চাৰি মাহৰ মালিতা
প্ৰশান্ত মিশ্ৰ ১। মেঘৰ অশ্ৰুত গজালি মেলা সপোন শাওণৰ দুপৰীয়া ডোং এটাৰ পাৰতভেকুলী এটাই পোক এটা ধৰিছিলসৰু ঢৌ তড়িৎ বেগেৰে এডাল সাপপথাৰৰ আলিৰ বোকাত ভেকুলীটোআৰু এটা দীঘল জাঁপডাঙৰ ঢৌ এহাল ফেঁচু চৰাই উৰি ফুৰিছিল ধৰাত মেঘৰ চকুলো বোকা পানীতেই আশাশস্যৰ কোমল বুকুতমেঘৰ অশ্ৰুত গজালি মেলা সপোন ফলি-পুথিৰ শাওণৰ পথাৰ ভেকুলীপোকসাপফেঁচু…