শীতল স্বৰ্গ
মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত হঠাতে দেখিলোঁ মই মৃত্যুসম শীতল এখন চমকি উঠা আকাশ, মোৰ এনে লাগিছিল যেন বৰফবোৰ গলিছে চাৰিওফালে মাথোঁ বৰফ, বৰফ আৰু বৰফ! তাৰ ঠিক পাছতেই উৰি গ’ল মোৰ ফুলকুমলীয়া হিয়াখন দূৰলৈ,…
মূল : ডব্লিউ বি য়েটছ অনুবাদ : ড° ৰঞ্জিত দত্ত হঠাতে দেখিলোঁ মই মৃত্যুসম শীতল এখন চমকি উঠা আকাশ, মোৰ এনে লাগিছিল যেন বৰফবোৰ গলিছে চাৰিওফালে মাথোঁ বৰফ, বৰফ আৰু বৰফ! তাৰ ঠিক পাছতেই উৰি গ’ল মোৰ ফুলকুমলীয়া হিয়াখন দূৰলৈ,…
ৰমানন্দন বৰা কুৰি শতিকাৰ আধুনিক কবিতাৰ জগতত এক উচ্চ আৰু প্ৰভাৱশালী স্থান অধিকাৰ কৰি অহা উইলিয়াম বাট্লাৰ য়েট্ছৰ জীৱন আৰু কৰ্ম বৈচিত্ৰময়৷ লণ্ডনত শিক্ষা লাভ কৰি, লণ্ডনত থাকি, জন কীট্ছ , উইলিয়াম ৱৰ্ডছৱৰ্থ, উইলিয়াম ব্লেক আদি ইংৰাজ কবিৰ দ্বাৰা…
ৱিলিয়াম বাটলাৰ য়েটছ : শ্ৰদ্ধাঞ্জলি যোৱা শতিকাটোৰ অন্যতম শ্ৰেষ্ঠ কবি বুলি গণ্য কৰা ৱিলিয়াম বাটলাৰ য়েটছ (১৮৬৫–১৯৩৯) আছিল এজন আইৰিশ্ব কবি, নাট্যকাৰ আৰু ৰহস্যবাদী৷ ডাবলিনত জন্মগ্ৰহণ কৰা তেখেত আইৰিশ্ব সাহিত্যৰ পুনৰুত্থানৰ এক গুৰুত্বপূৰ্ণ ব্যক্তিত্ব আছিল আৰু আয়াৰলেণ্ডৰ ৰাষ্ট্ৰীয় নাট্যশালা…
ভাস্কৰ জ্যোতি নাথ য়েটছক ভাল লগাৰ কেইবাটাও কাৰণ আছে৷ যি দৰে অসমীয়া মানুহে ভাৰতীয় জাতীয় পৰিচয়তকৈয়ো অসমীয়া পৰিচয়টো অধিক হেপাহঁত ধাৰন কৰে সেইদৰে য়েটছেও ইংৰাজ হোৱাতকৈ আইৰিছ হৈ বেছি ভাল পাইছিল৷ জেইমছ জয়ছ আৰু ছিমাছ হিনীয়ো ইয়াৰ ব্যতিক্ৰম…
অংগনা ভট্টাচাৰ্য্য (ঔ) ইতিমধ্যে মাজ নিশা পাৰ হৈ গৈছে৷ তথাপি স্বায়ন্তিনীৰ দুচকুত টোপনিৰ চিন-চাব নাই৷ তাই জানে, এনেকৈয়ে আৰু দুঘণ্টামান পাৰ হৈ যাব৷ তাৰ পাছত লাহেকৈ তাইৰ মূৰটো ঘুৰোৱা যেন লাগিব৷ চকু দুটা পুৰিবলৈ আৰম্ভ কৰিব৷ তেতিয়া তায়ো সংসাৰৰ সমস্ত…
গোৱিন কুমাৰ খাউণ্ড ঘৰৰ টিনৰ ওপৰত সন্ধিয়াৰে পৰা বান্দৰে ধম-ধমাই আছে। মাজে-মাজে ঘৰৰ মুধেৰে মলুৱা এটা সোমাই খক-খককৈ নীলক চʼতিৰ পৰাই খেদা মাৰি আহিব খোজে। হনুমন্ত ভাইলৈ নীলৰ ভয় লাগে কামুৰি বখলা-বখল কৰে বুলি। তথাপি সি মৰসাহ দেখুৱাই বিছনাৰ পৰাই…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া যোৱাটো শতিকাৰ ষাঠীৰ দশকত উজনি অসমৰ যোৰহাট নগৰত এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ তিনিগৰাকী কন্যাক “টেনডেম”(tandem) বুলি পৰিচিত বাইচাইকেলবিধত একেলগে উঠি ঘূৰি ফুৰা প্ৰায়েই দেখা গৈছিল৷ তেতিয়া ভাৰত স্বাধীন হোৱা কিছুদিনহে পাৰ হৈছিল৷ আধুনিকতাৰ পৰশ…
লোকনাথ গোস্বামী (মন দাপোনত – ৯) (১) গাঁৱৰ ঘটনা কৈ অন্ত কৰিব নোৱাৰি৷ বহাগ বিহু আহিলেই হুচৰি গোৱাৰ ধুম উঠে, জাকে জাকে হুচৰিৰ দল ওলায় গাঁৱত৷ প্ৰায়বিলাক হুচৰি দল প্ৰথমে আমাৰ ঘৰলৈ বুলি আহে৷ আহি সত্ৰত মূৰ…
মানসী গোস্বামী অ’ ৰুণ, অ’ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগেচোন। কুউ কুউ কৰে কুলি গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই কেতেকী। সখী ঔ সখী ঔ বোলে সখিয়তী, হেঁটুলুক হেঁটুলুক হেঁটুলুকা চৰাইটি। …
ড° বুলজিৎ বুঢ়াগোহাঁই ফটোগ্ৰাফিয়ে সঁচাকৈয়ে ৰাজনীতিত গুৰুত্বপূৰ্ণ সহায়ক ভূমিকা ল’ব পাৰে, কিন্তু ইয়াক সাধাৰণতে ৰাজনীতিৰ ভিতৰত প্ৰত্যক্ষ কেৰিয়াৰ পথ বুলি গণ্য কৰা নহয়৷ বৰঞ্চ বিশেষকৈ সংবাদ মাধ্যম, নথিপত্ৰ বা জনসংযোগৰ প্ৰতি আগ্ৰহীসকলৰ বাবে ই ৰাজনীতিৰ সৈতে জড়িত অন্যতম শ্ৰেষ্ঠ কেৰিয়াৰ…