বঙহৰ জুই
অংগনা ভট্টাচাৰ্য্য শীলভদ্ৰাৰ টোপনি নাহিল৷ তাই বিছনাখনতে বহি লৈ আঁঠু দুটাৰ মাজত মূৰটো গুজি দিলে৷ ক্ষন্তেক এনেকৈয়ে থকাৰ পাছত তাইৰ বুকুখন হমহমাই উঠিল৷ তাইৰ কান্দিবৰ মন গ’ল৷ ডাঙৰকৈ৷ কিন্তু এইকণ বিলাসিতাও তাই আঁজুৰি নল’লে৷ কি কৰা যায়? বাঙালখাতাতেই…