অনুভৱ তুলসীৰ কবিতা : বিষয়ৰ নিৰ্ঘণ্টত অস্তিত্ববোধ আৰু মৃত্যুচেতনা
অসীম কুমাৰ হাজৰিকা অনুভৱ তুলসীৰ কবিতাত সময়, স্মৃতি আৰু অস্তিত্ব এক মৌন, গহীন মানসিক যন্ত্রণা। এই অনুভৱে অস্তিত্বৰ দ্বন্দ্ব উন্মোচন কৰি পাঠকক আত্মমন্থনৰ দিশে খোজ পেলাবলৈ বাধ্য কৰায়। তুলসীৰ অনেক কবিতাত দেখা যায় যে জীৱনক তেওঁ কেৱল…