Tag পৰিৱেশ

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (৮)     উজ্জ্বল নীলা আকাশ, সজীৱ সেউজীয়াৰে সুগন্ধিত অৰণ্য, শীতনিদ্ৰাৰ পৰা সাৰ পোৱা মনোমোহা চৌপাশেৰে বৰ্ণিল হৈ পৰা বসন্তই কিছুদিন পিছতেই মেলানি মাগিব। বহুতৰ দৰে বসন্ত ষ্টেপানৰো প্ৰিয় ঋতু। বসন্ত মানেই জাগৰণ আৰু প্ৰেৰণাৰ সময়। বসন্ত মানেই…

চিনেমা—ভিন্ন স্বাদ, দেশ, মানুহ আৰু সমাজ

নিজৰা ৰাজকুমাৰী …One less… One less mouth to feed—এনিয়ে পৰিয়ালৰ দুৰ্দশাৰ দিনত গাঁৱৰ স্কুলখনৰ শিক্ষকজনৰ লগত পলাই যোৱাৰ আগে আগে চিঠিত লিখি থৈ গৈছিল। এখন মুখ কমি যোৱা মানেই পৰিয়ালৰ আন এজনে সামান্য বেছিকৈ খাবলৈ পাব। এনিৰ এই সিদ্ধান্তত অসহায়…

শিল্পকলা আৰু ভক্তি আন্দোলন

 পঙ্কজ প্ৰতিম বৰদলৈ        ভক্তি আন্দোলনৰ বিষয়ে নতুনকৈ কোৱাৰ প্ৰয়োজনীয়তা নাই যদিও, এই আন্দোলনৰ ধৰ্মীয় আৰু আধ্যাত্মিক প্ৰভাৱৰ লগতে সামাজিক-সাংস্কৃতিক প্ৰভাৱ আছিল অপৰিসীম। এই দিশবোৰৰ বিশদ চৰ্চা হৈছে যদিও, এই প্ৰবন্ধত বিশেষতঃ সংগ্ৰহালয় আৰু ভক্তি আন্দোলন – এই দুটা ভিন্ন…

চাকৰিমুখী নহয়, কৃষিমুখী কৰক

সত্যজিৎ গগৈ   জনসংখ্যাৰ ফালৰ পৰা ভাৰতবৰ্ষ সৰ্ববৃহৎ দেশ হোৱাৰ লগে লগে ইয়াৰ জনগণক সুস্থভাৱে পৰিচালনা কৰিবলৈ চৰকাৰৰো দায়িত্ব বাঢ়িল। প্ৰতিযোগিতাৰ যুগত আমি সকলোৱে হাতে হাত ধৰি আগবাঢ়ি গ’লেহে সমাজখন চলিব। যদি কেৱল আত্মকেন্দ্ৰিকভাৱে সকলো কাম কৰা হ’য়, তেন্তে দেশত…

মৌ-মাখিৰ প্ৰজাতি আৰু জীৱন বৃত্তান্ত

ডেনিছা ৰাজখোৱা, গৌতম সন্দিকৈ মৌ-মাখি সাধাৰণতে বহুত ধৰণৰ আছে। কিন্তু ভাৰতত প্ৰধানকৈ চাৰি প্ৰজাতিৰ মৌ-মাখি পোৱা যায় আৰু সেয়া হৈছে :             ১) বৰমৌ             ২) পুনপুনি মৌ             ৩) খোৰোঙ্গীয়া মৌ       …

এক অনন্য ভ্ৰমণ কাহিনী

 নৱনীতা ভট্টাচাৰ্য্য (তৃতীয় খণ্ড)   ঘৰখনৰ আহল-বহল পৰিঙ্কাৰ পৰিৱেশটো দেখি মোৰ বৰ ভাল লাগিল৷ তাতকৈও ভাল লাগিল ইমানবোৰ ঘৰ দেখি৷ “একেটা চৌহদতে ইমানবোৰ ঘৰ থাকিলে মানুহক খেলিবলৈ আৰু বেলেগ লগ-সংগৰ প্ৰয়োজনেই নাই দেখোন৷ কেতিয়াবা যদি ইটো ঘৰত, কেতিয়াবা আনটো ঘৰত…

কমতাপুৰৰ কাহিনী

ড° ৰক্তিম ৰঞ্জন শইকীয়া   কমতাপুৰ হ’ল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱময় গাঁথা৷ প্ৰথমে কমতাপুৰ আছিল প্রাচীন কামৰূপ ৰাজ্যৰ এখন নগৰ৷ এসময়ত এই কমতাপুৰ নগৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ ৰাজধানীও আছিল। পাছলৈ এই নগৰৰ নামেৰেই ৰাজ্যখনৰ নামো কমতাপুৰ হয়গৈ৷ নগৰখনৰ ইতিহাস বুজিবৰ…

নিত্যানন্দ মৰিছে

নীলাভ সৌৰভ নিত্যানন্দই তাৰ প’ষ্ট-মৰ্টেম ৰিপৰ্ট শুধৰাবলৈ নগৰৰ হস্পিটেললৈ গৈছিল অঞ্চলটোত চাঞ্চল্যৰ বতাহ প্ৰতিদিনে ঘৰলৈ অহা-যোৱা কৰিবলৈ খৰচ নথকা নিত্যানন্দই  কাছাৰিৰ দেৱালতে আউজি ৰাতি খেদি আছিল কাগজ এডোখৰত তাৰ জীৱটো লাগি আছিল কাছাৰিত এদিন সাংবাদিকে পাই কিবা সুধিলত একো ক’ব…

মিনহঁতৰ দেশ ইন্দোচীনত— ৬

 তপন কুমাৰ শৰ্মা   “আপোনাৰ নামটো?”- টেক্সিত বহি লৈ চালকক হোটেলৰ নাম আৰু ঠিকনা থকা ম’বাইলৰ ফটোখন দেখুৱালোঁ। সন্মতিসুচক ভংগীত গাড়ীৰ বেগ বঢ়াই দিয়াৰ পাছতে নামটো সুধিলোঁ। “ডুঅং”- উত্তৰটো পালোঁ। “আপুনি চীনা লোক নেকি?”- জানিব খুজিলোঁ। “নহয়…” পথৰ সমুখলৈ চকু…

জীৱন সংগী

 অনামিকা বৰা   এটা অপ্ৰত্যাশিত ফ্ৰেণ্ড ৰেকুৱেষ্ট! একাধিকবাৰ ন’টিফিকেশ্বন৷ মাণ্ডৱী মধুকল্য৷ শ্লিভলেছ্‌ ব্লাউজ, অগ্নিপথৰ প্ৰিয়ংকা চোপ্ৰাৰ নিম্ন মধ্যবিত্ত স্বনিৰ্ভৰশীলতা, কিছু প্ৰগলভ্‌ কৰি তোলা ধৰণৰ বুকুৰ ঠেক উপত্যকা, ঠিক এটা গিৰিপথৰ দৰে নক্সাৰে বৈ অহা চিলচিলিয়া পানীৰ দৰে চিফনৰ এটুকুৰ চাদৰ,…