Tag ভাষা

কলীয়াপানীৰ কাৰাগাৰত ভূতৰ উচুপনি

ড০ বিমল বৰা   বিশ্বাস কৰক বা নকৰক, ভূত থাকক বা নাথাকক, ভূতৰ কাহিনীবোৰ কিন্তু  সকলোতে আছে৷ ভূতৰ লগত প্ৰত্যক্ষভাৱে আমি কি হয়তো কোনোৱেই মুখা-মুখি হোৱা নাই, কিন্তু ৰসাল কাহিনীবোৰ মানুহৰ মুখে মুখে বাগৰি ফুৰে৷ শনি আৰু মঙ্গলবাৰে আৰু বিশেষকৈ…

স্বৰাজোত্তৰ কালৰ অসমীয়া চিনেমা-৭

 (পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী অভিযান নামৰ চিনেমাখনৰ চিত্ৰনাট্য লিখা আৰু পৰিচালনা কৰাই নহয় সুজিত সিংহই চিনেমাখনৰ চিত্ৰগ্ৰহণো কৰিছিল৷ ককায়েকৰ মৃত্যুৰ পাছত সকলো সম্পত্তি আৰু পৰিয়ালটো কেনেদৰে অসৎ ভায়েকে ধ্বংসৰ গৰাহলৈ ঠেলি দিছিল আৰু খুৰাকৰ কুকৰ্মৰ ফলৰ পৰা…

আমাৰ শৰীৰত প্ৰৱেশ কৰা মাইক্ৰ’প্লাষ্টিকক লৈ আমি চিন্তিত হোৱা উচিত নেকি?

 ড° ভাৰত বৰুৱা   আমাৰ চাৰিওফালে আমাৰ জ্ঞাতে বা অজ্ঞাতে বিয়পি থকা মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকাবোৰ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰিব পাৰে সেয়া এতিয়াও স্পষ্ট নহয় যদিও বিজ্ঞানীসকলে এতিয়ালৈকে যি বিচাৰি পাইছে তাক লৈ আতংকিত হোৱাৰ…

কলা কি?

  লিও টলষ্টয়ৰ ‘What is Art?’   গ্ৰন্থৰ অসমীয়া অনুবাদ অনুবাদ : ড° বিৰিঞ্চি কুমাৰ দাস   (৯)  কলাৰ কাৰ্য এইটো কথাৰ ওপৰত প্ৰতিষ্ঠিত যে যিগৰাকী মানুহে তেওঁৰ শ্ৰৱণেন্দ্ৰিয় অথবা দৰ্শনেন্দ্ৰিয়ৰ মাধ্যমেৰে আন এগৰাকীৰ অনুভূতিৰ অভিব্যক্তিক গ্ৰহণ কৰে, তেওঁ নিজে সেই অনুভূতিৰ অভিজ্ঞতা লাভ…

যাওঁগৈ ব’লা চাওঁগৈ

জোনমণি দাস ১. নোকোৱাকৈ নোৱাৰি স্বমেহনত স্খলিত বীৰ্যৰ শেষ টোপালটোতো সেয়া ময়েই, শত শতাব্দীৰ মাজেদি পাৰ হৈ আহিছোঁ অনন্ত কোটি ব্ৰহ্মাণ্ড৷ চিৰকালৰ চেঁচাই কোনো অৱজ্ঞা নকৰাকৈ চেঁচা কৰি থৈছে মোৰ চেতনা৷ নোকোৱাকৈ নোৱাৰি, যি ভ্ৰম আৰু ভাবনাত মই তন্ময় সেই…

কৃষ্ণ আৰু গোৱৰ্ধন পৰ্বত আৰু মোগলকালীন চিত্ৰকলা

  পঙ্কজ প্ৰতিম বৰদলৈ   মোগলকালীন সময়ৰ কলাকৃতিসমূহৰ ভিতৰত কৃষ্ণৰ দ্বাৰা গোৱৰ্ধন পৰ্বত আঙুলিত তুলি লোৱা চিত্ৰখন অন্যতম কলাকৃতি হিচাপে প্ৰসিদ্ধ ৷ সম্ৰাট আকবৰৰ সময়ত প্ৰসাৰ লাভ কৰা এই কলাশৈলীয়ে কেৱল দৃশ্যগত আৱেদনক অতিক্ৰম কৰাই নহয়, পৌৰাণিক কাহিনী, সাংস্কৃতিক বৈচিত্ৰ্য, আৰু…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (২৪)  ৰাতিপুৱাই লুকা ওলালহি৷ ষ্টেপানে তেতিয়া মলেঁয়া আৰু ক্লেপেটাঁক আহাৰ খুৱাই আজৰি হৈছিলহে৷ মলেঁয়া যিহেতু দ্বিতীয়বাৰৰ বাবে উমনিত বহিছে, গতিকে তাইক ক্লেপেটাঁই খুৱাবলৈ লৈছে৷ চোতালত মাছৰ পাত্ৰটো থ’লে ক্লেপেটাঁই নিজৰ জোখাৰে খাই উঠি এটা এটাকৈ ঠোঁটত লৈ…

কলা কি?

      লিও টলষ্টয়ৰ What is Art? গ্ৰন্থৰ ধাৰাবাহিক অসমীয়া অনুবাদ অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস   (৮)    গতিকে সৌন্দৰ্যৰ ওপৰত প্ৰতিষ্ঠিত, নন্দনতত্ত্বই ব্যাখ্যা কৰা, আৰু ম্লান ৰূপৰেখাৰে জনতাই মানি লোৱা কলাৰ তত্ত্ব আন একো নহয়, ই হৈছে সেইটোক ভাল বুলি…

কৌশল

 পৰিস্মিতা বৰদলৈ   : ক-ফলাৰ প্ৰথম দহটা বৰ্ণৰে এটা গল্প লিখিব পাৰিবি? : সেইটো আকৌ কেনেকুৱা কথা? : পাৰিবি নে নাই তাকে ক৷ কেনেকুৱা, যেনেকুৱা সেইবোৰ বাদ দে৷ : ৰচোন৷ লিখিম বুলিলেই গল্প লিখিব নোৱাৰি৷ তাতে আকৌ তই নিয়ম বান্ধি…

বীৰেন মিস্ত্ৰীৰ সোঁৱৰণত :

 অমৃত গোস্বামী   সিদিনা আৰতিবৌৱে কথা প্ৰসঙ্গত মোক কৈছিল– “তুমি ইটো-সিটো লিখি থাকা কাৰণেহে কৈছোঁ, এবাৰ আমাৰ ৺বীৰেন মিস্ত্ৰীৰ সোঁৱৰণতো কিবা অলপ লিখিবাচোন৷‌ আমাৰ  ঘৰখনৰ  লগত বীৰেন মিস্ত্ৰীৰ কি যে এক সুসম্পৰ্ক গঢ়ি উঠিছিল, বিশেষকৈ অজিতৰ লগত৷ অজিতে বীৰেন মিস্ত্ৰীক…