্যতম ভাৰতবৰ্ষই, স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ দিনটোতেই চুবুৰীয়া দেশ আফগানিস্তানত গণতন্ত্ৰৰ ‘তালিবানী’ হত্যা হৈছিল। এখন স্বাধীন গণতান্ত্রিক প্ৰমূল্যবোধ বৰ্তি থকা আৰু কেইবাতৰপীয়া গণতান্ত্রিক সংস্থাৰ সুৰক্ষা থকা দেশৰ আত্মনিয়ন্ত্রণৰ…

বিষাদ বেঙুনীয়া

স্বপ্না নিহাৰ বহুদিন আগতেই আধালিখাকৈ পেলাই থৈ দিয়া গল্প এটাকে অকণমান আগবঢ়াই থওঁ বুলি  বিছনাত পেট পেলাই শুই কলমটো কামুৰি ৰৈ আছিলোঁ। তেনেতে চেঁচা বতাহ এজাক কোঠাটোৰ একমাত্ৰ খিৰিকীখনেৰে সোমাই আহিল। মন-প্ৰাণ জুৰ পেলোৱা বতাহজাকে ৰাধাকৃষ্ণ এপাৰ্টমেণ্টৰ তৃতীয় মহলাত থকা…

হাত

পৰিস্মিতা বৰদলৈ (১) কঁহুৱা বন… কাগজখিলাৰ ওপৰত হাতখন খুব খৰকৈ চলিছে৷ খচ্ খচ্..খচ্ খচ্… ‘খিৰিকীখন খুলিলেই দেখা যায় হালি-জালি থকা কপাহ কোমল কঁহুৱাৰ শাৰীবোৰ৷ ভাৰাক্ৰান্ত মনবোৰ যেন কঁহুৱাডৰাই ভাৰশূন্য কৰি তোলে পলকতে৷ মিহিকৈ বলি থকা কোমল বতাহজাকে আহি তাইৰ চুলিবোৰ…

ষ্টিভেন ৱেইনবাৰ্গৰ সোঁৱৰণত

পৰমানন্দ মহন্ত ষ্টিভেন ৱেইনবাৰ্গ মানুহজনক লগ পাইছিলোঁ – অ’ নহয়, দেখিছিলোঁ ১৯৬৭ চনতে৷ তেখেত আহিছিল আমাৰ বিভাগৰ আলহী হৈ৷ বোধকৰোঁ দুসপ্তাহমান আছিলহি৷ পাছত গম পাইছিলোঁ, কিমান গুৰুত্বপূৰ্ণ আছিল সেই সময়খিনি, তেওঁৰ কাৰণেও আৰু লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক, মোৰ শিক্ষাগুৰু আব্দুছ…

মামণি ৰয়ছম গোস্বামীৰ ‘মেগনলীয়া’-ত নাৰী মনস্তত্ত্বৰ প্ৰতিফলন

  ড০ অৰুণিমা ভট্টাচাৰ্য্য ‘মেগনলীয়া’ মামণি ৰয়ছম গোস্বামীৰ অসংকলিত গল্পৰ সংকলন। সৰ্বমুঠ ২৮ টা গল্প থকা সংকলনটোত তেওঁৰ ১৯৬০–ৰ দশকত বিভিন্ন কাকত, আলোচনীত প্ৰকাশিত চুটিগল্প সমূহক একত্রিত কৰা হৈছে। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰ, গুৱাহাটীয়ে প্ৰকাশ কৰা এই সংকলনটো সবিতা…