বতৰৰ বতৰা
নৱনীতা ভট্টাচাৰ্য্য (৪) ফাগুণ মাহ মানেই বেমাৰ৷ সেইবাবে এই সময়ছোৱাত খোৱা-লোৱাত কিছু মনোযোগ দিবলগীয়া হয়৷ সেইবাবে এই কেইদিন মাকেও ৰিণিক খোৱা-লোৱাত সজাগ হ’বলৈ বৰকৈ কৈ আছে৷ সিদিনাখনলৈ স্কুললৈ যাবলৈ ওলোৱাৰ সময়ত মাকে তাইক ফাগুন মাহৰ কথা কৈ ক’লে, “বতৰ…