ওপৰঞ্চি শক্তিৰ সহায়
অভিজিত শর্মা বৰুৱা ঐচ্ছিক আৰু অনৈচ্ছিক : আমি সক্রিয়ভাৱে বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলোবিলাক কাম আমি সচেতনভাৱে কৰোঁ। নাইবা আমি ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰোঁ বা নকৰিবও পাৰোঁ। কিন্তু আমি আন কিছুমান…
অভিজিত শর্মা বৰুৱা ঐচ্ছিক আৰু অনৈচ্ছিক : আমি সক্রিয়ভাৱে বহু কামেই কৰোঁ। খোজ কাঢ়োঁ, ভাত খাওঁ, খেলা-ধূলা কৰোঁ। এই সকলোবিলাক কাম আমি সচেতনভাৱে কৰোঁ। নাইবা আমি ইচ্ছা কৰিলে এইবোৰ কৰিব পাৰোঁ বা নকৰিবও পাৰোঁ। কিন্তু আমি আন কিছুমান…
ড০ ভাৰত বৰুৱা য়েল্ল’ষ্ট’ন্ কেৱল উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰেই নহয় সমগ্ৰ পৃথিৱীৰো প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশ্যনেল পাৰ্ক। এই পাৰ্কখন প্ৰতিষ্ঠা কৰা হৈছিল ১৮৭২ চনত। উদ্যানখন শেষ নোহোৱা উলূৱনি, লানি নিছিগা পৰ্বতমালা, আৰু দেধাৰ বন্যপ্ৰাণীৰে ভৰা। ৱায়‘মিং প্ৰদেশৰ উত্তৰ-পশ্চিম কোণৰপৰা ই ম‘ণ্টানা আৰু…
এজন পেছাদাৰী শিল্পীৰ কৰ্ম-দৰ্শন আৰু চিন্তালানি -জীৱন কিশোৰ ———————– (১) ভি, কে, বাসুদেৱন এজন তেনেই সহজ-সৰল লোক । তেওঁৰ অজস্ৰ অনুৰাগীৰ মাজত এই অভিধাৰেই তেওঁ পৰিচিত। এদিন ৰাতি শোৱাপাটীত পৰি তেওঁ পুৰণি লগৰীয়া বাসৱ আৰু দেবুৰ গোটেই জীৱনটোৰ বিষয়ে ভাবিবলৈ…
শ্ৰদ্ধাভাজন সমবেত সুধীবৃন্দ, শৈশৱৰ এটা অতি সুমধুৰ কাল কটোৱা যোৰহাট চহৰখনত ঠিয় হৈ মই আপোনালোক সকলোলৈকে সশ্ৰদ্ধ কৃতজ্ঞতা আৰু নমস্কাৰ আগবঢ়াইছোঁ৷ জীৱনৰ অনেক শিক্ষাৰ আদিপাঠ যিকোনো পৰিৱেশতে যিকোনো সময়তে সন্ধান কৰিবলৈ অবিৰতভাৱে যত্ন কৰোঁ৷ সমুখত আহি পৰা যিকোনো শিক্ষা পাঠ…
পঙ্কজ প্ৰতিম বৰদলৈ পশ্চিমীয়া দেশবোৰত ‘প্ৰজন্ম অধ্যয়ন’ বিশেষ গুৰুত্ব সহকাৰে কৰা হয়। ইয়াৰ দ্বাৰা সমাজ বাণিজ্য, তথা ৰাষ্ট্ৰ নিৰ্মাণত মানৱ সম্পদৰ ব্যৱহাৰ তথা দক্ষতা, মনস্তত্ত্ব আদিৰ ব্যাপক পৰ্যালোচনা কৰা হয়। যদিও আমাৰ দেশত এনে ধৰণৰ অধ্যয়নৰ পৰিৱেশ চালুকীয়া, তৎসত্ত্বেও বৰ্তমান…
যশোৱন্ত নিপুণ ৰাতুলে বাৰে বাৰে ঘড়ীটোলৈ চাইছিল৷ শশধৰে দিয়া সময়তেই যদি আহি পায়? সেই হিচাপত মাত্ৰ দহ মিনিটমানহে বাকী আছে৷ তেওঁতো দুঘণ্টাতকৈ বেছি থাকিব নোৱাৰিব বুলি কৈ থৈছে৷ সভাপতি, স্থানীয় এজন সাহিত্যিক নকুল ৰাভাই ইতিমধ্যেই তেওঁৰ এঘণ্টামান দেৰি হ’ব বুলি ফোনত কৈছে৷ …
স্ৰোতস্বিনী তামুলী পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ ছোঁবোৰ, ধূলিময় গোবাটবোৰ আৰু আনকি দূৰৈৰ সৰু সৰু ঘৰবোৰো এক নীলা নিচাত বুৰিবলৈ ধৰিছে। ক্ৰমশঃ ধূসৰ হৈ পৰিছে সকলো।…
ড° পুলক সভাপণ্ডিত সৰ্বকালৰ শ্ৰেষ্ঠ বিজ্ঞানীজনৰ নাম কি? তোমালোকক যদি কোনোবাই এই প্ৰশ্নটো কৰে, তোমালোকে বাৰু কাৰ নাম ক’বা? নিশ্চয় আইজাক নিউটনৰ৷ আৰু মোকো যদি সেই একেটা প্ৰশ্নকেই কৰে, তেন্তে ময়ো নিউটনৰ কথাই ক’ম। যিয়ে যি বুলিয়ে নকওক কিয়, নিউটন নথকা হ’লে বিজ্ঞান আজিৰ এই অৱস্থান…
ডাঃ নৰেন কুটুম ( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’ত চিকিৎসাৰ সকলো দিশ সামৰি লয়৷) প্ৰাচীন মেডিচিন : অতি প্ৰাচীন কালৰ পৰাই মানুহে…
ড° দীপমণি দাস কবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া সাহিত্য জগতত এজন প্ৰতিষ্ঠিত কবি। আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ প্ৰকাশ আলোচনীত প্ৰকাশিত তেওঁৰ ‘অলপ বেছি’ শীৰ্ষক কবিতাটো পঢ়ি পাঠক হিচাপে আমাৰ মনলৈ অহা নান্দনিক তুলসীৰ লগত কলপটুবাৰ মুক্তি প্ৰতিক্ৰিয়াবোৰৰ লিপিবদ্ধকৰণ কৰাৰ সৰল…