Tag সমাজ

স্বজাতিৰ সাংস্কৃতিক পৰিচয়ৰ বেলিকা কৰণীয় কিছু

  অসম চৰকাৰে শেহতীয়া বাজেটত ৰাজ্যৰ চিনেমা জগতখনক উৎসাহিত কৰিবলৈ কেইবাটাও পদক্ষেপ হাতত লোৱা দেখা পাইছোঁ৷ এই পদক্ষেপসমূহৰ ভিতৰত অসমীয়া চিনেমা নিৰ্মাণক ত্বৰান্বিত কৰিবলৈ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমালৈ পঞ্চাছ লাখ টকাৰ অনুদান আগ বঢ়োৱাৰ কথা৷ লগতে বেচৰকাৰী সংগঠন অথবা সাংস্কৃতিক সংস্থা কিম্বা…

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ   লাহে লাহে বেলিটো পূব আকাশত দুবেগেতমান উঠিল৷ তেমেকাহঁতৰ পথাৰত আজি নৰাছিঙা৷ নৰাছিঙা অনুষ্ঠানটো কৰিবৰ বাবে তেমেকাহঁতে প্ৰায় আধাবিঘা শালিখেতি ৰাখি থৈছিল৷ নৰাছিঙা অনুষ্ঠানতে এখন ঘৰে বছৰটোৰ ধান দোৱা কাম শেষ কৰে৷ আজি তেমেকাহঁতৰ ঘৰৰ ধান দোৱা কাম…

মহাবৃত্ত

মৃদুল শৰ্মা ৯ ব্যাস৷ প্ৰথমে দেৱব্ৰত ভীষ্মই মোলৈ বাৰ্তা প্ৰেৰণ কৰিছিল মাতৃদেৱীয়ে স্মৰণ কৰা বুলি৷ অৱশ্যে তেওঁ তেওঁৰ মাতৃদেৱী বুলিহে উল্লেখ কৰিছিল৷ কিন্তু মই নিশ্চিত আছিলোঁ যে মোৰ গোপন জন্মবৃত্তান্ত পাৰদৰ্শী ৰাজনীতিজ্ঞ তথা শাস্ত্ৰজ্ঞ পণ্ডিত ভীষ্মৰ অজ্ঞাত হৈ ৰোৱা নাই৷…

ৰ’দে-বৰষুণে ইমান যে গান

 লোকনাথ গোস্বামী     প্ৰথম অধ্যায়                 (১)  মোক সকলোৱে গানৰ মানুহ বুলিয়েই ভাবে৷ গান ইমানেই জনপ্ৰিয় মাধ্যম যে গানৰ জগতখনত কেনেবাকৈ অলপমান খোপনি ল’লেই সেই পৰিচয়টোৱে তৎক্ষণাত আগস্থান পাই যায়৷ বাকী অন্য কিবা বিষয়ত ব্যুৎপত্তি থাকিলেও বা উল্লেখনীয় অৱদান…

অভিলেখাগাৰ(Archives)ৰ সৈতে জড়িত কেৰিয়াৰ

ড° বুলজিৎ  বুঢ়াগোহাঁই   অভিলেখাগাৰ হ’ল কোনো স্থান, প্ৰতিষ্ঠান বা লোকৰ গোটৰ বিষয়ে তথ্য প্ৰদান কৰা ঐতিহাসিক নথিপত্ৰ বা ৰেক’ৰ্ডৰ এক সংগ্ৰহ৷ অভিলেখাগাৰসমূহ নিয়মীয়া সময়ৰ ব্যৱধানত সংৰক্ষণ আৰু পৰীক্ষা কৰিব লাগে৷ অভিলেখাগাৰ জৰিয়তে ইতিহাসক আধুনিক বিশ্বৰ প্ৰেক্ষাপটত ভালদৰে বুজিব পাৰি৷ অভিলেখাগাৰ…

৩০ জানুৱাৰি harekrishna-deka-poem-march-2024

হৰেকৃষ্ণ ডেকা   তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো তোমাৰ চৰম ত্যাগৰ দিন৷ এটা ভাৰতীয় দিন অগণন ভাৰতীয়ই তোমাৰ নামত উছৰ্গা কৰিছিল৷ এজন ভাৰতীয়ই তোমাক হত্যা কৰিছিল হেনো ভাৰতক ৰক্ষা কৰিবলৈ৷ কিন্তু তোমাৰ হত্যাৰ দিনা আন কোটি কোটি মানুহে…

কেৰিবিয়ান ক্ৰিকেটত নতুন ‘ছামাৰ’

যুগললোচন দাস  কেৰিবিয়ান দ্বীপপুঞ্জৰ এটা নিভৃত ক্ষুদ্ৰ দ্বীপ। চাৰিওফালে বিস্তৃৰ্ণ জলৰাশি। মহাসাগৰৰ উত্তাল গৰ্জন। কেতিয়াবা শান্ত সমাহিত। দিগন্ত ব্যাপি কেৱল নীলা নীলা নীলা। বেলিটো সাগৰৰ দূৰ দিগন্তৰ পৰাই উঠি আহি আকৌ পশ্চিমৰ দিগন্তৰ ৰেখাত চুমা দি বুৰ যায়। যেন নিশাটোৰ…

প্ৰাক-ঔপনিৱেশিক অসমৰ মুদ্ৰা অর্থনীতি

  ড° ৰক্তিম ৰঞ্জন শইকীয়া বিখ্যাত অর্থনীতিবিদ “উইল কেণ্টনে” (Will Kenton) “ইনবেষ্টোপেডিয়া” নামৰ ৱেৱপেজটোত অর্থনীতিৰ এটা সুন্দৰ সংজ্ঞা দাঙি ধৰিছে৷ উইল কেণ্টন সংজ্ঞা মতে  “অৰ্থনীতি হৈছে আন্তঃসম্পৰ্কীয় উৎপাদন, উপভোগ আৰু বিনিময়ক সম্পর্কীত কৰা এক জটিল ব্যৱস্থা৷ এই ব্যৱস্থাটোৱে উৎপাদন, উপৰভোগ…

সুখী জীৱনৰ বাবে

 প্রাঞ্জল বেজবৰা   মানৱ জীৱন এবাৰেই পোৱা যায়৷ যদিও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে পুনৰ্জন্মৰ বিশ্বাস আছে, কিন্তু এই জীৱনৰ আগতে কি আছিল আৰু এই জীৱনৰ পাছত কি হ’ব, সেই সম্পৰ্কে কোনেও নাজানে৷ গতিকে বৰ্তমান জীৱনটোকে সুখে-সন্তোষে যাপন কৰাটো সকলোৰে কাম্য৷ অথচ…