Tag সংস্কৃতি

চাংমাইশাল

সুৰভি দত্ত কোমল চাউলৰ টাৰ্ট    অসমীয়া সমাজৰ অতি জনপ্ৰিয় জলপান কোমল চাউল আৰু চিৰাৰে এটি সুস্বাদু মিঠা ব্যঞ্জন প্ৰস্তুত কৰিব পাৰে। ইটালিৰ জনপ্ৰিয় মিঠা ব্যঞ্জন টাৰ্ট (tart)-ৰ ৰূপ দিয়া হৈছে। আমাৰ অসমীয়া থলুৱা খাদ্যকো সংমিশ্ৰণ দি অতি সুন্দৰকৈ পৰিৱেশন…

কমলা সহ’নী: ভাৰতীয় জৈৱ ৰসায়নবিদ

অদিতি বেজবৰুৱা ভাৰতবৰ্ষৰ বাটকটীয়া মহিলা বিজ্ঞানীসকলে কৰিবলগীয়া হোৱা সংগ্ৰামৰ প্ৰতিনিধিত্ব কৰিছে কমলা ছহ’নীৰ জীৱন-কাহিনীয়ে৷ তেওঁৰ কৰ্মৰাজি, সাহস আৰু সফলতাই তেওঁৰ পাছৰ প্ৰজন্মৰ মহিলাসকলৰ কাৰণে বিজ্ঞানৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনৰ দুৱাৰ মুকলি কৰি দিলে৷      ১৯৩৩ চনৰ কথা৷ সেই বছৰ বম্বে বিশ্ববিদ্যালয়ৰ…

কুমুদ ঘোষৰ কবিতা: অসমীয়া ভাষাৰ ঐশ্বৰ্য আৰু সম্ভাৱনাৰ সম্পৰীক্ষা

ৰুদ্ৰ সিংহ মটক Poetry should be simple, sensuous and passionate. — জন মিল্টন         কোনে জানো কৈছিল— জগতৰ জীৱন সাহিত্য, সাহিত্যৰ জীৱন কাব্য, কাব্যৰ জীৱন প্ৰেম। সাহিত্যৰ আদিমতম ৰূপ যে কাব্য বা  মহাকাব্য , তাত আমাৰ কোনো সন্দেহ নাই। কবিতা মূলতঃ…

আকৌ আহিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

অৰুণ কুমাৰ দাস   ২০২০ বৰ্ষটো টুৱেণ্টি-টুৱেণ্টি ক্ৰিকেটৰ বাবে গুৰুত্বপূৰ্ণ৷ কিয়নো এই বছৰটোত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ (আই চি চি) টি-২০ বিশ্বকাপৰ আয়োজনৰ ব্যৱস্থা হ’ল৷ ইতিমধ্যে অষ্ট্ৰেলিয়াত সম্পন্ন হ’ল মহিলাৰ ২০-২০ অ’ভাৰৰ বিশ্বকাপ৷ আনহাতে অক্টোবৰ মাহত অষ্ট্ৰেলিয়াতেৌ পুৰুষৰ টি-২০ বিশ্বকাপ হোৱাৰ কথা৷ স্বাভাৱিকতেই…

পৰিৱৰ্তিত সমাজ আৰু ৰঙালী বিহুৰ ৰং-ৰহইচ

ড˚ মুনীন বৰগোহাঁই    বিহুৰ সৃষ্টিৰ মূলতেই আছিল লোকসমাজৰ মাজত প্ৰচলিত লোকবিশ্বাস। কাৰণ, লোকসমাজৰ দৈনন্দিন জীৱনৰ অভিজ্ঞতাই কিছুমান লোকবিশ্বাসৰ জন্ম দিছিল আৰু সেই লোকবিশ্বাসৰ পৰাই সৃষ্টি হৈছিল লোকপৰম্পৰা। বিহুও এনেদৰে সৃষ্টি হোৱা এটা লোক-অনুষ্ঠান। লোকসমাজৰ আদৰ আৰু সন্মানৰ কাৰণে বিহু…

কৰ’না, প্ৰবাসী শ্ৰমিক আৰু অসমৰ অৰ্থনীতিৰ কথা

দ্বিপেন কাকতি    আমাৰ দেশত বছৰি পোন্ধৰ লাখ লোকে যক্ষ্মা ৰোগত মৃত্যু বৰণ কৰা, কুৰি লাখৰো অধিক লোকে মেলেৰীয়াত মৃত্যু বৰণ কৰা, প্ৰায় ন লাখ পাঁচ বছৰ অনূৰ্ধ্বৰ শিশুৱে পুষ্টিহীনতাত মৃত্যু বৰণ কৰা, প্ৰায় ডেৰ লাখ লোকে ইনফ্লুৱেঞ্জাসদৃশ ৰোগত বছৰি…

আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আৰু ভাৰতীয় চাহ শিল্প

ড˚ বিচিত্ৰ কুমাৰ বৰঠাকুৰ    ২১ মে’, ২০২০ চন, বিশ্বই প্ৰথমবাৰৰ কাৰণে উদ্‌যাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস৷ যদিও ২০০৫ চনৰ ১৫ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লী মহানগৰত প্ৰথমে এই দিৱসটো পালন কৰিছিল, তথাপিও কালক্ৰমত ভাৰতবৰ্ষৰ পৰামৰ্শ অনুসাৰে আৰু International…

যুগসন্ধিৰ মহীৰুহ

অমূল্য বৰুৱা জন্ম: ৩০ জুন, ১৯২২ মৃত্যু: ১৮ আগষ্ট ১৯৪৬     যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ জে.বি. কলেজৰ পৰা বি.এ. পাছ কৰি ১৯৪৫ চনত এম.এ. পঢ়িবলৈ কলিকতালৈ যায়। ইয়াৰ লগতে আইন বিষয়তো নাম লগায়। প্ৰথমতে…