বেংডোবাৰ ঘাট
জয়ন্ত মাধৱ বৰা ৷ ৷ ন ৷ ৷ চন্দ্ৰৰ শটো আনিবলৈ অৱশেষত গণেশ আকৌ ৰংজুলিলৈ যাব লগা হ’ল৷ গাঁওবুঢ়াই তাক কথাটো জনালেহি–‘থানাৰ পাৰা ফোন কুৰছে৷ চন্দ্ৰ লাচটা আন্বা লাগে’৷ : গিছিলুংতো৷ গোটাই ৰাতি মেডিকেলতে বহি থাকিলুং৷ নিদিলে৷…
জয়ন্ত মাধৱ বৰা ৷ ৷ ন ৷ ৷ চন্দ্ৰৰ শটো আনিবলৈ অৱশেষত গণেশ আকৌ ৰংজুলিলৈ যাব লগা হ’ল৷ গাঁওবুঢ়াই তাক কথাটো জনালেহি–‘থানাৰ পাৰা ফোন কুৰছে৷ চন্দ্ৰ লাচটা আন্বা লাগে’৷ : গিছিলুংতো৷ গোটাই ৰাতি মেডিকেলতে বহি থাকিলুং৷ নিদিলে৷…
শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বাৰ্ষিক পূজা সমাগত৷ এই পূজাত আমাৰ দেশৰ প্ৰায়বোৰ অঞ্চলতে মানুহ আনন্দত আত্মহাৰা হয়৷ বিশাল বজাৰ এখনে সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত ধনৰ একনা-দুৱনাকৈ হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে৷ সৰ্বসাধাৰণ উপান্ত হ’বলগীয়াকৈ উদ্যাপন কৰা এই পূজাত শ্ৰদ্ধা-ভক্তিতকৈ…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া নদীয়ে সভ্যতাৰ গতি নিৰ্ধাৰণ কৰে৷ একোটা সভ্যতা বৰ্তাই ৰাখিবলৈ সুস্থিৰ আৰু সুস্থ নদীতন্ত্ৰৰ প্ৰয়োজন যুগে যুগে স্বীকৃত হৈছে৷ এখন নদীৰ মৃত্যুৱে পৃথিৱীৰ এক সুপ্ৰাচীন সভ্যতাৰ কেনেকৈ পতন ঘটালে তাৰ কাহিনীয়েই হ’ল বৈদিক সৰস্বতী নদীৰ কাহিনী৷…
অংগনা চৌধুৰী বসন্তই আহি প্ৰকৃতিৰ বুকু শুৱনি কৰা আৰম্ভ কৰোঁতেই আমি মানে মই, মোৰ মানুহজন আৰু আমাৰ পুত্ৰ সাজু হ’লো হিমাচল প্ৰদেশৰ সৌন্দৰ্যৰ সাক্ষী হ’বলৈ৷ শুকুলা ডাৱৰৰ মাজেৰে বিমানেৰে গৈ গুৱাহাটীৰ পৰা চণ্ডীগড় পাওঁতে প্ৰায় ৰাতিয়েই হৈছিল৷ সেয়ে নিশাটো…
(Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম প্রথমাংশ প্রথম অধ্যায় মোৰ ফৰাছী বন্ধু আৰু সিহতৰ দেশত কমলাৰ গুটি গজি পুলিয়ে পোখা মেলাৰ কাহিনী এই কাহিনীটো এতিয়ালৈকে মই মোৰ ঘনিষ্ঠ বা মোৰ কাষৰ-পাজৰৰ যিসকলক কৈছোঁ, তাৰ ভিতৰত কোনো কোনোৱে…
ভাস্কৰ জে নাথ ১ এইবেলি দেওলগা দুপৰীয়া এটাৰ কথা ভাবি থাকোঁতে দুটি সোণালী মাছে কুটকুটাইছে মোৰ দুয়োখনি গাল আৰু মই ভাস্কৰ্য এটাৰ দৰে থৰ হৈ ৰৈছো আৰু মনলৈ আহিছে শুকাই যোৱা ওঁঠৰ নদী ২ থুনুক-থানাকে নতুনকৈ উচ্চাৰণ কৰিবলৈ…
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী যোৱা সংখ্যাৰ লেখাটো শেষ কৰিছিলোঁ শ্বেৰ চৌধুৰীৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত তথ্যচিত্ৰ ‘ছাউণ্ড অৱ দ্য ডায়িং কালাৰছ’ৰ কথাৰে৷ শ্ৰেষ্ঠ প্ৰম’শ্বনেল তথ্যচিত্ৰৰ বঁটা পোৱা এইখন তথ্যচিত্ৰৰ পৰিচালনা, চিত্ৰনাট্য ৰচনা আৰু সঙ্গীতৰ কামৰ লগতে শ্বেৰ…
প্ৰাঞ্জল প্ৰতিম বৰা সাহিত্য সমালোচনা হৈছে সাহিত্যৰ অধ্যয়ন ,মূল্যায়ন আৰু ব্যাখ্যা৷ সাহিত্য সমালোচনাত সাহিত্য তত্বৰ প্ৰভাৱ পৰাও পৰিলক্ষিত হয়৷ সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজায় যদিও সাহিত্যৰ সমালোচনা হ’ল যুক্তিপূৰ্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন৷ সমালোচনা সৰ্বদা সৃষ্টিমূলক হোৱা…
(আঠ) মাটি একেডৰাই। এটা মৰিশালী পকাৰে সজোৱা আনটো হেঙাৰ দি বেৰি থোৱা আছে। হিমানীয়ে সপোনতো ভবা নাছিল বাপেক-পুতেকৰ মৰিশালী একেঠাইতে দেখি যাব বুলি। কল্পনাই কৰা নাছিল মদেই পুতেকক মাৰিব বুলি। চাওঁতে চাওঁতে পোনা মৰা তিনিমাহেই হ‘ল। এই তিনিমাহত হিমানী…
বন্দনা কৌশিক বৰদলৈ প্ৰচণ্ড গৰমত সৰু মানুহবোৰৰ দুই এজন মৰে শীততো মৰে দুই এজন ঠিক সেইদিনাই আপোনাৰ পত্নীয়ে ডাঙৰ মাছত ৰুচি হেৰুৱাই বজাৰত সৰুমাছৰ দৰ-দাম কৰে। আপুনি ভাবে সৰু মাছ সৰু মানুহ আদি সৰু বস্তুবোৰৰ বিক্ৰয় মূল্য কমতকৈ কম হোৱাটোৱেই…