গাহৰিত সংক্ৰমিত হোৱা মহামাৰি: আফ্ৰিকান ছোৱাইন ফিভাৰ
ডাঃ ঘনকান্ত দলে আজি ছমাহতকৈ অধিক কাল অসমৰ পোহনীয়া গাহৰিবোৰ মহামাৰি হৈ বৃহৎ সংখ্যাত মৃত্যুমুখত পৰিছে। দেখা যায়, গাহৰিৰ এই ৰোগ মানৱ সমাজত বৰ্তমান আতংক সৃষ্টি কৰি থকা ক’ৰনা অতিমাৰিৰ সময়ৰ পৰাই আৰম্ভ হৈছিল। উল্লেখযোগ্য যে, এই বেমাৰৰ সাদৃশ্য হ’ল…