Tag পৰিৱেশ

সাম্প্ৰতিক সময়ত জ্যোতিদৰ্শনৰ প্ৰাসংগিকতা

পঙ্কজ প্ৰতিম বৰদলৈ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰতিষ্ঠা কৰা অসমীয়া জাতিৰ বৰভেটিক তেখেতৰ পৰৱৰ্তী সময়ত প্ৰাণোজ্জ্বল কৰি এক স্বকীয় আৰু আত্মবিশ্বাসী জাতিসত্ত্বা হিচাপে গঢ় দিয়াত যিসকল লোকৰ অৱদান আছে, তাৰ ভিতৰত জ্যোতিপ্ৰসাদ আগৰৱালা অন্যতম৷ সামাজিক আৰু সাংস্কৃতিক চেতনাৰে উদ্বুদ্ধ জ্যোতিপ্ৰসাদে জাতি আৰু…

অধীশ্বৰ

নীলোৎপল বৰুৱা অধীশ্বৰ শব্দটো আপেক্ষিক। যদিও ই মালিকক নিৰ্দেশ কৰে, তথাপিও অধীশ্বৰ শব্দটোৰ সৈতে এটা নিৰ্দিষ্ট  ভুখণ্ডৰ কথা নাহে। নাহে কৰ-কাটল। নতুবা টেকেলা, কটকী…   লুটুকলাও অধীশ্বৰ আছিল। বাদশ্বাহ নতুবা ৰজা নহয়, অধীশ্বৰ অধীশ্বৰ। লুটুকলা কাল আৰু কালাতীতৰ বায়ৱীয় চেতনাৰ…

বুটামাতংক

ঋষভ নাথ বুটামেৰে মুখ জপাওঁতে মোৰ দাঁতৰ শব্দত এবাৰ হেড বাইদেউৰ চক ভাগিছিল ৰেলগাড়ীৰ দৰে হাঁহি ঠিক পিছে পিছে বহু পৰ হাড়ৰ চিৰি কঁপাই ঘূৰি থকা চকাকেইটাও যেন বুটামেই মাৰ চুৱেটাৰৰ বুটামতলত পৰি এদিন দুই পিপৰা তিনিগুণ হৈছিল আঙুলিমূৰ পুৰিছিল…

মহাকবি কালিদাসৰ ৰঘুবংশ

কৌস্তুভমণি শইকীয়া দত্ত  অনুবাদৰ আনুষংগিক   কিছু প্ৰসিদ্ধ চৰিত্ৰ অসাধাৰণ। যুগে যুগে মানুহৰ দ্বাৰা অৰ্চিত, পূজিত।  উদাহৰণস্বৰূপে ঈক্ষ্বাকুবংশীয় ৰজা ৰামচন্দ্ৰ। কিন্তু এই বিশেষ চৰিত্ৰটো জনমানসত অৱতাৰী পুৰুষ নহ’লহেঁতেন যদিহে ৰামায়ণ নামৰ এক অসাধাৰণ সাহিত্য-কৰ্মৰে বাল্মীকিয়ে ৰামৰ জীৱন চৰিত আৰু তেওঁৰ বংশৰ…

‘দ ৱেষ্টলেণ্ড’ৰ শতবৰ্ষ

ড° বিৰিঞ্চি কুমাৰ দাস ২০২২ বছৰটো কেৱল ইংৰাজী সাহিত্যৰেই নহয়, সমগ্ৰ বিশ্বসাহিত্যৰ বাবেই এটা উল্লেখনীয় বছৰ বুলি বিৱেচিত হ’বৰ যোগ্য মূলতঃ এইটো কাৰণতে যে এই বছৰটো হৈছে ইংৰাজী সাহিত্যত আধুনিকতাবাদী ধাৰাৰ ভেটি টনকিয়াল কৰাত বিশেষ ভূমিকা লোৱা দুটা গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মৰ…

বচা বকুল

   ৰমানন্দন বৰা ছয়   ইয়াৰ পিছৰ ঘটনাৰ গতি অতি দ্ৰুত৷ পদেপদে বিপদ, সংঘাতৰ আশংকা থকা৷ পিছে গাজনিহে হ’ল, বৰষুণ নহ’ল৷ ভাদ মাহত খেতি উঠাই এদিন বেণু আৰু পাহিতা অন্তৰ্ধান হ’ল৷ ক’লৈ গ’ল? কেনি গ’ল? ভূ পোৱা টান হ’ল৷ কিন্তু কিয়…

উৰুকা

 পম্পি বৰা বৈশ্য বিহু, অসমীয়াৰ প্ৰাণৰ উৎসৱ। অসমৰ তিনিওটা বিহুয়েই কৃষিভিত্তিক। পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা বিহুটি হৈছে “মাঘ বিহু”৷ আঘোণ, পুহ মাহত অসমীয়া কৃষকে বছৰৰ শস্য চপাই ভঁৰাল ভৰায়। এই সময়ত খেতিৰ ফচলে ভঁৰাল উপচাই ৰাখে…

আৰ্থাৰ মিলাৰ আৰু ডে’থ অৱ এ ছে’লছমেন : এক চমু আলোকপাত

 মৌচুম বৰুৱা   বিংশ শতিকাৰ আমেৰিকান নাট্য সাহিত্যক ঐশ্বৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত য়ুজিন অ’নীল, টেনেছী উইলিয়ামছ আৰু এডৱাৰ্ড এলবীৰ সমানেই অৰিহণা আগবঢ়োৱা আনজন স্বনামধন্য নাট্যকাৰ হৈছে আথাৰ্ৰ মিলাৰ৷ মিলাৰৰ নাটকসমূহত সমাজৰ কিছুমান সমস্যা সহৃদয়তাৰে উপস্থাপন কৰা হৈছে৷ এইফালৰ পৰা তেওঁক হেনৰিক…

এজৰা পাউণ্ড আৰু এলিয়ট : এক মণিকাঞ্চন সংযোগ

ড° দীপমণি দাস যুগে যুগে মনীষীৰ জন্ম হয় আৰু নিজৰ বুদ্ধিমত্তাৰে আমাক দিগদৰ্শন কৰায়। কিছুমান ধন্য হয় আন মনীষীৰ সান্নিধ্যত।ইংৰাজী সাহিত্যৰ বিংশ শতাব্দীৰ তেনে দুজনা প্ৰতিথযশা মনীষীৰ সম্পৰ্কৰ বিষয়ে ইয়াত আলোকপাত কৰিবলৈ চেষ্টা কৰা হৈছে। এজৰা পাউণ্ড আৰু টি. এছ.…

দ্য বে’ষ্টলেণ্ড আৰু য়ুলিছিছ্‌ : দুটি অসামান্য সাহিত্যকৃতি

 ১৯২২ চনত ইংৰাজী ভাষাৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু দুয়োখন গ্ৰন্থই বিগত এশ বছৰ ধৰি বিশ্বৰ সাহিত্য জগতত অতুলনীয় সাহিত্যকৃতি বুলি বিৱেচিত তথা সমাদৃত হৈ আহিছে৷ কুৰি শতিকাৰ যিকেইজন চিন্তাবিদ-দাৰ্শনিকে মানুহৰ চিন্তা-চেতনাক নতুন বিশ্লেষণাত্মক দৃষ্টিভঙ্গী এটাৰে লক্ষ্য আৰু ব্যাখ্যা কৰিছিল…