বছা বকুল
ৰমানন্দন বৰা তিনি বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ দাঁতিৰ জাৰণি, হাবি ভাঙি পাতি লোৱা গাঁওখন আজিৰ পৰা ডেৰশ বছৰ পুৰণি৷ সময়ৰ হিচাপটো বৰ দৰকাৰী নহয়৷ কাৰণ গাঁওখনক সময়ৰ সোঁতে বৰকৈ সলনি কৰিব…
ৰমানন্দন বৰা তিনি বছা মোৰ নিজৰ গাঁও৷ ওপজা গাঁও৷ পলসুৱা মাটি বিচাৰি থাওকাল এদল মানুহে লুইতৰ দাঁতিৰ জাৰণি, হাবি ভাঙি পাতি লোৱা গাঁওখন আজিৰ পৰা ডেৰশ বছৰ পুৰণি৷ সময়ৰ হিচাপটো বৰ দৰকাৰী নহয়৷ কাৰণ গাঁওখনক সময়ৰ সোঁতে বৰকৈ সলনি কৰিব…
নীলোৎপল বৰুৱা জীঊতৰ পাপ লাগিছিল। ডাঠ পাপ। আঠালেতীয়া পাপ। পাপৰ মৰা তেজৰ বৰণ পুখুৰী এটাত সি আকণ্ঠ বুৰ গৈছিল। প্ৰায় এসেৰ ওজনৰ এছটা গোটা লোহাৰে বনোৱা নাল নথকা বেঁকা দাখনৰে জীয়া ছাগলী এটা ঘাপ মাৰি দিয়াৰ পাপ। মঙহৰ সজ্জাটো ঢিপঢিপাই…
আকাশ দীপ্ত ঠাকুৰ সামান্য জালুকৰ গুৰি দি বাকি অনা ৰঙা চাহকাপ আৰু অকণমানি বিস্কুটৰ পেকেটটো কাষৰ সৰু মেজখনতে থৈ মই মালাৰ ফালে এবাৰ চালোঁ৷ মনতে ভাবিলোঁ, চাহকাপ খোৱাৰ আগতে এইমাত্ৰ বাহিৰত দেখি অহা সেই আচহুৱা ঘটনাটোৰ বিষয়ে তেওঁক কোৱা যাওক৷ …শীৰ্ণকায়…
স্মৃতিৰেখা দেৱী ‘ইয়াৰ পাছত? মানে সংকলনৰ কথা ভবা নাই?’- চালাডৰ কাৰণে থোৱা বিলাহী এটা লিৰিকি–বিদাৰি বেদে প্ৰশ্নটো সুধিছিল শাশ্বতীক; চেল্ফ্খনত গা–টো ভেঁজা দি, ভৰি দুটা কেৰেচীয়াকৈ লৈ। ‘না…ই ! সেইবোৰ ভবাই নাই। এৰি দিয়াৰ নিচিনাই হৈছে আজিকালি এইবোৰ…।’- শাশ্বতীৰ কথাষাৰত যেন…
পৰী পাৰবীন দিনৰ প্ৰখৰ ৰ’দত উত্তপ্ত হৈ উঠা শুকান বালিময় পাহাৰ নেওচি বেলিটো খহি পৰাৰ লগে লগে নগৰখনলৈ ব্যস্ততা নামি আহিছে। দিনৰ দিনটো অলৌ-তলৌকৈ ঘূৰি টোকাবহীত ইটো সিটো লিখি ক্লান্ত হৈ পৰা দেহাটো চোঁচৰাই মই কান্দাহাৰ নগৰৰ বজাৰ এখনত সোমাই…
মূল : চাদাত হাছান মাণ্টো অসমীয়া অনুবাদ : কাৰিকা সুমন (কেৱল উৰ্দু সাহিত্যতে নহয়, বিশ্ব সাহিত্যত চাদাত হাছান মাণ্টো এক পৰিচিত নাম৷ সমাজৰ মিছা আৱৰণ আঁতৰাই নতুন সমাজ গঢ়িব বিচৰা এইজন কথাশিল্পীৰ বহুকেইটা গল্প বিভিন্নজনে অসমীয়ালৈ অনুবাদ কৰিছে যদিও তেওঁৰ প্ৰবন্ধৰ…
নৱজিৎ চেলেং ষাঠিলৈ মাজত তিনিটা বছৰ বাকী ফুলমাৰ। বাইছ, তেইছ, চৌবিছ। হয়, পুৰাপুৰি তিনি বছৰ। ফুলমাই হাতৰ আঙুলিত লিখি চালে- “দুহেজাৰ বাইছ, দুহেজাৰ তেইছ, দুহেজাৰ চৌবিছ।” দুহেজাৰ চৌবিছত ফুলমায়ে অৱসৰ পাব। চৰকাৰী অৱসৰ। -“যোৱা ফেব্ৰুৱাৰিত জইন কৰিছিলোঁহে। যাবৰে হ’ব…
(সম্পূৰ্ণ উপন্যাস)অৰ্পিতা বৰঠাকুৰ মিশ্ৰ খণ্ড- ১ বহুবৰ্ণ সুবাসিত পুষ্পগুচ্ছৰে সজ্জিত কৰি তোলা হৈছে ৰাজপ্ৰাসাদ৷ প্ৰাসাদৰ প্ৰতিটো কোণ, প্ৰত্যেক কক্ষ যেন নৱনিৰ্মিত সৌন্দৰ্যৰ ভৰত উপচি পৰিছে৷ স্বৰ্ণবৰ্ণা, সমুজ্জ্বল সুকোমল বস্ত্ৰৰে আচ্চাদিত হৈছে প্ৰত্যেক প্ৰৱেশদ্বাৰ, প্ৰত্যেক খিৰিকি৷ পদূলিৰ সিংহদ্বাৰৰ পৰা চৌদিশে ৰঙৰ পোহাৰ মেলি সুশোভিত ৰাজঅন্তেষপুৰী৷…
ড০ খগেশ সেন ডেকা প্ৰস্তাৱনা : মানৱ-সভ্যতাৰ অগ্ৰগতিত ভাষাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ ভাষাৰ বাবেই প্ৰাণী জগতৰ সকলো জীৱৰ ভিতৰত মানুহ নামৰ প্ৰজাতিটোৱে এক সুকীয়া স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে৷ প্ৰকৃতি জগতত নিৰ্দিষ্ট বাচিক ধ্বনি-ৰীতি আৰু তাৰ সৈতে অৰ্থৰ…
অংকিতা বৰুৱা কাৰ্ভিঙ নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি খুব সাৱধানে তাৰ হাতখন চলাই গৈছে । তাৰ বিশেষ ধ্যান থাকে চকুযুৰিত । শব্দতকৈ এযোৰ চকুৰ সংবেদনশীলতাই তাক বেছিকৈ আকৰ্ষিত…