এটা চিন্তাৰ স্নেপশ্বট আৰু এটা নিৰ্বাচনী বিজয়!
পঙ্কজ প্ৰতিম বৰদলৈ চিন্তাৰ স্নেপশ্বট : অসহিষ্ণুতা৷ সকলোতে৷ ধৰ্ম, ৰাজনীতি, সাহিত্য, কলা, ক’ত নাই৷ দ্ৰুত বিশ্বায়ন আৰু ৰাজনীতিৰ পাশাখেলত বৰ্তমান সমগ্ৰ বিশ্বতে অবিশ্বাসী, অসহিষ্ণু পৰিৱেশ৷ সামাজিক মাধ্যমৰ সুবাদত, মত প্ৰকাশৰ সহজতাত আৰু অতি স্পষ্টবাদৰ আক্ৰমণত সকলো ধৰাশায়ী৷ বোকা ছটিওৱাৰ…