অজিৎ বৰুৱা — অসমীয়া কবিতাৰ ভাষা নিৰ্মাণৰ স্থপতিবিদগৰাকী
ৰত্না ভৰালী তালুকদাৰ নিক’লা ফুচিনা (Nicola Fucigna) একেৰাহে এগৰাকী কবি আৰু স্থপতিবিদ৷ তেখেত কনষ্ট্ৰাকশ্যন (constructionlitmag.com) নামৰ অনলাইন আলোচনী এখনৰো মুখ্য সম্পাদক৷ আলোচনীখনত ‘পয়েট্ৰি এণ্ড আৰ্কিটেকচাৰ’ নামৰ এটা দীঘলীয়া নিবন্ধত তেখেতে কবিতা আৰু স্থাপত্যবিদ্যাৰ মাজৰ কিছুমান সম্পৰ্কৰ কথা কৈছে৷ নিবন্ধটিত তেখেতে কবিতা…