গানে কি আনে
চন্দ্ৰাৱলী বৰঠাকুৰ গানে কি আনে ফুলত প্ৰাণ, প্ৰকৃতিত সাহ সেউজীয়াত আশাৰ বীজ সৃষ্টিশীল নৱ বাসনা। গানে কি আনে পৰাজয়ত জয়,বেদনাত প্ৰেৰণা অসুখীক নিৰোগ অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।। গানে কি আনে হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা জীৱনত বাৰে…
চন্দ্ৰাৱলী বৰঠাকুৰ গানে কি আনে ফুলত প্ৰাণ, প্ৰকৃতিত সাহ সেউজীয়াত আশাৰ বীজ সৃষ্টিশীল নৱ বাসনা। গানে কি আনে পৰাজয়ত জয়,বেদনাত প্ৰেৰণা অসুখীক নিৰোগ অঘৰীক স্থায়ী নিৰাপত্তাৰ ঠিকনা।। গানে কি আনে হিলদল ভাঙি আনে অজস্ৰ শ্ৰোতা জীৱনত বাৰে…
অমৃত গোস্বামী কালি ৰাতিপুৱা বিশেষ ধৰণৰ চৰাই এবিধৰ মাত শুনি নামঘৰটোৰ কাষৰ বেছ কিছু ওখ-ডাঙৰ গছজোপাৰ ওপৰ ভাগৰ ডাল-পাত বিলাকলৈ ডিঙি মেলি মেলি চাইছিলোঁ — মাতটোনো কি চৰাইৰ হ’ব পাৰে, তাকে ঠাৱৰ কৰিবলৈ৷ কিন্তু নাই— নোৱাৰিলোঁ! সোধা-পোছা কৰিবলৈও ৰাতিপুৱাৰ সেইখিনি…
নৃপেন গোস্বামী সূত্ৰ এটিৰ নাম জুবিন মাটি মানুহ মমতা সূত্ৰৰ পৰিধিত পখী বৃক্ষ প্ৰকৃতি মায়া যাৰ নাই সি সদায় যমৰ প্ৰিয় কিন্তু যাৰ জনম সিদ্ধিৰ অন্য, অনন্য তাৰ মৃত্যু শাশ্বত জগত পোহৰ কৰাৰ যুক্তিৰে…
লোকনাথ গোস্বামী মন দাপোণত-১২ তেজপুৰ আৰু বিষ্ণু ৰাভা দিৱস : (১) বিষ্ণু ৰাভাৰ মৃত্যুৰ সময়ত আমি মেট্ৰিক পৰীক্ষা দি উঠি অনাই-বনাই ঘূৰি ফুৰাৰ কথা ইতিমধ্যে উল্লেখ কৰি আহিছোঁ৷ শিল্পীগৰাকীৰ মৃত্যুৰ বছৰত তেজপুৰত তেওঁৰ সোঁৱৰণত কোনেও কিবা অনুষ্ঠান বা…
নীলোৎপল বৰুৱা পঁইতাচোৰাক পৃথিৱীৰ পৰম প্ৰাণী হিচাপে ভবা পাৰ্থ দত্তই ভুল ঠাইত থকা বেলিটোৰ বিপৰীত ফালে থুৱাই দিলে আৰু বিৰবিৰালে- নীলা কলিতাই জীৱনৰ এট্ৰ’চিটি পাইছে৷ অলবৎ এট্ৰ’চিটি৷ সহিব নোৱাৰিলে৷ স্বগতোক্তিৰ পাছত পাৰ্থ দত্তই এটা মিশ্ৰিত অনুভূতি জিভাত ল’লে৷ ঠিক…
অংকিতা বৰুৱা পুহমহীয়া এটা সেমেকা পুৱা৷ ঠেঁটুৱৈ ধৰা জাৰত ডাঠ শ্বল এখন মূৰে-গায়ে লৈ মই বাইদেউৰ মুখলৈ চাই বহি আছোঁ৷ তেখেতে ইমান ঠাণ্ডাতো এটা হাউচক’টৰ বাদে আন একো উমাল কাপোৰ পিন্ধা নাই৷ ফেৰফেৰীয়া বতাহজাকে মোৰ হাড়লৈকে কঁপাইছে৷ অথচ বাইদেউক…
মৃদুল শৰ্মা বুকুখনত, বুকুৰ ঠিক সোঁমাজতে এটা ফুটা– তাতে কোন কাহানিবাই যে প্ৰতিষ্ঠা হৈছে এটা চকু– কোনেও নেদেখা এটা চকু– অনুভৱৰ এটা চকু– এটা শূন্যতাৰ চকু– বিশাল এটা অতি সূক্ষ্ম সংসূচক চকু৷ স্বচ্ছ শূন্যতাৰ এখন লেন্স– তাৰ মণিটো৷…
উদয় শইকীয়া এখন নৈৰ মৃত্যুত এক জলচৰ প্ৰাণীৰ বেদনা, এখন নৈৰ মৃত্যুত এজাক পৰিভ্ৰমী চৰাইৰ বেদনা। এখন নৈৰ মৃত্যুত প্ৰকৃতিৰ বিধ্বংসী ভয়াৱহতা, এখন নৈৰ মৃত্যুত মানৱ সভ্যতাৰ দ্রুত স্খলন। নৈয়ে জানো জানে! নৈৰ মৃত্যুৰ কথা পলসে কবৰ দিয়া দুটি…
হিল্লোলজ্যোতি সিংহ (হেমন্ত দত্তদেৱলৈ শ্ৰদ্ধাঞ্জলি) হেমন্তলৈ নৰৈ ভৰ বাৰিষাতে গুচি গ’লগৈ তেওঁ শাওনৰ আজি পঁচিছ সঁজাল ধৰা কঠিয়াবোৰ পকিবলৈ আৰু তিনি মাহ বাকী তেওঁ ৰচি যোৱা গীতবোৰে ৰাউচি জুৰিছে… বলুকাত শৰালিৰ ছাঁ * দেখুৱাই গছ-বনক…
(Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম (যোৱা সংখ্যাৰ পাছৰপৰা) অৱশেষত চেবাস্তিয়েন আৰু থিঅ’ আহিল৷ সুদীর্ঘ সাত বছৰৰ মূৰত মই আৰু মোৰ ফৰাচী বন্ধুটিক আকৌ লগ পালোঁ৷ উল্লেখ কৰিছোঁ যে সেয়া আছিল এপ্রিল মাহ৷ এপ্রিল মাহত দিল্লীত গৰম ভালকৈয়ে…