ভ্ৰম-অন্তৰীক্ষ
গীত বৈভৱী (১) শেঁতা ঢেলা ৰুক্ষ ৰুগ্ন মলিয়ন এই ভ্ৰমৰ চহৰ বিৰাগ ভ্ৰমণ প্ৰাণৰ গহণত ভাৰ্জিনিয়াই কয় এটা ভ্ৰমৰ পৰা আন এটা ভ্ৰমলৈ মৰা জাঁপটোতে পৰিপক্কতা এতিয়া ৰাতিটো গলে আৰু নৈঃশব্দ্ত সেই এটা মাত কত যুগৰ আগতে শুনা …
গীত বৈভৱী (১) শেঁতা ঢেলা ৰুক্ষ ৰুগ্ন মলিয়ন এই ভ্ৰমৰ চহৰ বিৰাগ ভ্ৰমণ প্ৰাণৰ গহণত ভাৰ্জিনিয়াই কয় এটা ভ্ৰমৰ পৰা আন এটা ভ্ৰমলৈ মৰা জাঁপটোতে পৰিপক্কতা এতিয়া ৰাতিটো গলে আৰু নৈঃশব্দ্ত সেই এটা মাত কত যুগৰ আগতে শুনা …
ডাঃ নৰেন কুটুম ইতিহাসে আমাক বাৰম্বাৰ শিক্ষা দি আহিছে যে আদিম অৱস্থাৰ পৰাই মানৱ জাতিয়ে বিভিন্ন ৰোগৰ বিৰুদ্ধে অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে আৰু এই সংগ্ৰাম আজিৰ উন্নত চিকিৎসা বিজ্ঞানৰ যুগতো অব্যাহত আছে৷ প্ৰকৃতিৰ বুকুত উৎপন্ন হোৱা ক্ষুদ্ৰ-ক্ষুদ্ৰ বীজাণুবোৰেই হ’ল…
বাব্লু প্ৰসাদ বৰুৱা ভালেকেইটা মননশীল লেখাই জুলাই মাহৰ ‘অন্যযুগ’ৰ সুৱগা চৰাইছে। এই সংখ্যাতে প্ৰকাশ পোৱা ডক্টৰ মৃদুল শৰ্মাৰ “কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামাৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ। প্ৰাঞ্জল অথচ ভাবগম্ভীৰ বিশ্লেষণেৰে এটি গহীন বিষয় অসমীয়া পাঠকৰ মাজত তুলি ধৰাৰ…
ৰুদ্ৰসিংহ মটক ছাত্রাৱস্থাতে জিম কৰবেটৰ Man-Eaters of Kumaon পঢ়িছিলোঁ। প্ৰাণ টানি ধৰা কি সজীৱ জীৱন্ত বৰ্ণনা! কাহিনীটো পঢ়ি বাৰে বাৰে শিহৰিত আৰু অভিভূত হৈছিলোঁ। শব্দৰ চিঁচা ভাঙি উঠি অহা সেই সহজ অথচ উচ্চল আবেগ–উৎকণ্ঠা, ভয়-স্মৃতিৰ প্ৰতিটো পুলক– শিহৰণ মোৰ ৰঙা…
সাম্প্ৰতিক মহামাৰীত আমি কি কি হেৰুৱাইছোঁ এদিন দুদিনকৈ প্ৰায় দেৰ বছৰ পাৰ হ’ল কিন্তু ক’ৰ’নাভাইৰাছজনিত মহামাৰীৰ আতঙ্ক আজিকোপতি মাৰ নগ’ল৷ আইছ’লেশ্যন, ছ’চিয়েল ডিষ্টেঞ্চিং, হেণ্ড ছেনিটাইজাৰ, মাস্ক্, লক্ডাউন্, আনলক্ আদিকৈ নানান শব্দৰ বহুল ব্যৱহাৰে জগতখনকে যেন এইখিনি সময়ত সলনি কৰি…
ৰঞ্জু শৰ্মা আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। আগলি কলাপাত লৰে কি চৰে, চিলনী আই মোৰ আগতে পৰে। … শৈশৱতে আইতাকে যে সাধুকথাৰ মাজে মাজে সুৰ লগাই গাই শুনাইছিল, তাই যে বাৰে বাৰে একেটা সাধুকে শুনাবলে…
মূল : মিথিলেশ ভট্টাচাৰ্য (বাংলা) অসমীয়া অনুবাদ : ড০ কুমুদ ঘোষ (মিথিলেশ ভট্টাচাৰ্যৰ জন্ম অবিভক্ত ভাৰতৰ শ্ৰীহট্ট জিলাৰ দক্ষিণ বীনোষণা গাঁৱত ১৯৪৬ চনৰ ২৩ ফেব্ৰুৱাৰিত৷ ষাঠিৰ দশকৰ শেষৰ ফালে শ্যামলেন্দু চক্ৰৱৰ্তী সম্পাদিত ‘অনীশ’ পত্ৰিকাত গল্প লেখক হিচাপে আত্মপ্ৰকাশ৷ শিলচৰৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘শতক্ৰতু’-ৰ অন্যতম সম্পাদক৷ …
অভিজিত শৰ্মা বৰুৱা কোনো লোকৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কি আছিল, সেই অৱস্থানৰ বাবে জাতকৰ জীৱনত কি কি ঘটিব, জন্মপত্ৰিকা প্ৰস্তুত কৰি সেয়া আগতেই কৈ দিয়াটো নিতান্তই এক চমকপ্ৰদ কাম আৰু এনেবোৰ কাম কৰাৰ বাবেই জ্যোতিষে সাধাৰণ মানুহৰ মাজত জনপ্ৰিয়তা…
ৰুদ্ৰ সিংহ মটক “মেঘমালাৰ ভ্ৰমণ”ৰ(প্ৰথম প্ৰকাশ ডিচেম্বৰ,২০১৩) কবি জ্ঞান পূজাৰী। জ্ঞান পূজাৰী(জন্ম ১৯৪৮)ক নজনা অথবা তেওঁৰ কবিতা নপঢ়া কবি নাই বুলিয়ে ক‘ব লাগিব। মোৰ আজিও মনত পৰে দৰং মহাবিদ্যালয়ত পঢ়ি থকা যৌৱনোদ্দীপ্ত, প্ৰাণচঞ্চল দিনবোৰত আমি কিদৰে এই কবিজনৰ…
ড॰ অখিল কুমাৰ গগৈ যেষাং শ্ৰীমৎযশোদ সুত পদ কমলে নাস্তি ভক্তি নৰানাম৷ যেষামাভিৰ কন্যা প্ৰিয় গুণ কথনে নানুৰক্তাৰসজ্ঞাং যেষাম্ শ্ৰীকৃষ্ণ লীলা ললিত ৰসকথা সাদৰে নৈব কৰ্ণোৎ ধিক্ তান ধিক্ তান কথয়তি সততং কীৰ্তনস্ত মৃদং ধিক্ ধিক্ ধিক্ নৃত্য-গীত বা…