Tag পৰিৱেশ

বেলিকথা

 প্ৰশান্ত মিশ্ৰ   উৰণীয়া বেলিৰ কথা শুনিছিলোঁ। কৈছিল এগৰাকী আইতাই। বেলিটো উৰি আহি পৃথিৱীৰ মুখলৈ চাই আকৌ পিঠি দি উৰি গুচি যায়। অহা-যোৱাৰ দুটা পলেই দিনৰ পোহৰ আৰু ৰাতিৰ এন্ধাৰ। আমাৰ ওচৰত মানি নোলোৱাৰ কোনো যুক্তি নাছিল। আছিল উৰণীয়া বেলিৰ ডেউকা…

চ্যালুইনৰ পৰা লুইতলৈ

  ড০ চন্দ্ৰধৰ চমুৱা (যোৱা সংখ্যাৰ পিছৰ পৰা) (ষোল) ছ্যু-কা-ফাৰ দল ৱাইছালিৰ ফালে যোৱাটো নিশ্চিত হ’ল। দলটো উত্তৰ-পশ্চিমৰ ফালে পাহাৰৰ নামনিলৈকে আগবঢ়াবৰ বাবে নয়-ছান-ফাই মানুহ-দুনুহৰ ব্যৱস্থা কৰি দিলে। যুঁজাৰু মানুহ আৰু বয়-বস্তু কঢ়িওৱা মানুহ, ৰুগীয়া আৰু দুর্বল যাত্রীক সহায় কৰিব পৰা মানুহ। ছ্যু-কা-ফাৰ লগত ভালেকেইজন…

অনলাইন শিক্ষাৰ সম্ভাৱনা আৰু সমস্যা

 ছাজিছ আলম “প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছ পৰি থকা নাই৷ কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত…

ড° লক্ষ্মীনন্দন বৰা : সশ্ৰদ্ধ স্মৰণ

ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷…

উলাহেৰে উভতি চাওঁ-১৬

 ড০ পোনা মহন্ত শংকৰদেৱ চৰ্চাৰ আদিপাঠ উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত জন্ম লাভ কৰি আমি তেনেই সৰুকালতে পোৱা আটাইতকৈ ডাঙৰ সম্পদ হ’ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নাম আৰু কৰ্মৰ সৈতে হোৱা সাধাৰণ পৰিচয়৷ ‘কৰ্ম’ মানে দুয়োগৰাকী মহাপুৰুষৰ বিচিত্ৰ ৰচনাৰাজিৰ কথা কোৱা হোৱা নাই, ইয়াৰ…

ৰামানুজনৰ ক’লা ছাতিটো হেৰাল

নিবিড় অনুৰাগ মানস   পুৱাৰ চাহকাপত চুমুক দিবৰ সময়ৰে পৰাৰামানুজনে মনত পেলাব পৰা নাইতেওঁ পাহৰিছে কি? গছ কাটি গছ ৰোৱাৰ ফুলজাৰি মৰা মাইকটোতোসিদিনাই দলিয়াই দিছিল ৰামানুজনেযিদিনা মাইকত চিঞৰি চিঞৰি কৈছিল শব্দ প্ৰদূষণৰ মাতবোৰৰ কথা। দলিয়াই দিয়াটো হেৰাই যোৱাৰ ভিতৰত ধৰা নহয়। দৌৰি দৌৰি…

বিষয় : বুদ্ধ

মিণ্টুল হাজৰিকা ৰাতিৰ বিছনাখনত কথাবোৰ পিটিকি চাওঁবুদ্ধ শ্ৰমিক হোৱা কথাবুদ্ধই কাৰখানা গঢ়াৰ কথা গোটেই দিনটো মোৰ কামিজৰ পকেটত বুদ্ধ শুই থাকে বহি থাকে থিয় হৈ থাকে আৰুবেলি শুবলৈ গ’লে ফুলবাহাৰ, মালতীহঁতৰ বস্তিৰ গলিয়েদি আহি দেৱীৰ কোলাত মূৰ থৈ শোৱে তানপুৰাত নাচি থাকে দেৱীৰ…

ছাঁ

অত্ৰেয়ী গোস্বামী  দুয়োজন লগ হওঁতে তেওঁলোকৰ ভৰ যৌৱন৷ অৱশ্যে তাহানিৰ দিনবোৰত যৌৱনৰ উন্মাদনা ৰাইজৰ বৰ কম আছিল৷ আচলতে কম আছিল নে প্ৰকাশ নহৈছিল সেয়া জনাৰ কোনো উপায় নাছিল৷ মানুহজনী আছিল গম্ভীৰ৷ এমুখ দাঢ়ি আৰু এটা প্ৰকাণ্ড পেটেৰে ছয় ফুট ওখ ডেৰকুৰি বছৰীয়া মদগজ…

চলাপথাৰ যাম, খাইলং খাম

 লুইতজ্যোতি ১৯৭২ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইনৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰই বনজ প্ৰাণী তথা উদ্ভিদ সম্পদৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে৷ পৰৱৰ্তীকালত একাধিক সংশোধনৰ সহায়ত এই আইনখনক অধিক শক্তিশালী কৰাৰ প্ৰয়াস বহুকেইখন চৰকাৰে কৰিছে৷ এই আইনৰ আধাৰতেই ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য আৰু চিৰিয়াখানাসমূহ পৰিচালিত হয়৷ যিকোনো এটা…

দাৰ্জিলিঙৰ আপেলমুখীয়া ছোৱালীজনী

অংগনা চৌধুৰী একা-বেঁকা পথ, ঠাণ্ডা বতাহ, সেউজ বিৰিখ, বাটত ৰৈ লোৱা গৰম কফি আৰু ম’ম’ৰ সোৱাদ৷ দাৰ্জিলিংখনতকৈ বেছি প্ৰিয় মোৰ দাৰ্জিলিঙলৈ গৈ থকা বাটটোহে৷ মেট্ৰিক পৰীক্ষা দি উঠি মা–দেউতাৰ সৈতে প্ৰথমবাৰ দাৰ্জিলিঙলৈ অহাৰ কথা মোৰ মনত পৰি পৰি গৈ থাকিল৷ অত বছৰৰ মূৰত…