যাৰ সাতটি শব্দতকৈ ‘সাত সাগৰো সৰু’
কৌস্তুভমণি শইকীয়া দত্ত ‘নসৰোৱাকৈ ঘাম সাঁচি থৈছোঁ যিটোপা তেজ সেয়াই পাপ’ এই যাদুকৰী শব্দকেইটা পঢ়াৰ পাছত অৱশ্যেই গলি যাব পাৰি কবিতাটিৰ কণমানি শৰীৰত। এয়াই কবিতাৰ যাদু। এই যাদু সকলোৰে বশত নাই। এই যাদুতে মোহগ্ৰস্ত হৈ পঢ়ি…