Tag শিক্ষা

যুদ্ধোত্তৰ যুগৰ অসমীয়া সাহিত্য সমালোচনা : এক পৰ্যালোচনা

 প্ৰাঞ্জল প্ৰতিম বৰা   সাহিত্য সমালোচনা হৈছে সাহিত্যৰ অধ্যয়ন ,মূল্যায়ন আৰু ব্যাখ্যা৷ সাহিত্য সমালোচনাত সাহিত্য তত্বৰ প্ৰভাৱ পৰাও পৰিলক্ষিত হয়৷ সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজায় যদিও সাহিত্যৰ সমালোচনা হ’ল যুক্তিপূৰ্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন৷ সমালোচনা সৰ্বদা সৃষ্টিমূলক হোৱা…

মুক্তি

 স্বপ্না দত্ত ভৰালী     “ইচ্! কেনেকৈ?”  “কি হৈছিল?”  “বৰ ভাল মানুহ আছিল দেহি!”  ৰাতিপুৱাই সৰু চহৰখনত খবৰটো ফাটি-ফুটি গ’ল৷ কৃপাল বৰা ঢুকাল৷ মানুহবোৰে ইচ্-ইচ্, আচ্-আচ্ কৰিলে৷ বিভিন্ন সামাজিক কামত জড়িত থকা মানুহ৷ সৰল আৰু নিৰহংকাৰী৷ আজি কিছুদিনৰ পৰা সৰু-সুৰা…

পানীৰ শিল

 কল্পনা শৰ্মা    লাইধনৰ ঘৰত শিল পানীত ভাহিছে আৰু কথাটো শুনা মাত্রকে লাইধনৰ চোতাললৈ মানুহ পানীৰ সোঁত বোৱাদি বৈছে৷ নাহিব মানুহ ! কম আচৰিত কথা এইটো! সাধুকথাত হে শুনিছিল মানুহবোৰে “লাও তল যোৱা- শিল ওপঙা”ৰ কথা৷ ঘোৰ কলিযুগত যেন এয়া সাক্ষাৎ ঈশ্বৰৰ…

আহাৰৰ কথা…

ড॰ হেমন্ত কুমাৰ হাজৰিকা          খেতিয়কৰ বোলে বৰ সাহ        ন-আলি দি থাকোঁতে কেতিয়াবা সন্ধিয়া নামে        ধনগুলৈ জ্বলিলে পোহৰৰ বাট বিচাৰি ফুৰে        সৰ্বহাৰাৰ দুখে ঢুকি নোপোৱা বাট এটাৰ আঁত        গৰমৰ ভৰ বুকুৱে নসহে        মুধচত বেলিটি…

ৰাজকীয় ক্ষমা লাভেৰে স্ববন্দিত এলেন টুৰিং

  ডঃ প্ৰিয় দেৱ গোস্ৱামী পৃথিৱীত অতি উল্লেখযোগ্য অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিক বিভিন্ন ধৰণৰ পুৰস্কাৰ, সন্মান আদি দিয়া হয়। পুৰস্কাৰৰ ক্ষেত্ৰত নোবেল বঁটা সকলোতকৈ ওখ খাপৰ।অতি সন্মান জনক।এই বঁটা বিজ্ঞান, সাহিত্য, অৰ্থনীতি, শান্তিৰ বাবে প্ৰত্যেক বছৰে দিয়া হয়। চুইডেনৰ বিজ্ঞান…

এজন বুঢ়া আৰু এটা সৰু ল’ৰা

মূল : শ্বেল চিলভাৰস্টেইন (Shel Silverstein) অনুবাদ : দীপাঞ্জলি দেৱী   সৰু ল’ৰাটোৱে ক’লে, “কেতিয়াবা মই চামুচখন হাতৰপৰা পেলাই দিওঁ” বুঢ়াজনে ক’লে, “ময়ো” ল’ৰাটোৱে ফুচফুচাই ক’লে, “মই পেণ্টতে পেচাৱ কৰোঁ” “ময়ো”, শিশুসুলভতাৰে বুঢ়াজনে হাঁহিলে ল’ৰাটোৱে ক’লে “মই প্ৰায়ে কান্দোঁ” বুঢ়াই…

বাহুবলী ভীম

নৱনীতা ভট্টাচাৰ্য্য (৩) বকাসুৰ বধ    আবেলি হৈ অহাৰ লগে লগে বনীয়ে মাকৰ ওচৰলৈ আহি ভীমৰ বিষয়ে অন্য এটা সাধু ক’বলৈ অনুৰোধ কৰিলে৷ বনীৰ অনুৰোধ ৰক্ষা কৰি মাকে কলে- আজি মই তোমাক বক ৰাক্ষস নিধনৰ কাহিনীটো কওঁ শুনা- ঘটোৎকচৰ জন্মৰ…

দাদু দয়াল আৰু শ্ৰীমন্ত শংকৰদেৱৰ এক তুলনামূলক বিশ্লেষণ

  পঙ্কজ প্ৰতিম বৰদলৈ   ৰাজস্থানৰ দাদু দয়াল (১৫৪৪–১৬০৩) আৰু অসমৰ শ্ৰীমন্ত শংকৰদেৱ (১৪৪৯–১৫৬৮) আছিল মধ্যযুগীয় ভাৰতৰ দুজন প্ৰভাৱশালী আধ্যাত্মিক সংস্কাৰক৷ যদিও তেওঁলোকৰ ৰচনাসমূহ ভিন্ন ভৌগোলিক আৰু সাংস্কৃতিক প্ৰেক্ষাপটৰ পৰা নিসৰিত হৈছে, তথাপি তেওঁলোকৰ ৰচনাসমূহে একশ্বৰবাদী, নৈতিকভাৱে পৰিচালিত আধ্যাত্মিকতাৰ প্ৰতি তেওঁলোকৰ…

ভাইৰা

মেঘালী দত্ত ঠাকুৰীয়া                  “মোহন ইস্কুল’ক নায! বিপিন মাষ্টৰে কৈছি ৰ’হ, তোৰ পঢ়াত মন নাই বুলে৷ কেৱল  বেঞ্চত  বহি ঢোলৰ চাপাৰ মাৰি  থাকা!  তোক লৈ মই কি কৰিম হা…কো.. চুন৷ পিতেৰেৰ অসুখ! ইমান টাউনৰ ডাক্তাৰক দেখলু, ভাল হ’ৱাৰ নামে নলে দেখুন…৷ বেমাৰেও…

এৰ’স্পেচ ইঞ্জিনিয়াৰিং (Aerospace Engineering)

 ড° বুলজিৎ বুঢ়াগোহাঁই   এৰ’স্পেচ ইঞ্জিনিয়াৰিং হৈছে এটা আকৰ্ষণীয় আৰু গতিশীল ক্ষেত্ৰ, য’ত বিমান, মহাকাশযান, উপগ্ৰহ, ক্ষেপণাস্ত্ৰ আৰু সংশ্লিষ্ট ব্যৱস্থাসমূহৰ ডিজাইন, উন্নয়ন, পৰীক্ষা আৰু ৰক্ষণাবেক্ষণৰ কাম অন্তৰ্ভুক্ত হৈ থাকে৷ এই শাখাই যান্ত্ৰিক, ইলেক্ট্ৰ’নিক্স, কম্পিউটাৰ আৰু সামগ্ৰীৰ অভিযান্ত্ৰিকৰ আধুনিক প্ৰযুক্তিসমূহ একত্ৰিত…