গঁড়ৰ খড়্গৰ উদ্ধাৰ আৰু কোষগাৰত জমা দিয়া প্ৰসংগ
(শ্ৰদ্ধাৰ বন বিষয়া পংকজ কুমাৰ বৰাৰ হাতত) বুবুল শৰ্মা (১) টেবুলত থকা ম’বাইলটো হঠাৎ বাজি উঠিল৷ গোটেই ৰাতি ডি্উটি কৰি বাগৰি ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ বৰাই দহ মিনিটৰ বাবে চকীখনত ভাগৰুৱা শৰীৰটো এৰি দিছিলহে৷ – হেল্লো। – ছাৰ মই জগদীশ ডেকাই…