Tag সমাজ

শামুক

 অনুভৱ তুলসী সেইদিনা এছাটি বতাহে গান্ধ-বিৰিণাৰ জন্মদিন পালিছিল সেই উছৱলৈ তোমাকো মাতিছিল বতাহৰ কথা তুমি নোৱৰাঁ পেলাব গৰখীয়াহঁতে শুনাকৈ বতাহে বনগীত জুৰিছিল সেই গীতৰ গৰ্ভত তাহাঁতে বিচাৰি পাইছিল পুৰণি পাটনাদ এটা সেইদিনা দুপৰীয়া তুমিতো ইয়াত আছিলা তেতিয়া তুমি তাতো আছিলা…

য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসত প্ৰতিফলিত মনপা জনগোষ্ঠীৰ জীৱনধাৰা

কিশোৰ দাস কোঁৱৰ   স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ শৱ এশ আঠ টুকুৰা কৰি কাটি নদীত উটুৱাই দিয়াৰ যি প্ৰথা তাৰ আধাৰত এই উপন্যাসখনৰ কাহিনীভাগ উপস্থাপন কৰা…

ক্ষমা

যশোৱন্ত নিপুণ    ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব৷ কিন্তু সেইবোৰ অতীতৰ গৰিমাৰ কেৱল ছাঁটো হৈ কিবাকৈ খহি নপৰাকৈ থিয় হৈ আছিল মাত্ৰ৷ গতিকে বহুতক সোধা-মেলা কৰি তেওঁ কাঠখিনিৰ…

ৰূপহী কহিমা travelogue-angana-choudhury-september-2024

 অংগনা চৌধুৰী   নাগালেণ্ডলৈ এপাক যাবলৈ বহুদিনৰপৰাই মন গৈ আছিল৷ কহিমাই যেন হাতবাউল দি আমাক মাতিহে আছিল৷ সেয়ে এইবাৰ বেছি আগ-পাছ গুণি নাথাকি শনিবাৰৰ দুপৰীয়া এটিত ডিমাপুৰ অভিমুখী ৰে’লগাড়ীত স্বামী আৰু পুত্ৰ সহিতে উঠি পৰিলোঁ৷ ৰে’ল যাত্ৰাৰ আকৌ মাদকতাই সুকীয়া৷…

মহাকবি কালিদাসৰ ‘ঋতুসংহাৰম্’

অসমীয়া অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত  ।। বসন্ত বৰ্ণনা ।। ।। অথ বসন্তঃ ।। হে প্ৰিয়তমা! নৱবিকশিত আমফুলৰ অতি তীক্ষ্ণ বাণেৰে সজ্জিত ভ্ৰমৰৰ পংক্তিৰূপী গুণ যাৰ সুশোভন ধনুত সেই বসন্তৰূপী যোদ্ধা আহি হৈছে সমাগত সম্ভোগৰসিক কামাসক্তৰ মন কৰিবলৈ বিদ্ধ ।…

স্বাধীনোত্তৰ কালৰ অসমীয়া চিনেমা – ৩

 (পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী ব্ৰজেন বৰুৱাই সঙ্গীত দিয়া চিনেমাখনৰ বাবে গীত লিখিছিল কেশৱ মহন্তই— “কিনো শুৱনি তোৰে মুখনি/ পদুমৰে ঠাৰি যেন হাত দুখনি/ তোৰে চকুযুৰি যায় উৰি উৰি/ বিচাৰি বিচাৰি কোন মায়াপুৰী/ কোন সৰগ জিনো বুলি/…

‘বিদেশী বস্ত্ৰ বৰ্জন’ আৰু গোসাঁইদাৰ তাঁতৰ শাল

 অমৃত গোস্বামী   ভাৰতে স্বাধীনতা পোৱাৰ কিছুবছৰৰ পাছৰ কথা– অসহযোগ- বিদেশী বস্ত্ৰ পৰিত্যাগৰ ঢৌ তেতিয়াও মাৰ যোৱাই নাছিল৷ বিদেশী বস্ত্ৰ ত্যাগ কৰি স্বদেশী সাজ-পাৰ পৰিধান কৰাৰ উদ্দেশ্য আগত ৰাখি আমাৰ মানুহবোৰে তেতিয়া দূৰ-দূৰণিৰ পৰা কপাহ গছৰ পুলি সংগ্ৰহ কৰি ঘৰে-ঘৰে…

বাংলা কথাসাহিত্যত মৃত্যু চেতনা : তাৰাশঙ্কৰ, বিভূতিভূষণ আৰু মানিক

বাসুদেব দাস  ‘আৰোগ্য নিকেতন’ উপন্যাসৰ নায়ক এজন গাঁৱলীয়া চিকিৎসক—জীৱন মশাই। দেউতাক জগৎ মশাই। ল’ৰাক দীক্ষাদানৰ সময়ত মৃত্যুৰ ৰহস্য উন্মোচন কৰি তেওঁ কৈছিল—‘মৃত্যু প্রজাপতি ব্রহ্মাৰ অঙ্গৰ পৰা নির্গত ছাঁ’ৰ নিচিনা—‘পিঙ্গলকেশা, পিঙ্গলনেত্রা, পিঙ্গল বর্ণ। গ’লদেশে আৰু মণিদেশে পদ্মবীজের ভূষণ, অঙ্গে গৈ্রিক কাষায়।’…

তৰুণ কবি নীলম গগৈৰ কবিতাত ‘নতুনত্বৰ সুৰ’ : বিশ্লেষণ আৰু পৰ্যালোচনা

  অসীম কুমাৰ হাজৰিকা     সাম্প্ৰতিক অসমীয়া কবিতাৰ জগতখনত তৰুণ প্ৰজন্মৰ কবি নীলম গগৈয়ে শেহতীয়াকৈ ভুমুকি মাৰিছে৷ ‘ভাল হোৱাটো পাপ কমৰেড’ গগৈৰ কাব্য জীৱনৰ প্ৰথম স্বাক্ষৰ৷ জীৱনৰ নানা ঘটনা-পৰিঘটনা, পৰিৱেশ, চিত্ৰকল্প ইত্যাদিৰ মাধ্যমত তেওঁ চিন্তাৰাশিক বৈচিত্ৰময় ৰূপত মূৰ্ত কৰিছে৷ চিন্তন…

মহাবৃত্ত

 মৃদুল শৰ্মা ২৯ দ্ৰৌপদী৷ মই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য লাভক উদ্দেশ্যেই মই অশেষ সম্পদেৰে পৰিপূৰ্ণ পিতৃগৃহ পৰিত্যাগ কৰি দ্বাৰকাত উপস্থিত হৈছিলোঁগৈ৷ দ্বাৰকাত যিগৰাকী মহিলাই মোক আশ্ৰয় প্ৰদান কৰিছিল তেওঁ মোৰ আগমনৰ উদ্দেশ্য জানিব খুজিছিল…