Tag পৰিৱেশ

ব্ৰহ্মপুত্ৰ

মূল : সুধীৰ সক্সেনা (হিন্দী)অনুবাদ : দীপজ্যোতি বৰা (১) পাৰৰ শুকান বালিত ভৰি থৈ কবিয়ে চাই থাকে নদী, নদীয়েও অপলক চাৱনিৰে চাই থাকে কবিক; দুয়ো নির্বাক৷        কবিৰ হৃদয়ত উথলি উঠে প্ৰেম নদীৰ বুকুতো উঠে প্ৰেমৰ লহৰ, প্ৰতিপল, অহর্নিশ, অপাৰ৷…

Sapiens: A Brief History of Humankind : মানৱপ্ৰজাতিৰ ইতিহাস আৰু অস্তিত্বক লৈ কৰা প্ৰশ্নোত্তৰৰ বিস্তাৰিত ব্যাখ্যাৰে এখন উৎকৃষ্ট গ্ৰন্থ

 গীতিকা শইকীয়া   প্ৰশ্ন হয় যে মানৱে জীৱ-জন্তু তথা প্ৰকৃতিৰ ওপৰত আধিপত্য খটুৱাবলৈ কেনেকৈ সফল হৈছিল? কেনেকৈ প্ৰাচীন জংঘলী মানৱে সংঘবদ্ধ হৈ থাকি চহৰ আৰু ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ কেনেকৈ শিকিলে? তেনেদৰে মানৱে কেনেকৈ ভগৱান নামৰ এক সৰ্বশক্তিমান শক্তিৰ উপস্থিতিক, ৰাষ্ট্ৰ…

হুমুনিয়াহৰ সাঁকো

মূল: Thomas Hood-ৰ The Bridge of Sighs  অনুবাদ : মাধৱ দাস আৰু এগৰাকী দুৰ্ভগীয়া তিৰোতাই  তিক্ত জীৱনৰ পৰা  মৃত্যু পথলৈ গতি কৰিলে। আলসুৱাকৈ তাইক তুলি আনা সযত্নে তাইক স্পৰ্শ কৰা। তাইৰ পোছাকযোৰ আছিল অতি ক্ষীণ তাই আছিল পূৰ্ণ যৌৱনা সুন্দৰী।…

শান্তিস্বৰূপ ভাটনাগৰ বঁটা লাভ কৰা ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে ‘অন্যযুগ’ৰ কথোপকথন

ড° বিনয় কুমাৰ শইকীয়াদেৱৰ সৈতে আকাশ দীপ্ত ঠাকুৰ ভাৰতবৰ্ষৰ বিজ্ঞান গৱেষণাগাৰৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° শান্তিস্বৰূপ ভাটনাগৰৰ নামেৰে দেশৰ বিজ্ঞানী তথা গৱেষকসকলক উজ্জীৱিত কৰাৰ লক্ষ্যৰে ১৯৫৮ চনৰ পৰা বিজ্ঞানৰ সাতটা শাখাত কৰা দিকদৰ্শী গৱেষণাৰ বাবে প্ৰতি শাখাতে সৰ্বাধিক দুগৰাকীকৈ বিজ্ঞানীলৈ…

নতুন ব্যঞ্জন বিচাৰি

সঞ্জীৱ সভাপণ্ডিত মানুহে কয় আৰু আমিও বহু দিনৰ পৰা শুনি আহিছোঁ যে অসমখন এখন সমস্যাজৰ্জৰ ৰাজ্য৷ কথাবোৰ এনেকৈ শুনা যায় যে সমস্যা কেৱল অসমৰহে আছে আৰু পৃথিৱীত ক’তো কাৰো আমাৰ সমান সমস্যা নাই৷ শুনি শুনি এনেকুৱা হ’লগৈ যে অসমীয়াবিলাকে এটা…

মাতৃভাষা : ইতিহাস, অসম আৰু অসমীয়া

(মাতৃভাষা দিৱস উপলক্ষে) পঙ্কজ প্ৰতিম বৰদলৈ   ৱাগৰি, কোলহাটি, গোল্লা, গিছাৰি, বাৰকু, হল্ডি, মাৱচি, মৰাণ, টাংচা, আইটন৷ পাঠকে যদি চিন্তা কৰে হয়তো গম পাব যে উক্ত শব্দবোৰ কোনো বস্তু বা জনজাতিৰ নাম নহয়৷ এইবোৰ হৈছে যোৱা আধা শতিকা বা ততোধিক সময়ত…

আঘোণৰ বাটেৰে শীত আহে

ববী বৰ্ণালী গগৈ উকি মাৰি পাৰ হৈ গ’ল ভাটিমুৱা ৰে’লখন  বতাহত ৰৈ গ’ল সুহুৰি, আঘোণৰ কুঁৱলিৰ মাজত  বতাহজাক গধুৰ, শীত নামিছে সেমেকা আবেলিৰ কান্ধত  জিৰিক্‌ জিৰিক্‌ মাতেৰে  গৈ থাকে সোণালী আঘোণ। তই আহিবি নেকি নৰানিৰ মাজেৰে বাট কাটি? আকৌ এবাৰ…

চাৰিটা কণ কবিতা

অৰুণ গগৈ                      ১ কাছ আছিল কণী লেখি নদীৰ বালিত বহি, এক দুইকৈ গণি শেষ হ’ল বজাই দিলে বাঁহী৷ ২ ভালুক আছিল হাবিৰ মাজত খাম বুলি ভাবি মৌ, বতাহ অহাত গাত…

এটা মাল্টি কালাৰ্ড গল্প

 স্ৰোতস্বিনী তামুলী ওখ বিল্ডিংটোৰ চাদৰ পৰা ধমহকৈ সৰি পৰিল সি— চিঞৰ এটা বনফৰিং হৈ উৰা মাৰিল। তাৰ হাত-ভৰিকেইটাই মাটিক লেহন কৰিছে। মাটিৰ চেঁচা কেঁচা-কেঁচা গোন্ধটোত সি সাৰ পালে। অসহ্য লাগিল তাৰ। গেট লষ্ট!— নালাগে আৰু আহিব আজিৰ পৰা তুমি। তোমাৰ প্ৰয়োজন শেষ। এই…

বুদ্ধিৰ সাগৰ বীৰবল

 ৰচনা পাঠক (৭) মাজে মাজে বীৰবলৰ একোষাৰ কথাই শ্বাহেনশ্বাহ জালালুদ্দিন আকবৰক লাজত পেলাই দিয়ে৷ তেনে অৱস্থাতো পিছে আকবৰে হাঁহি হাঁহিয়েই লাজ-অপমান সামৰি থয়৷ তেনেকুৱা ঘটনা এটাই ঘটিল৷ আকবৰৰ বৰপুত্ৰৰ নাম আছিল ছেলিম (পাছত তেওঁ দিল্লীৰ শ্বাহেনশ্বাহ হৈ জাহাঙ্গীৰ নামেৰে প্ৰখ্যাত…