Tag ভাষা

লুট্‌ফা হানুম ছেলিমা বেগমৰ কবিতা

ড° নিশিগন্ধা তালুকদাৰ         আধুনিক অসমীয়া কবিতাৰ উন্মেষণৰ পৰা বৰ্তমানলৈ অসমীয়া কবিতাৰ জগতখনে এটি দীঘলীয়া সময় অতিক্ৰম কৰিলে৷ এই কথা অকপটে স্বীকাৰ কৰিব পাৰি যে সাহিত্য অনুৰাগীসকলৰ মাজত গল্প, উপন্যাস তথা নাটকৰ তুলনাত কবিতা অধিক জনপ্ৰিয়৷ কেৱল জনপ্ৰিয়ই নহয়, অনুৰাগীৰ মাজত…

প্ৰাৰ্থনা

এম. কামালুদ্দিন আহমেদ অনুচ্চাৰিত শব্দবোৰমুখগহ্বৰতে লুকাই থাকেস্বৰ্গীয় পোহৰৰ এচমকাসেইবোৰতে লিপিট খাই থাকে গোটেই ৰাস্তাতে‍আখৈৰ অঞ্জলিদোকমোকালিতে দোৰোণ ফুল ইমানকৈ ফুলিছে আখৈৰ বৰণ একেই আছেদোৰোণ ফুল দোৰোণ হৈয়েই আছেৰূপান্তৰৰ নিয়ম সিহঁতে পাহৰিছে তোমাৰ জিভাত থিত লগা শব্দবোৰ উচ্চাৰিত হৈপ্ৰাৰ্থনাগৃহতে আবদ্ধ হৈ আছেবাহিৰ ওলাব নোৱাৰি দিগ্‌বিদিক হেৰুৱাইছে তোমাৰ…

ধনগুলৈ

 ৰাজশ্ৰী ধনদিয়া চাপৰ ভেঁটিটোৰে সৈতে ঘৰটোৰ পি‍ছফালে গাতে লাগি আছে বাঁহনিডৰা, গেজেপ মাৰি ধৰা, তাৰ পি‍ছতেই পথাৰখন। দিন–দুপৰত পথাৰখনত তীক্ষ্ণ মাতটোৰে উৰি ফুৰা বালিঘোঁৰা চৰাইটো ৰাতি–বিয়লিও সাৰে থাকে হ’বলা। জাৰণিডৰাত খিৰিক্‌কৈ‍ শব্দ হ’লেই চৰাইটোৱে মাত দিয়ে; আনকি বাঁহপাত এটা বতাহত লৰিলেও।  বালিঘোঁৰা…

কবি আৰু পঢ়ুৱৈ‍

 উদয় কুমাৰ শৰ্মা সম্প্ৰতি আমি আমাৰ চৌদিশে দেখিবলৈ পাই আছোঁ নৃশংসতা, লুণ্ঠনৰ নৈৰাজ্য, পৈশাচিক বৰ্বৰতা৷ তাৰ মাজতো মৰি যোৱা ঘাঁহ গজি সেউজীয়া হৈ আছে, এজাক পখিলা উৰি আহি ফুলৰ পৰা প্ৰেমৰ মন্ত্ৰ শিকিছে৷ ভয়ংকৰ দুৰ্দিনৰ মাজতো পৃথিৱীৰ ক’তো কেতিয়াও কবিতা লিখা বন্ধ হৈ যোৱা…

দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)

মূল: ৱি‍লিয়াম বাটলাৰ য়িট্‌ছ্‌ (William Butler Yeats) অনুবাদ: যশোৱন্ত নিপুণ ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ কণ্ঠ; সকলো খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে; মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন, ৰক্তাক্ত বাধাহীন জোৱাৰে আৱৰে,…

সম্পাদকীয়

দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে ‘ভাল’ আৰু ‘বেয়া’৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি প্ৰত্যেকেই নিজৰ মতে ভাল আৰু বেয়াৰ সংজ্ঞা একোটা স্থিৰ কৰি লওঁ আৰু সেইমতেই বিবিধ বিষয়ৰ আলোচনাত শব্দ দুটা…

অসমীয়া কবিতাৰ গতিধাৰাত কপিল ঠাকুৰৰ কবিতা

 জয়ন্ত ডেকা অসমীয়া কবিতাৰ সুদীৰ্ঘ ইতিহাসত মননশীল কাব্যপাঠেৰে নতুন আশাবাদ কঢ়িয়াই অনা অন্য এগৰাকী কবি কপিল ঠাকুৰ৷ ভাব আৰু অৰ্থৰ সুসংহত বিন্যাসৰে কবিতাৰ নিৰ্মাণশৈলীত তেওঁ ৰোপণ কৰিছে নতুনত্বৰ ভালেকেইটা আংগিক৷ সোঁতৰ বিপৰীতে গতি লাভ কৰা সামাজিক পটভূমিত মানৱীয়তাৰ সন্ধানৰ লক্ষ্যই…

উলাহেৰে উভতি চাওঁ-৯

 ড০ পোনা মহন্ত তেতিয়াৰ নেফাৰ নক্তে জনগোষ্ঠীৰ ল’ৰা এজন আমাৰ ঘৰত কেইবাবছৰো থাকি পঢ়া–শুনা কৰাৰ কথা আগৰ লেখাত উল্লেখ কৰিছোঁ৷ ৱাংলিয়াম নামৰ এই ল’ৰাটো মোৰ ডাঙৰ দাদাৰ লগত আমাৰ বাৰেঘৰ সত্ৰ ভকতগাঁৱৰ ঘৰলৈ আহিছিল৷ দাদা সেই সময়ৰ দুৰ্গম নেফালৈ কেনেকৈ যাবলৈ…

নবীন কবিলৈ চিঠি

Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কে এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা পঞ্চম পত্ৰ     ৰোম, অক্টোবৰ, ১৯০৩         প্ৰিয়বৰ, মই ফ্ল’ৰেন্সত থাকোঁতে ২৯ আগষ্ট তাৰিখে তোমাৰ পত্ৰ পালোঁ৷ দুমাহ পাৰ হ’ল৷ মই এতিয়াহে তোমাৰ…

সেউজপুৰৰ সাধু

 স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত  (যোৱা সংখ্যাৰ পাছৰ অংশ) জোন ওলাবলৈ পালে কি নাপালে, বাটলুৰ বাহিৰে বাকী কেউজন সভাসদ ইতিমধ্যে মহাৰাজ কেশৰীৰ বাসস্থানত আহি উপস্থিত হ’লহিয়েই৷ ‘তাৰ মানে বিষয়টোৰ গুৰুত্ব সকলোৱে বুজি পাইছে’– মহাৰাজে ভাবিলে৷ : আপোনাৰ চিন্তাৰ কাৰণটো মই…