Tag ভাষা

নিৰৱধি

 পাপৰি গোস্বামী ৰঙাৰ লগত ঈষৎ হালধীয়া ৰংটো মিহলাই পুনৰ এবাৰ তেওঁ মনে বিচৰা ৰংটো তৈয়াৰ কৰিবলৈ প্ৰয়াস কৰিলে।  চন্দনৰ তিলক লগোৱা কপালখনত দুটা ডাঙৰকৈ ভাঁজ দেখা গ’ল। নাই, পৰিমাণটো হয়তো ঠিক হোৱা নাই। এইবাৰো সন্তুষ্ট নহ’ল তেওঁ।  কাষত থকা বাকীবোৰ ৰঙৰ টেমা এটা এটাকৈ হাতত লৈ ঘূৰাই ঘূৰাই…

বাকিংহামৰ পৰা নৱাবৰ দেশলৈ

অব্যক্ত নিৰ্বাণ ৰাজখোৱা জাহাজৰ ডেকৰ পৰা সূৰ্যাস্ত চোৱাৰ এটা অদ্ভুত আমেজ আছে৷ এই আবেলি পৰতে জলপৰীসদৃশ শিহুবোৰে জাহাজৰ কাষে কাষে নাচিবলৈ আৰম্ভ কৰে৷ মাজে মাজে একোজাক পৰিভ্ৰমী চৰায়েও ভুমুকি মাৰে৷ সিহঁতৰ মধুৰ মাতে নিৰ্জনতা ভেদি ঘুমটিৰ জড়তা ভাঙে৷  নিয়মমতে মই…

বিনাশত গজা শুভ্র বেলি

বিদিশা দত্ত সেই ৰাতিটোৱে কেৱল বিনাশৰ সাধু কৈছিল। আজন্ম চিনাকি চেনেহৰ ভূমিখণ্ড সেই ৰাতিটোৰ ভিতৰতে বধ্যভূমিত পৰিণত হৈছিল। জুইৰ লেলিহান শিখাই আকাশ চুব খুজিছিল। অসহ্যকৰ গোন্ধ বিয়পিছিল সৰ্বত্ৰ। পোৰা মঙহৰ গোন্ধ। কেঁচা তেজৰ গোন্ধ।  কি জন্তুৰ মঙহ!  কি মানুহৰ তেজ! …

মিণ্টুৰ ছবি

 মূল বাংলা : খগেন্দ্ৰ নাথ মিত্ৰ অনুবাদ : ড° ৰমেন ঠাকুৰীয়া মিণ্টুৰ ককায়েক ৰঞ্জনে ছবি আঁকে৷ বৰ ভাল ছবি আঁকে৷ পদুম ফুল, মানুহ, ৰজা-ৰাণী— কত কি যে ছবি! সকলোৱে তাৰ ছবি চাই প্ৰশংসা কৰে৷ মিণ্টুৱেও এদিন ককায়েকে অঁকা ছবিৰ বহীখনৰ পৰা পাত এখিলা লৈ ছবি এখন আঁকি…

উলাহেৰে উভতি চাওঁ-১৪

 ড° পোনা মহন্ত  হাইস্কুলীয়া দিনৰ এটা খতিয়ান: নাজিৰা হাইস্কুলত নাম লগোৱাৰ পাছৰে পৰা মোৰ সাধাৰণ জীৱনটোৰ ল’ৰালি কালৰ গতি সলনি হ’বলৈ ধৰে৷ লগৰীয়াহঁতৰ সৈতে অনাই-বনাই ঘূৰি ফুৰা আৰু সময়ে-অসময়ে খেলা নানা প্ৰকাৰৰ খেলবোৰ প্ৰায় অন্ত পৰিল৷ এইবোৰৰ বাবে সময় ক’ত? আগতে কৈ…

খিৰিকীৰে এখন সেউজীয়া পৃথিৱী

ড° ৰমেন ঠাকুৰীয়া ৰাতি তেওঁ এটা অদ্ভুত সপোন দেখিছিল৷ তেওঁ অফিচলৈ বুলি যাবলৈ সাজু হৈছে৷ ঘৰৰ কামৰ পৰা মূৰ দাঙিব নোৱৰা ঘৈণীয়েক জানকীয়ে তাৰ মাজতো সুৰুঙা উলিয়াই তেওঁৰ হাতত তুলি দিছেহি অফিচলৈ নিয়া বেগটো৷ বৰুৱাই ইফালে-সিফালে চাইছে৷ পূৰঠ হৈ আহিব ধৰা…

পাঠাগাৰ

সদাশয় পঢ়ুৱৈসকললৈ নিৱেদন আপোনাৰ পঠন অভিজ্ঞতাও এইটো শিতানত প্ৰকাশ কৰিব পাৰে। আপুনি পঢ়া গ্ৰন্থখনৰ বিষয়ে সংক্ষিপ্তৰূপত লিখি আমালৈ পঠাওক। লগতে গ্ৰন্থখনৰ প্ৰকাশকৰ নাম, প্ৰকাশৰ স্থান, প্ৰকাশৰ চন-তাৰিখৰ সৈতে প্ৰচ্ছদৰ স্পষ্ট ফট’ এখনো পঠাওক। গ’ডো আৰু গন্তব্যৰ গল্প গীতালি বৰা   পাঞ্চজন্য৷…

নিফুট পৰাণ

গীতিমণি গোস্বামী (বৰঠাকুৰ) টানকৈ বন্ধা বক্ষবন্ধনীডালে তাক অসুবিধাত পেলাইছে৷ দুঘণ্টা সময় তাৰ লগত লাগি থকা মেক্‌ আপৰ মানুহজনো আন ভাৱৰীয়াক সজোৱাত ব্যস্ত৷ পিঙৰ পৰা এৰাই যোৱা চাদৰৰ আঁচলটো সযতনে এক ভঙ্গিমাৰে দাঙি লৈ সি ছোঁ-ঘৰৰ ভগা আইনাখনত নিজক চালে৷ বৈ পৰা দীঘল ভ্ৰূ, নীলা…

আত্মবিভোৰ

কাব্যশ্ৰী মহন্ত নয়নৰ ঘৰৰ দুৱাৰমুখত  কলিং বেল টিপিব খুজিও ৰৈ গ’লোঁ৷ কোন বা আছে ভিতৰত! সি যদি জিৰণি লৈ আছে কলিং বেলৰ শব্দই আমনি কৰে যদি? নতুবা শ্ৰেয়াই যদি দিনটো দৌৰাদৌৰি কামৰ অন্তত অলপ শুইছে তেন্তে? ফ’ন এটা কৰি অহাহ’লেই ভাল আছিল নেকি? কিন্তু…

মাৰ্ক্সীয় সাহিত্যবীক্ষা

ড° তপোধীৰ ভট্টাচাৰ্য অসমীয়া অনুবাদ : কুমুদ ঘোষ (সমকালীন বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড° তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢ়োৱা ড° ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ…