তেল
ভাস্কৰ জে নাথ সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া হালধীয়া দবা সাতোৰঙী ধূলিকণা যাত্ৰী কোনে কয় ধূলিকণাৰ ঘৰ নাই! কোনে কয় ধূলিকণাৰ গতি নাই ! বিছনাত অলৰ অচৰ দেহ এটি মন, খিৰিকীৰ সূৰ্যত চাই আছে ধূলিকণাৰ ৰং…
ভাস্কৰ জে নাথ সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া হালধীয়া দবা সাতোৰঙী ধূলিকণা যাত্ৰী কোনে কয় ধূলিকণাৰ ঘৰ নাই! কোনে কয় ধূলিকণাৰ গতি নাই ! বিছনাত অলৰ অচৰ দেহ এটি মন, খিৰিকীৰ সূৰ্যত চাই আছে ধূলিকণাৰ ৰং…
প্ৰদীপ শইকীয়া ভাবিছিলোঁ মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ ভাবিছিলোঁ মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা পাগুৰি মণিপুৰ মানে বৈষ্ণৱ-কীৰ্তন ৷ ৰাসলীলা ধীৰগতি ৰাধা লাই হাৰাওবা পেনা-খোংবা বীণাৰ মিড় …
অংকুৰণ আৰ্ফ (ক) সান্ধ্য সময়৷ এটা ছায়ামূৰ্তি৷ গছৰ মূঢ়াৰ দৰে বৈধ৷ মুনিচুনি এই পৰত সেই পুৰণি পৰিত্যক্ত কোঠাটোতে আৱদ্ধ৷ বন্দী বিহংগৰ দৰে ধৰ্ফৰাই আছে৷ খিৰিকীৰে আকাশলৈ ছেগাচোৰোকাকৈ চায়৷ ধূসৰ আকাশত আন্ধাৰ৷ আন্ধাৰৰ সৈতে ছায়ামূৰ্তিৰ চলে আলাপ৷ দূৰণিৰ জোনাকে…
পঙ্কজ প্ৰতিম বৰদলৈ কেইদিনমান আগতে ম’বাইলৰ ৰীলত এটা অলপ দাৰ্শনিক ধৰণৰ ভিডিঅ’ এটা দেখা পালো৷ ভিডিঅ’টোত কথকে প্ৰশ্ন কৰিছে যে আপোনাৰ মৃত্যুৰ এশ বছৰৰ পাছত আপোনাক কোনে মনত ৰাখিব? আমি কিমান জনে আমাৰ নিজৰ আজোককাৰ নাম জানো বা মনত…
অংগনা চৌধুৰী সি কামবোৰ মনপুতি কৰে৷ কৰে মানে একদম কামটোৰ ভিতৰত সোমাই যায়৷ কাষত যদি কোনোবাই নাচি-বাগিও থাকে, সি সেইফালে নাচায়৷ তাকে দেখি ঘৰৰ বাকীবোৰে হাঁহে, ওচৰ-চুবুৰীয়ায়ো হাঁহে৷ কিয় হাঁহে সি বুজি নাপায়৷ এই বুজি নোপোৱা কথাটোক লৈ সিহঁতে আৰু…
আকাশ দীপ্ত ঠাকুৰ ‘‘আহাঁ আহাঁ, এই অলপ আগতে তোমাৰ লেখাটোৰ বিষয়ে লগৰখিনিৰ সৈতে কথা পাতি আছিলোঁ বুজিছা; মানে আজিৰ কাগজত ওলোৱা সেই লেখাটো৷ বৰ ভাল লাগিল হে৷”–হঠাৎ মোক দেখি ভাস্কৰদা যেন কিছু উচ্ছ্বসিত হৈ উঠিল– “আমি আকৌ প্ৰতিদিনে…
ৰশ্মিৰেখা ভূঞা গা ধুই আহি কপালত বেলি এটা আঁকিবলৈ লৈ তাই বহু সময় খিৰিকীখনেৰে বাহিৰলৈ চাই থাকিল। বাহিৰত কুঁৱলীৰ পাতল আচ্ছাদন। শৰতৰ এনে সময়বোৰতে তাইৰ তালৈ মনত পৰে। মনত পৰে সেই শেৱালি পাহলৈ যিপাহ তাই তাক এনে এটা কুঁৱলী…
মূল ইংৰাজী : চি.জে.হেক্ (C. J. Heck, আমেৰিকা) অনুুবাদ : ড° ৰঞ্জিত দত্ত মোক এজন কবি দিয়া এগৰাকী প্ৰেয়সীলৈ যাৰ শব্দবোৰৰ পৰশ মখমলৰ দৰে কোমল, মৰণশীল মানুহৰ হাতৰ পৰশতকৈও সেই শব্দৰ বুলনি বেছি আৰামদায়ক। এগৰাকী কবিৰ পোঁহৰৰ চাকিগছি অতিশয় শান্ত যাৰ …
স্মৃতিৰেখা দেৱী তথাপি ইপ্পি ডাঙৰীয়াৰ অনুৰোধ ৰাখি নিজৰ খুদমান আসনখনতে কিছু পোন হৈ বহি বাটলুৱে ক’বলৈ যত্ন কৰিলে – ‘আপোনালোক সকলোকে প্ৰণাম জনাইছোঁ৷ মই বৰ বেছি কথা নাজানো৷ আমাৰ পৃথিৱীত আপোনালোকৰ দৰে এবিধ প্ৰাণী আছে যিসকলক মানুহ বুলি কয়,…
অজিত ছিংনাৰ (ষোল) দোকমোকালিতে তেমেকা টোপনিৰ পৰা সাৰ পালে৷ সাৰ পাই আকৌ অলপ শুই ল’ব বুলি ভাবিছিল যদিও আজি ডিচি ফুলগুৰিলৈ অহাৰ কথাটো মনত পৰাত স্ফূৰ্তিত তাৰ চকুৰ পৰা টোপনি পলাই ফাট মাৰিলে৷ সি চকুকেইটা মোহাৰিলে– টোপনি সম্পূৰ্ণ নোহোৱাত তাৰ…