Tag সমাজ

অলপ মেটাফৰিকেল

 চুনা কুমাৰ পাঠৰী   ১.   ফ্লাইঅ’ভাৰ ভাবনাৰ ছলেনয়ড মগজুত যাদৃচ্ছিক পাকঘূৰণি আৰু কিছু জীয়া যন্ত্ৰণাময় শব্দ। বিৰামহীন, ন’ন ষ্টপ ছটফটনি আৰু কেঁচা টোপনি। ন’ন মেটাবলিজম উগাৰ। তাৰ মাজতে ষ্টাৰ্টিং সমস্ত এটা কবিতাৰ কাহিনী। আৰু চিন্তাৰ ভৌগোলিক পৰিধিত পাৰিশ্ৰমিক সম্পাদনা।…

সাত বছৰে বলোৰাম

 স্ৰোতস্বিনী তামুলী            বলোৰাম ! … তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ তাপ৷ দহ পুৰা মাটিৰ ধান খেতি…

মানুহবোৰ আছেনে ঘৰত

 মানস প্ৰতিম দত্ত   মেঘৰ চুলিৰ মাজেৰে সৰকি অহা এজাক চিপ্ চিপ্ উশাহৰ পাৰ ভাঙি চৰাইবোৰ গুচি গৈছে জন্তুবোৰ গুচি গৈছে   হাতী-মাটি-কেতেকী নাহৰ-সোণাৰু-পলাশৰ সৈতে বসন্তৰ উভালিছে শিপা…   বৰষুণত তিতি তিতি মানুহবোৰে কান্দিছে   চকুপানী বিচাৰি হাবাথুৰি খায় শুকান…

পৃথিৱীলৈ

 মাধুৰ্য্য গোস্বামী   জঁটাত নৈখন বান্ধি নিয়া খামিডাঠ মানুহ এজন আছিল যিয়ে কঢ়িয়াইছিল জীয়া পৃথিৱীৰ সকলো মৰণশীল কথাকবিতা চকুৰ দাবানলত দগ্ধ হৈছিল অজস্ৰ অন্যায়, জ্বলাই দিছিল অসূয়া স্থিৰতাৰে কলুষতা মচিছিল,   প্ৰশ্নৰ পাছত প্ৰশ্নৰ অনেক সাঁকো পাৰ হৈ তেওঁ আমাকেই…

পানীৰ সাধু

 অৰুণ গগৈ                 মেটেকা ভাহি যোৱা কথাবোৰ মেখেলাৰ পাতলিত মেৰিয়াই আয়ে কৈছিল পানীৰ সাধুকথা   পানীকেঁচুৱাৰ কান্দোনত তল যোৱা গাঁওবোৰে পানীৰ পকনীয়াত পাক খাই হেৰুৱাইছিল পিতাইৰ পদূলিৰ বাট হেৰুৱাইছিল মাটি মুখৰ মাত   পানীৰ মালিতাত মানুহবোৰে খাইছিল হাবুডুবু ঘৰ, বাৰী,…

চিন্তন

 অৰ্চনা ঠাকুৰীয়া            এক    ঘৰত থকা ঘড়ীটোৱে সোঁৱৰায় আৰুনো কিমান দিন ? জীৱন, জীৱৰ বিলৈ হাঁহোৱে বা কান্দোৱেই আপোনাৰ ক্ষতি কি?                দুই    তাত এজোপা গছ ময়ো ৰুইছিলোঁ  কিছুদিন যতনাই দিছিলোঁ পানী …

জাতি(বাদ/ভেদ), জনজাতি আৰু সংৰক্ষণ

 পঙ্কজ প্ৰতিম বৰদলৈ   স্বাধীনতাৰ পূৰ্বতে আৰু ইয়াৰ পাছতো ‘স্বাধীনতা’ৰ বাদে এই দেশৰ অতি স্পৰ্শকাতৰ সৰ্বত্ৰে চৰ্চিত বিষয়টো হৈছে জাতি(বাদ/ভেদ) আৰু ইয়াৰ লগত সংযোজিত আনুষংগিক অতি প্ৰয়োজনীয় বিষয়- সংৰক্ষণ। স্বাধীনতা অৰ্জনৰ পৰৱৰ্তীকালৰ ভাৰতৰ ৰাজনীতিক সততেই প্ৰভাৱান্বিত কৰি ৰখা এই বিষয়টো…

ডান্স থেৰাপিষ্ট (Dance Therapist) কেনেকৈ হ’ব পাৰি ?

 ড° বুলজিৎ বুঢ়াগোহাঁই    ডান্স থেৰাপি, যাক ডান্স/মুভমেণ্ট থেৰাপি (ডিএমটি) বুলিও কোৱা হয়, এই থেৰাপি হৈছে এক প্ৰকাৰৰ মনোচিকিৎসা যি ব্যক্তিসকলৰ আৱেগিক, জ্ঞানীয়, শাৰীৰিক আৰু সামাজিক একত্ৰীকৰণত সহায় কৰিবলৈ চলাচল আৰু নৃত্য ব্যৱহাৰ কৰে। ইয়াৰ ভিত্তি হৈছে শৰীৰ আৰু মন…

ছাঁতত্ত্ব

 দীপিকা শইকীয়া   মানুহে কয়, সকলোৱে লগ এৰে কেৱল ছাঁটোৱেহে লগ নেৰে বোলে- “মই আৰু মোৰ ছাঁ”   বৰ পোহৰত, ৰ’দৰ দিনত বাটে-ঘাটে ছাঁ যায় লগে-ভাগে ছাঁ পৰে, উঠা বহা কৰে   ইমানবোৰ পোহৰ, ৰ’দ ছাঁ লগত থাকিবলে পায়নো কোনে…

জোৰৰ-জোখৰ

 পৰিস্মিতা বৰদলৈ   (১)          : আমাৰ মামনৰ জোৰৰ নেকি সি হা? ভাল ভাল ঘোঁৰাই নাপায় ঘাঁহ, বটুৱা ঘোঁৰাই বিচাৰে মাহ ৷ অ’ শুনিছেনে মামনৰ বাপেক৷ বোলো জীয়েকক অকল মৰম চেলাই থাকিলেই নহয়৷ অকণমান মন-কাণ কৰিব৷ : হৌৰা, হ’ব…