Tag ভাষা

প্ৰাক-ঔপনিৱেশিক আৰু ঔপনিৱেশিক-কালিন যোৰহাটৰ বুৰঞ্জী সাহিত্য চর্চা : এক অসম্পূর্ণ সমীক্ষা

 ড০ ৰক্তিম ৰঞ্জন শইকীয়া আহোম ৰাজ্যৰ শেষ ৰাজধানী যোৰহাটৰ পট্টনৰ ইতিহাস তুলনামূলকভাৱে নতুন৷ এই তুলনামূলকভাৱে নতুন নগৰখন আৰু ইয়াৰ দাঁতিকাষৰীয়া ঠাইবোৰত কম সময়ৰ ভিতৰতে ইতিহাস চর্চাৰ এক পৰিৱেশ গঢ় লৈ উঠিছিল ৷ অথচ সাহিত্য সৃষ্টিৰ বাবে এক বিকশিত অধিক উৎপাদনশীল…

অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী সেউজীয়া সেউজপুৰখন হঠাতে বহুৰঙী হৈ উঠিল৷ খুব কম সময়তে ৰং-বিৰঙৰ ডাঙৰ ডাঙৰ কলপাততকৈও বহুত ডাঙৰ বস্তু কিছুমান, তামোল গছৰ ঢকুৱাৰ দৰে তাতকৈও ডাঙৰ ডাঙৰ বস্তু কিছুমানৰ সহায়ত অচিন গ্ৰহৰ অতিথিকেইজনে মানুহ থকা ঘৰৰ নিচিনা ঘৰ কিছুমান সাজি উলিয়ালে৷ সেই ঘৰবোৰৰ ভিতৰলৈ…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৬

(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ)                                        নিজৰা ৰাজকুমাৰী চিটিবাছ চালক ৰামু আৰু জোচেফ, ৰিক্সাৱালা ৰহিমৰ পৰা সোণটি, শেৱালি, মিনতি, জয়ন্ত আদিলৈকে যিবোৰ চৰিত্ৰৰ মানৱীয়তা অথবা অমানৱীয়তাই, পৰিৱেশ-পৰিস্থিতিয়ে নগাঁৱৰ শ্ৰীকৃষ্ণ ফিল্মছৰ বেনাৰত নিৰ্মাণ হোৱা, ১৯৭১ চনৰ ২৬ ফেব্ৰুৱাৰিত মুক্তি পোৱা…

কথাৰ দস্তাবেজ

(পিংকুজিৎ দাসৰ হাতত) পৰাগজ্যোতি মহন্ত   কত কথা হৈ যায় কো‌ৱা – তথাপি, আমি ইমান কিয় অধীৰ এই যেন শুনিম এই যেন ক’ম   ক’ৰবাত কোনোবাখিনিত কোনোবাই কেঁকুৰিত ৰৈ কিবা যেন কৈ যাবলৈকে এপলকৰ বাবে উভতি চাইছে আমালৈ ইমান চিনাকি…

অসমীয়া ভাষাৰ ভৱিষ্যত

ভাৰত চৰকাৰে ২০২৪ চনৰ ৩ অক্টোবৰত ভাৰতৰ ধ্ৰুপদী ভাষা আন চাৰিটা ভাষাৰ লগতে অসমীয়া ভাষাকো স্বীকৃতি প্ৰদান কৰে৷ ধ্ৰুপদীভাষা হিচাপে অসমীয়া ভাষাৰ এই স্বীকৃতিৰ যাত্ৰাত বহুজন গুণী লোকে নিজৰ নিজৰ অৰিহণা আগ বঢ়াইছে৷ তাতে হাত উজান দিছে অসমৰ চৰকাৰেও৷ এখন…

অসমীয়া কথা সাহিত্যত দেশ বিভাজন

বাসুদেব দাস এখানে তো শাঁখেৰ কৰাতে দিনগুলি কেটে যায় কৰাতের দাঁতে সীমানার দাগে দাগে জমাট ৰক্তেৰ ভাগ কালনেমি কৰে লঙ্কা ভাগ (দিনেশ দাস) ১৯৪৭ চনৰ আগস্ট মাহত ৰেডক্লিফৰ কলমৰ এটা আঁচোৰত ভাৰতবর্ষৰ অঙ্গহানি ঘটিছিল। ক্ষতবিক্ষত হৈছিল দেশ। অজস্র মানুহ ইপাৰৰ…

মৌচুমী বড়া বৰুৱাৰ কবিতাত জীৱনসত্য আৰু সমাজ জিজ্ঞাসা

 ৰুদ্ৰ সিংহ মটক    মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা যৌৱনতে তেওঁ সাহিত্যৰ, কবিতাৰ প্ৰেমত পৰিছিল। এটা সময়ত এই প্ৰেমেই হৈ পৰে কাব্য সৃষ্টিৰ চিৰন্তন আৱেগ…

অমৰা আৰু ক্ৰেব নেবুলা

 মূল : মুহম্মদ জাফৰ ইকবাল (বাংলা) অনুবাদ : ৰঞ্জনা দত্ত তাৰ এই অভ্যাসটো আৰম্ভ হৈছিল একেবাৰে সৰুকালৰে পৰা৷ ৰঞ্জুৰ বয়স তেতিয়া চাৰি বছৰ৷ তাৰ মাক দেউতাকে ভাবিলে সি এতিয়া ডাঙৰ হৈছে গতিকে অকলে শোৱা দৰকাৰ৷ বায়েক শেৱালিৰ কোঠাত তাৰ কাৰণেও সৰু বিছনা…

ৰাম-কৃষ্ণ মুকুন্দ/ অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ

 অমৃত গোস্বামী   “ৰাম-কৃষ্ণ মুকুন্দ/ “অ’ ত্ৰাহি ত্ৰাহি গোৱিন্দ/  আৰে অ’, তোমাৰ বচন স্বামী”… ভাতৃসম প্ৰতিৱেশী গোঁহায়ে ফোন‌ কৰি কৈছিল–“গোস্বামীদাদা, আজি নাম এষাৰ পাতিছোঁ– এঘাৰমান বজাত পোৱাকৈ আহিব। অ’‌ হেৰি নহয়, বৌক ক’ব দুপৰীয়া আপোনালৈ ৰান্ধিব নালাগে। ভাতসাঁজ আমাৰ ঘৰতে…

শেষ প্ৰহৰৰ কিয়দংশ

উৎপল বৰকটকী দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷ গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন; সকলো এতিয়া আলৰ ৷ আকাশৰ নীল বিশালতাক ডাৱৰে শুহি খায় ৷ আকাশত এতিয়া সেই নীলা নাই ৷ সেউজীয়া পাহাৰখন যেন এটা…