Tag পৰিৱেশ

উত্তৰণৰে জীৱনক মহীয়ান কৰা মানুহৰ কাহিনীৰে উপন্যাস ‘বকুল ফুলৰ দৰে’

গীতিকা শইকীয়া জীৱনৰ উত্তৰণৰ দিশত শিক্ষাৰ ভূমিকা সৰ্বাধিক। হাজাৰ দুৰ্যোগৰ পাছতো আখৰ লিখিবলৈ, পঢ়িবলৈ থকা দুৰ্বাৰ হাবিয়াসৰ ফলতেই নিজৰ জীৱন গঢ়া বহু সফল ব্যক্তিৰ জীৱন-সংগ্ৰামৰ বিষয়ে পঢ়িবলৈ পোৱা যায়। দৰাচলতে শূন্যৰ পৰা আৰম্ভ কৰি জীৱনটোক উত্তৰণৰ বৰ্ণিল শিখাৰে জিলিকাই তুলিব…

অসমত ৰেচম পৰ্যটন : এক সম্ভাৱনা

ড° মৃদুল চন্দ্ৰ শৰ্মা পৰ্যটন হৈছে মনোৰঞ্জন, অৱসৰ বিনোদন, ধৰ্মীয়, পাৰিবাৰিক বা ব্যৱসায়িক উদ্দেশ্যৰ বাবে সাধাৰণতে সীমিত সময়ৰ বাবে কৰা ভ্ৰমণ। পৰ্যটন সাধাৰণতে আন্তৰ্জাতিক ভ্ৰমণৰ সৈতে সম্পৰ্কিত যদিও একেখন দেশৰ ভিতৰত আন এখন ঠাইলৈ ভ্ৰমণো ইয়াৰ অন্তৰ্গত। পৰ্যটন বহুতো দেশৰ…

অব্যাহৃত

 কথাৰ কথাৰে ৰঞ্জুমণি মহন্ত সৰুতে এটা কাহিনী পঢ়িছিলোঁ৷ এসময়ত এজন ৰজা আছিল৷ ৰজাই এদিন ৰাতি এটা বৰ ভয়ংকৰ সপোন দেখিলে৷ ৰাতিপুৱা সাৰ পোৱাৰ পাছতো তেওঁৰ সপোনটোৰ কথা মনত পৰি বৰ দুঃশ্চিন্তা হ’ল আৰু সপোনটোৱেনো কি অৰ্থ বহন কৰিছে জানিবলৈ বৰ…

বছা বকুল

 ৰমানন্দন বৰা   এক সোঁত নথকা ভোল পানীত পদুম ফুলে নে বোকাত ফুলে? বৰ্‌হমপুত্ৰত পদুম নাই৷ ভোগদৈত নাই৷ বৰ্‌হমপুত্ৰই পাৰ ভাঙি আহি খান্দি থৈ যোৱা কুঁহবিলাকতো পদুম ফুলা কোনেও কাহানিও নাই দেখা৷ মুঠতে বছা গাঁৱত বিল, খাল, পুখুৰী, কুঁহ, খাল,…

স্বাধীনতা : অধিকাৰ আৰু দায়িত্বৰ যুগলবন্দী

 লুইতজ্যোতি         ১৫ আগষ্ট, ১৯৪৭ চন৷ ভাৰতৰ স্বাধীনতাৰ দিন৷ ১০০ বছৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু তাৰ পাছত ৯০ বছৰীয়া ব্ৰিটিছ ৰাজ শাসনৰ যৱনিকা পৰিছিল৷ তাৰ আগতেই ১৯৪৬ চনৰ জুলাই মাহত ড॰ ৰাজেন্দ্ৰ প্ৰসাদৰ সভাপতিত্বত সংবিধান সভা গঠন হৈছিল৷ ১৯৪৬ চনৰ ২৬ ডিচেম্বৰত সংবিধান…

গল্প “সোণৰ কণীৰ পৰা সোণৰ কণালৈ” বৈধ-অবৈধৰ তুলনাত্মক বিশ্লেষণ

 গীতিকা শইকীয়া কিছুমান গল্প-উপন্যাসৰ কাহিনী, প্ৰকাশভংগী সাধাৰণতে পোৱা গল্প-উপন্যাসৰ কাহিনীতকৈ পৃথক হয়। বহুক্ষেত্ৰত কাহিনীয়ে এনে এক পৰ্যায় পায়গৈ যে পাঠকে সাধাৰণ দৃষ্টিভংগীৰে পঢ়িবলৈ লৈ বুজিবৰ বাবে থমকি ৰ’বলগীয়া হয়। আচলতে এনে ধৰণৰ গল্প তথা সাহিত্যৰ ৰচকসকলে ক’বলগীয়া সকলোখিনি সহজ-সৰলকৈ নকৈ…

বাঘিনীৰ সত্য জীৱন কাহিনী

  ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম  (যোৱা সংখ্যাৰ পাছৰ পৰা)  দিনৰ সাজ খইৰীয়ে বেছ ভালদৰে খাইছিল। সেয়ে ৰাতি আৰু খাবলৈ নিবিচাৰি চুপচাপ ঘুম মাৰি তাই তাইৰ মানৱী মাতৃৰ কাষতে শুই থাকিল। ৰাতি বোধকৰোঁ দুই…

সেউজীয়া ধৰণী

গীতাঞ্জলি বৰকটকী    হেৰা অকণি , গছ পুলি ৰোওঁ আহাঁ গছ অবিহনে জানা সেউজী নহয় ধৰা ৷      সেউজ ধৰণী দেখিবলৈ শুৱনি ফুলে-ফলে গছে-বনে কিযে লাৱণী।   গছেহে আমাৰ প্ৰাণ কথাটো জানি থ’বা গছৰ অবিহনে কিদৰে উশাহ ল’বা  …

সম্পদ সংৰক্ষণ আৰু উন্নয়ন (ৰূপক)

ড০ ৰমেশ গোস্বামী     (চৰিত্ৰসমূহ: দীপু – নৱম শ্ৰেণীৰ ছাত্ৰ; ৰূপু – সপ্তম শ্ৰেণীৰ ছাত্ৰী; মাক – স্কুলৰ শিক্ষয়িত্ৰী; মামা – দীপু–ৰূপুৰ মোমায়েক, কলেজৰ অধ্যাপক) ৰূপু – মা, অ’ মা। মাক – মই পাকঘৰত, কচোন৷ ৰূপু – বংশীয়ে কিমান পানী নষ্ট…

স্থিৰদৃষ্টি

 সঞ্জীৱ সভাপণ্ডিত মই আজিকালি প্ৰায়েই ভাবোঁ, কিমান চনত মোৰ মৃত্যু হ’ব৷ কিমান বয়সত মৃত্যু হ’ব বুলি ভবাতকৈ চনবোৰ ভাবি মই ভাল পাওঁ; কাৰণ বয়সৰ কোনো অৰ্থ নাই৷ কাৰণ বয়সে মনটো নিয়ন্ত্ৰণ কৰিব পাৰে বুলি ভাবিলেও আচলতে নোৱাৰে৷ বেমাৰ–আজাৰে যদি দেহাটো জুৰুলা নকৰে,…