অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ ইতিহাস
সমুজ্জ্বল শইকীয়া কল্পবিজ্ঞান উপন্যাস : অসমীয়া কল্পবিজ্ঞান সাহিত্যৰ আন এটি শ্ৰেণী কল্পবিজ্ঞান উপন্যাস বিংশ শতিকাৰ দ্বিতীয়াৰ্ধতহে ৰচিত হয়৷ অসমীয়া ভাষাত কল্পবিজ্ঞান উপন্যাস পোনপ্ৰথমে প্ৰকাশ হৈছিল ১৯৬০ চনত ‘আমাৰ প্ৰতিনিধি’ কাকতত৷ ডঃ বিজয়কৃষ্ণ দেৱশৰ্মাই লিখা উপন্যাসখনৰ নাম আছিল ‘চন ২৪৬৬,…