আফ্ৰিকাৰ লোককবিতা
অনুবাদ: ড° প্ৰাণজিৎ বৰা ১ তেওঁক ভাল পাবৰ পাছৰে পৰা এনে লাগে নিজে খাবলৈ বুলি যেন চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে বাচোতে বাচোতে এখন পথাৰৰ চাউল শেষ হৈ যায় পিছে ক‘ত, শাঁত নপৰে দেখোন অন্তৰখন ২ …
অনুবাদ: ড° প্ৰাণজিৎ বৰা ১ তেওঁক ভাল পাবৰ পাছৰে পৰা এনে লাগে নিজে খাবলৈ বুলি যেন চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে বাচোতে বাচোতে এখন পথাৰৰ চাউল শেষ হৈ যায় পিছে ক‘ত, শাঁত নপৰে দেখোন অন্তৰখন ২ …
ড° পোনা মহন্ত মোৰ ‘ভাৰত দৰ্শন’ আমাৰ দিনত হাইস্কুলীয়া ছাত্ৰ এজনৰ দিনবোৰ তেনেই গতানুগতিক ধৰণে পাৰ হৈ গৈছিল৷ টাউনত থকা ল’ৰাবোৰৰ কথা হয়তো কিছু সুকীয়া৷ তেওঁলোকে স্কুল ছুটীৰ পাছত থাওকতে ঘৰ পোৱাৰ বাবে আমাৰ দৰে ভাগৰুৱা হ’ব লগা নহৈছিল৷ মোৰ…
ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পাছৰ পৰা) এতিয়া সি তাই মানুহে চাম-লুঙ-ফাৰ দিনত গৰকি অহা সেইখন ৱাইছালি দেশলে যাব, যিখন দেশৰ নাম তাৰ খিলঞ্জীয়া লোকৰ মুখত বেলেগ বেলেগ, যিখন বহুতো নামৰ বহু ৰাজ্যৰ সমষ্টি। কথাবোৰ ভাবি ভাবি সি ঘৰৰ বাহিৰলৈ ওলাই…
মূল : লেংষ্টন হিউজ অনুবাদ : মৌচুম বৰুৱা ভয়, শংকা অথবা দমনৰ মাধ্যমেৰেআহিব পাৰে জানো স্বাধীনতা?ওহোঁ নাহে,আজি নাহে,কাইলৈ নাহে,অথবা কোনো দিনেই নাহে৷ আমাৰোতো তোমাৰ দৰেই অধিকাৰ আছেএগজ মাটিৰ ওপৰতআকাশ চাব পৰাকৈদুভৰিত থিয় দি থকাৰ৷ কিন্তু আমি শুনি শুনি ক্লান্ত হৈ পৰিছোঁ—‘‘সময়ত আমাৰ বাবেও আহিবএটা নতুন দিন৷’’ কিন্তু মৃত্যুৰ পাছত…
ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰপৰা) দুই ভাদমহীয়া তিথিকেইটা বছা গাঁৱৰ নামঘৰত বৰ ভাব-ভক্তিৰে পতা হয়৷ মহিলাসকলে আবেলি বেলিকা লগ হৈ নাম লয়৷ এইটো বহু বছৰ ধৰি চলি আহি এটা পৰম্পৰাৰ ৰূপ ল’লেহি৷ পুৰুষসকলৰ সময়ৰ অভাৱ৷ লগতে নিষ্ঠাৰো অভাৱ চাগে৷ আয়তীসকলে…
ৰুদ্ৰ সিংহ মটক ঊনবিংশ শতাব্দীৰ সাহিত্য প্ৰতিভা আৰু সাহিত্য সৃষ্টিয়ে তাৰ বহু বৰ্ণিল, বিৰল শিল্পৰূপ, অন্তর্নিহিত প্ৰমূল্যৰ সাৰৱত্তা, বিপুল বৈচিত্র্য আৰু অৰ্থোজ্জ্বল আৱেদনেৰে বিশ্বসাহিত্যৰ বুৰঞ্জীত এক নতুন যুগৰ পাতনিৰ সূচনা কৰিছিল। এই শতিকাটোৰ যুগমানস আৰু যুগযন্ত্ৰণাৰ সাৰ্থক প্ৰতিনিধি, প্ৰতিভাশালী লেখিকা…
ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ যথেচ্ছ সমন্বয়েৰে…
স্মৃতিৰেখা দেৱী চুমীহঁতৰ স্কুলৰ বছৰেকীয়া পৰীক্ষা কালি শেষ হ’ল৷ প্ৰতি বছৰৰ দৰেই এইবাৰো পৰীক্ষা শেষ হোৱাৰ পাছদিনাই সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী লগ হৈ আজি বৰ্ষপূৰ্তিৰ আনন্দ উপভোগ কৰাৰ লগতে বিভিন্ন বিষয়ৰ কথা পাতিলে৷ গান, সাধুকথা, প্ৰশ্নোত্তৰ, আকস্মিক বক্তৃতা, হাঁহি উঠা অভিনয়, কৌতুক আদিৰে উপচি উঠা…
‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম তাই প্রথমে আইনাত তাইৰ প্রতিবিম্ব ওচৰত মুখ লগাই এবাৰ-দুবাৰ মুখখন কাচৰ ওপৰত ঘঁহিছিল। তাৰ লগে লগে তাই টেবুল আইনাৰ পিছফালে গৈ চাই আহিছিল তাইৰ দৰে এজনী বাঘিনী দাপোণৰ পিছফালে…
সঞ্জীৱ সভাপণ্ডিত শ্ৰীকৃষ্ণ বোলে নন্দ-যশোদাৰ ঘৰত গৰখীয়া আছিল৷ ঘৰৰে ল’ৰা; গতিকে গৰু চৰোৱাটো এটা দায়িত্ব৷ সন্তান আচলতে বসুদেৱ–দৈৱকীৰ৷ কিন্তু গুৱালৰ ঘৰত লালিত–পালিত৷ গুৱালৰ ঘৰত গৰুৰ আপদাল কৰাটো এটা নিত্য–নৈমিত্তিক কামেই৷ বাকীবোৰ কথা আমি জানোৱেই৷ সমনীয়াৰ লগত কৰা দুষ্টামিবিলাক বা শ্ৰীকৃষ্ণৰ…