Tag সংগীত

গিনীপিগ্

অপূৰ্ব কুমাৰ শইকীয়া মুম্বাই অন্তৰ্দেশীয় বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতহে তাৰ অনুভৱ হ‘ল – ‘মানুহ মহানগৰবিলাকলৈ নিজকে হেৰুৱাবলৈ আহে‘ বোলা কথাটো তাৰ মানে সঁচা ! বাহিৰত হাতে হাতে প্লে‘কাৰ্ড প্ৰদৰ্শন কৰি অগণন মানুহ, কোনোবাজন বিশুদ্ধ গাড়ীচালক, কোনোবাজন হয়তো যোগাযোগৰ অভাৱত অনাত্মীয় হৈ পৰা…

একেখন নাৱৰে যাত্ৰী

অংগনা চৌধুৰী তেতিয়া মই দিল্লীৰ পাহাৰগঞ্জ এলেকাত। হ’টেলৰ বেলকনিৰ পৰা যদি তললৈ চাওঁ এখন ৰঙীন জলছবিৰ দৰে লাগে পাহাৰগঞ্জখন নিতৌ ইয়াত কত কাহিনীৰ উন্মেষ ঘটে, মাৰ যায় কত সপোন, উত্থাপন হয়— কত সৰুৰ পৰা ডাঙৰলৈকে নানা ব্যৱসায়ৰ পতনো ঘটে তেনেদৰে…

ধূলিৰ ধুমুহাত এদিন

শিল্পীকা ৰাজগুৰু          চৌবিছটা ঘণ্টাৰ ক্ৰিয়া-বিক্ৰিয়াৰ কৰ্ষণৰ ফলতে জন্ম হয় একোটা বহু প্ৰত্যাশিত প্ৰাণচঞ্চল দিনৰ। তিক্ত অভিজ্ঞতাৰে সমৃদ্ধ মাত্ৰ কেইটামান ঘণ্টাও কেতিয়াবা এটা পূৰ্ণাংগ দিনৰ সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। অচিন কাৰোবাৰ সৈতে ভাবৰ আদান–প্ৰদান কৰোঁতে যেনেদৰে কোনো অসৰ্তক মুহূৰ্তত আগন্তুকক…

মহামায়া

গায়ত্ৰী প্ৰান্তিক শৰ্মা একেঘাপে পাৰটোৰ ডিঙিটো কাটি মুণ্ডহীন পাৰটোৰ ডিঙিটো মুখতে লগাই এক বিশেষ ভংগীমাত নৃত্য কৰি কৰি কোট্ কোট্‌কৈ‍তেজবোৰ পি খাইছিল পূজাৰীজনে। কাষতে ইতিমধ্যেই কাটি কাটি থৈ যোৱা হৈছিল হাঁহ, ছাগলী আদি বিভিন্ন মুণ্ডহীন জীৱবোৰ। বাজি উঠিছিল শংখ, ঘণ্টা।…

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰপৰা অনুবাদ : ৰমানন্দন বৰা                             নবীন কবিলৈ চিঠি (এক)    …

পৃথিৱীৰ সহোদৰক বিচাৰি

ৰিপুঞ্জয় বৰদলৈ — “ছাৰ, আপুনি যে ক’লে বিশ্বব্ৰহ্মাণ্ডখনত অনন্ত কোটি তাৰকাৰাজ্য আছে… আৰু নিতৌ তাৰকাৰাজ্যৰ গঠন আৰু মৃত্যু ঘটি আছে বুলি?” — “হয়, তুমি ঠিক কৈছা অসীম। আজিৰ তাৰিখত বিশ্বব্ৰহ্মাণ্ডত কিমানখন সৌৰজগত আছে, তাক কোৱাও অসম্ভৱ যেন কথা। কাৰণ আমাৰ…

পিছলৈ উভতি চাওঁ— ৬

কলপাতৰ ফুটাৰে অ, আ, ক, খ ড° পোনা মহন্ত মোৰ পাঁচ-ছবছৰ মান হওঁতে দেউতা নে খুৰা কোনোবা এজনে নি ৫৬৫ নং বাৰেঘৰ ভকত গাঁও এল.পি. স্কুলত নামটো লিখোৱালেগৈ। মোৰ সোঁৱৰণিত আন এটা শুনিবলৈ ভাল আৰু অৰ্থপূৰ্ণ নাম আছিল যদিও ঘৰত…

‘হালধীয়া বৃত্ত’-ত জীৱন সত্য আৰু সমাজ জিজ্ঞাসাৰ নান্দনিক চিত্রকল্প

ৰুদ্ৰ সিংহ মটক      ‘‘Poetic feeling is directed feeling, — feeling directed by the social ego.’’ (Christopher  Caudwell)  হালধীয়া বৃত্ত একাধাৰে কবি, সংগীতশিল্পী, নাট্যকাৰ  তথা বোলছবি অভিনেতা বিশাল অনুৰাগৰ তৃতীয় কাব্যগ্ৰন্থ হালধীয়া বৃত্ত (২০১৯)। উল্লেখযোগ্য যে ‘হয় মই সন্ত্রাসবাদৰ পক্ষপাতী’ (১৯৯৭)…

জোনধনে জোনালীতে তৰাৱতীক চায়

দীপামণি শইকীয়া শান্তি নিকেতনৰ কলা একাডেমি‍ৰ পৰা অসমলৈ ঘূৰি অহাৰ প্ৰায় পাঁচ বছৰ মানেই হৈছিল পৱন দুৱৰাৰ৷ দেশ-বিদেশৰ বিভিন্ন স্থানৰ পৰা কামৰ বাবে কত নিমন্ত্ৰণ আহিছিল, কিন্তু তেওঁক  যেন সেই লোভনীয় প্ৰস্তাৱবোৰে  স্পৰ্শই  কৰিব পৰা নাছিল৷ তেওঁ কেনভাছত ছবি আঁকিছিল,…

স্নেহগচ্ছিত

মেঘনা চৌধুৰী ‘‘তুমি শৃংগাৰ কৰিলে দেবুৱে বৰ ভাল পাইছিল। অন্ততঃ সেইবাবেই তুমি নিজকে ভালকৈ ৰখাটো জৰুৰী।’’ কথাষাৰে পলকতে মোৰ তন্ময়তা ভাঙি পেলালে। হস্পিটেলখনৰ চতুৰ্থ মহলাৰ বেলকনিত ৰৈ আছিলোঁ আমি। অলপ আগতে ঠাইখিনি ছেনিটাইজ্‌ড কৰা হৈছিল। তেতিয়াও ধোঁৱাই আমনি কৰি থকা…