Tag সংস্কৃতি

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা   ৷৷ চাৰি৷৷ মনটো অস্থিৰ হৈ উঠিলেই গণেশ বেংডোবাৰ ঘাটলৈ আহে৷ সৰুতে অস্থিৰ হ’লে, ভয় লাগিলে সি মাকক সাৱটি ধৰিছিল৷ মাকে তাক দদান ৰজাৰ কাহিনী কৈছিল৷ সেনাপতি মাৰুক্ষেত্ৰীৰ কাহিনী শুনাইছিল৷ কৈছিল–‘তুইও মাৰুক্ষেত্ৰী নিচিনা হ’বা লাগ্‌ব’৷  সি জোৰ…

জনপ্ৰতিনিধিৰ ছাৰ্ভিচ বুক

  অলপতে অসম বিধান সভাৰ মজিয়াত বিধায়কৰ আচৰণক লৈ কিছু হুলস্থুল হৈছিল৷ এইখিনি সময়তে আকৌ স্কুল-কলেজবোৰত চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ আছে ‘যুৱ সংসদ’৷ কেন্দ্ৰীয় চৰকাৰৰ ‘বিকশিত ভাৰত’ আঁচনিৰ অধীনত উদীয়মান যুৱশক্তিৰ মাজৰ পৰা ভৱিষ্যতৰ দিনত শিক্ষিত সাংসদ-বিধায়কৰ প্ৰস্তুতিৰ বাবে এনে…

মোক্ষপদ

মিণ্টুল হাজৰিকা   যি পৌৰাণিক ! বিশ্বাস আৰু আস্থাৰ মুখ বাগৰি উশাহে উশাহে লালিত সেই দিন আৰু ৰাতিৰ মহাসংগম য’ত অসুৰৰ ধনঞ্জয় বায়ুৰ ওৰ হৈছিল উৰি তেনে এক দোঘোৰাতে বধি থৈ আহিছোঁ পৰম্পৰাৰ নামত তেজ পি নোদোকা হোৱা জোক৷  …

মলেঁয়া

 দাদুল দেৱকৃষ্ণ বৰুৱা (২৭) ঘৰখন যেতিয়া ভৰি আছিল তেতিয়া এবাৰলৈও ভবা নাছিল একাকিত্ব মানে কি! বুজা নাছিল কেনে হ‘ব পাৰে একাকিত্ব। একাকিত্বই কিদৰে মানুহক পীড়া দিয়ে সেয়া ষ্টেপানৰ বাবে আছিল ভাবনাৰ বাহিৰত। ভৰা ঘৰখনত হাঁহি-ধেমালিৰ মাজত সময় কটোৱাৰ সময়ত ভাবিছিল…

বনলতা অথবা চম্মক চল্লো

 অংগনা ভট্টাচাৰ্য্য   সৌৱা! তাইৰ সমুখত এজাক ৰাংকুকুৰ৷ সিহঁতে জিভা মেলি, নখ জোকাৰি তাইৰ ফালে আগুৱাই আহিছে৷ আটায়ে একেলগ হৈ তাইক জপটিয়াই ধৰিছে৷ গছকিছে৷ ক্ষুৰধাৰ নখেৰে আঁচুৰিছে৷ তথাপি দেখোন তাইৰ গাৰ পৰা ওলোৱা নাই এটোপালো তেজ! সিহঁতে তাইক গছকি থাকিল৷…

ত্ৰিশংকু

 আকাশ দীপ্ত ঠাকুৰ          “হাতত আচলতে খুচুৰা টকা সমূলি নাই বুজিছা৷ জি-পে কৰিব পাৰিম নেকি?”–কওঁ-নকওঁকৈ কথাষাৰ কৈ মই পকেটৰপৰা মোবাইলটো উলিয়াব খুজিলোঁ৷ ভিতৰি ভিতৰি কিবা এটা যেন…মই বৰ অসহজ অনুভৱ কৰিছোঁ৷ নিজৰ আসনত মই বহি আছোঁ আৰু মোৰ সন্মুখত,…

পাচলি বেপাৰীৰ টেকেলি

পদ্মজা বৰুৱা মহন   ‘সোণটো৷ সোণটো’ মাকৰ মাতত টোপনিৰ পৰা সাৰ পালে ফ্ৰাচেঙে৷ পৰীক্ষা শেষ হৈছে বুলি আজি দেৰিলৈকে শুব বুলি ভাবিছিল সি৷ মাকে তুলিয়ে দিলে৷ এঙামুৰি এটা দি সি সুধিলে- ‘কি হ’ল মা !’ ‘দেউতাক আজিও কামলৈ মাতিছে৷ নগ’লে নহ’বই…

পানীহিলৈ panihiloi-april-2025

 গোৱিন কুমাৰ খাউণ্ড ৰাজপথত ভৰিৰ আঙুলি বিচাৰি খোজহীন মানুহৰ অলেখ শব্দ৷ সেই শব্দই আজি আৰু কাকো আমনি নকৰে৷ মচোৱা সাপৰ দৰে পৰি থকা পকী পথৰ ওপৰেদি অৱসাদগ্ৰস্ত মানুহবোৰ অহা-যোৱা কৰি আছে৷ দুই-এজন মানুহ গাড়ী-মটৰে খুন্দিয়াই থৈ যোৱা ভয় বুকুত লৈয়ে…

ৰ’দে বৰষুণে ইমান যে গান -১৪

 লোকনাথ গোস্বামী (১)  গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ  প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো…

পখীৰ সুৱদি মাত

মানসী গোস্বামী     অ’ ৰুণ, অ ৰুণ মৌমাখিৰ গুণগুণ, নূপুৰৰ ৰুণজুন শুনি ভাল লাগে চোন।   কুলিয়ে কৰে কুউ কুউ গছৰ ডালত বহি, বিহু বুলি দূৰণিত সেইটো মই কেতেকী।   সখী ঔ সখী ঔ বোলে সখিয়তী, হেঁটুলুক হেঁটুলুক হেঁটুলুকা…