পঁইতাচোৰা
জিণ্টু দত্ত “There is only one really serious philosophical problem, and that is suicide.” …
জিণ্টু দত্ত “There is only one really serious philosophical problem, and that is suicide.” …
জ্যোতিশিখা দত্ত নতুন আশা নতুন সংকল্পৰে নৱবৰ্ষত উজ্বলিম আমি নতুন উদ্যমেৰে৷ সময়ানুবৰ্তিতা, নিয়মানুৱৰ্তিতা হ’ব আমাৰ কাম্য প্ৰতিদিনৰ কাম প্ৰতিদিনে সমাপন কৰাটোৱেই হ’ব আমাৰ লক্ষ্য৷ নতুন এটা ভাষা শিকিম নতুন কলা শিকিম নতুন নতুন শিক্ষাৰে জ্ঞানৰ ভড়াল…
ৰুদ্ৰসিংহ মটক [উৎসৰ্গ : কথাশিল্পী হোমেন বৰগোহাঞি] কিতাপ আপুনি পঢ়ে ময়ো পঢ়ো নিয়মীয়াকৈ কিতাপৰ লেখকজন হ’ব পাৰে শ্বেইক্সপীয়েৰ হ’ব পাৰে ৰবীন্দ্ৰনাথ অথবা আমাৰ শ্ৰীমন্ত শংকৰ, জগত গুৰুজনা হয়, সকলোৱে কয়চোন কিতাপ পঢ়ি ডাঙৰ মানুহ হ’ব পাৰি কিতাপ…
(পাৰ্বতিপ্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী সমগ্ৰ বিশ্বজুৰি গল্প-উপন্যাসৰ আধাৰত নিৰ্মিত চিনেমাৰ সংখ্যা অগণন৷ আখৰৰ পৰা পৰ্দালৈ উঠা দৃশ্যবোৰ চলচ্চিত্ৰৰসিকৰ দৃষ্টিত কেতিয়াবা সফল কেতিয়াবা বিফল হয়৷ পাঠক আৰু দৰ্শক হিচাপে একেজন মানুহৰ অভিজ্ঞতা ভিন্ন হয়৷ আমি সাধাৰণভাৱে চিনেমাক লৈ…
দীপজ্যোতি বৰা ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ’ শীর্ষক গল্প সংকলেনেৰে অসমীয়া চুটিগল্পৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰা বিপুল খাটনিয়াৰ (১৯৫৩-২০২১) সমাজ সচেতন গল্পকাৰ হিচাপে বিশেষভাৱে পৰিচিত৷ ভ্ৰমণ তথা ক্ষেত্ৰ অধ্যয়নৰ পৰা পোৱা অভিজ্ঞতা আৰু খাটি খোৱা মানুহৰ জীৱনৰ…
দাদুল দেৱকৃষ্ণ বৰুৱা (২৫) এইকেইদিন ষ্টেপানৰ ঘৰখন ভৰি আছে। তিনি পুত্ৰ-বোৱাৰী আৰু নাতি-নাতিনীৰে উখল মাখল ঘৰৰ বাজ-ভিতৰ। বহু বছৰৰ মূৰত ঘৰখনত এই খদমদম। বুকু ভৰি পৰিছে ষ্টেপানৰ। পুত্ৰ-বোৱাৰীৰ পৰিচৰ্যা আৰু নাতি-নাতিনীৰ আব্দাৰেৰে উমাল হৈ পৰিছে তেওঁৰ ঘৰ, মন আৰু সময়। মলেঁয়া…
লোকনাথ গোস্ৱামী মন-দাপোনত – ৭ (১) দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা (life Science) হৈছে) বিভাগত বহু কেইগৰাকী নাম থকা অধ্যাপক আৰু demonstrator আছিল৷ আনন্দ বৰুৱা, প্ৰৱীণ বৰুৱা, নাগ, বুটাৰাম, বোথ্ৰা…
গোবিন কুমাৰ খাউণ্ড (দুই) আমজোপাৰ তলত দপদপকৈ জুই একুৰা ধৰি পিঠাৰ টোপোলাটো খুলিবলৈ লওঁতেই মিলিটেৰীৰ ফোনটো বাজি উঠিল৷ ‘বৰদেউতা, ঘৰতে আছেনে?’ সিফালৰ পৰা নীলৰ পুতেকে সুধিলে৷ ‘আছোঁ আছোঁ। কোনে কৈছা?’ ‘মই মৃগাংক, বৰদেউতা৷ জৰিগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি৷ নীল…
ড০ ৰমেশ চন্দ্ৰ গোস্বামী মৰমৰ পোনাকণ, মৰম ল’বাহঁক৷ আশাকৰোঁ বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷ তোমাৰ পৰা ভালেমান দিন একো খবৰ পোৱা নাই৷ বিয়াৰ পাছৰ পৰাই তোমাৰ চিঠি-পত্ৰও কমকৈ আহে, ফোনোচোন কমকৈ আহে! পাঁচ-ছমাহ ধৰি ফোন এটা নাহিলে মোৰ যেন-তেন,…
ৰুদ্ৰ সিংহ মটক “To read a poem is to hear it with our eyes; to hear it is to see it with our ears.”(Octavio Paz) যৌৱন হেনো চিৰসেউজ সৃষ্টিৰ মৌ–বন৷ হয়, আগবয়সত সকলোয়ে সুন্দৰ সপোন দেখে৷ এই সপোনেই…