নৈ নিৰিবিলি
উদয় কুমাৰ বৰুৱা মোৰ দৰে আপোনাৰ হৃদয়তো থাকেনে বৈ এখন নিৰিবিলি নৈ তাৰ পাৰত বহি কৰেনে কেতিয়াবা অতীত বুৰঞ্জী ৰোমন্থন নতুবা হয়নে কথোপকথন ফুলি থকা এজাৰজোপাৰ হেজাৰ বেদনাৰে আৰু থৰ হৈ চাই থকা ৰঙা জিঁয়াটোৰ কঁপা কঁপা মৌনতাৰে …
উদয় কুমাৰ বৰুৱা মোৰ দৰে আপোনাৰ হৃদয়তো থাকেনে বৈ এখন নিৰিবিলি নৈ তাৰ পাৰত বহি কৰেনে কেতিয়াবা অতীত বুৰঞ্জী ৰোমন্থন নতুবা হয়নে কথোপকথন ফুলি থকা এজাৰজোপাৰ হেজাৰ বেদনাৰে আৰু থৰ হৈ চাই থকা ৰঙা জিঁয়াটোৰ কঁপা কঁপা মৌনতাৰে …
দাদুল দেৱকৃষ্ণ বৰুৱা (২৭) ঘৰখন যেতিয়া ভৰি আছিল তেতিয়া এবাৰলৈও ভবা নাছিল একাকিত্ব মানে কি! বুজা নাছিল কেনে হ‘ব পাৰে একাকিত্ব। একাকিত্বই কিদৰে মানুহক পীড়া দিয়ে সেয়া ষ্টেপানৰ বাবে আছিল ভাবনাৰ বাহিৰত। ভৰা ঘৰখনত হাঁহি-ধেমালিৰ মাজত সময় কটোৱাৰ সময়ত ভাবিছিল…
আকাশ দীপ্ত ঠাকুৰ “হাতত আচলতে খুচুৰা টকা সমূলি নাই বুজিছা৷ জি-পে কৰিব পাৰিম নেকি?”–কওঁ-নকওঁকৈ কথাষাৰ কৈ মই পকেটৰপৰা মোবাইলটো উলিয়াব খুজিলোঁ৷ ভিতৰি ভিতৰি কিবা এটা যেন…মই বৰ অসহজ অনুভৱ কৰিছোঁ৷ নিজৰ আসনত মই বহি আছোঁ আৰু মোৰ সন্মুখত,…
গোৱিন কুমাৰ খাউণ্ড ৰাজপথত ভৰিৰ আঙুলি বিচাৰি খোজহীন মানুহৰ অলেখ শব্দ৷ সেই শব্দই আজি আৰু কাকো আমনি নকৰে৷ মচোৱা সাপৰ দৰে পৰি থকা পকী পথৰ ওপৰেদি অৱসাদগ্ৰস্ত মানুহবোৰ অহা-যোৱা কৰি আছে৷ দুই-এজন মানুহ গাড়ী-মটৰে খুন্দিয়াই থৈ যোৱা ভয় বুকুত লৈয়ে…
লোকনাথ গোস্বামী (১) গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷ গাঁৱৰ প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো…
দাদুল দেৱকৃষ্ণ বৰুৱা (২৬) : দিনবোৰ ইমান খৰকৈ পাৰ হৈ যাব বুলি ভবা নাছিলোঁ।— ষ্টেপানে ক‘লে। : সময়হে। সময় যাবই আৰু তোমাৰ-মোৰ জীৱনৰ পৰা সৰকি।— মিষ্টাৰ ইগৰে নিজৰ মত শুনালে। : তথাপি বেছি খৰকৈ যোৱাৰ দৰে লগা নাইনে! :…
নিংকু নিশা নেওগ য’ত কাহিনী এটাৰ জন্ম হ’ব নালাগিছিল : আৰু এনেকৈয়ে এদিন কেতিয়াও নঘটিব বুলি ভবা ঘটনাবোৰেই ঘটিছিল৷ কাহিনীকাৰলৈ কাহিনী এটাই কোলা বাগৰি বাগৰি উজাই আহিছিল৷ ঘটনাবোৰৰ আৰম্ভণি ক’ত হৈছিল, কোনে কৰিছিল মই…
অৰুণ গগৈ ফাগুন আহিল পলাশ ফুলিল উৰিল বাটৰ ধূলি গছৰ ডালত শালিকী চৰায়ে মাৰিছে কিৰিলি। পছোৱা বলিল পাতো সৰিল গছবোৰ লঠঙা হ’ল নীলা আকাশৰ ক’লীয়া মেঘ কেনিবা আঁতৰি গ’ল। …
ঘাঁহফুলৰ মাজেদি এই সময়ৰ এক শক্তিশালী কবিকণ্ঠ কিশোৰ মনজিৎ বৰাৰ পঞ্চম কাব্যগ্ৰন্থ ‘ঘাঁহফুলৰ মাজেদি’ অলপতে প্ৰকাশ পাইছে৷ কবিগৰাকীৰ কাব্য পৰিক্ৰমা সন্দৰ্ভত স্বনামধন্য কবি-সমালোচক হৰেকৃষ্ণ ডেকাই কৈছে’- “একৈশ শতিকাৰ অসমীয়া কবিতাত কিশোৰ মনজিৎ বৰা এক শক্তিশালী কবিকণ্ঠ৷ তেওঁ অত্যাধুনিক সমাজ…
(পাৰ্বতি প্ৰসাদ বিষ্ণু ৰাভাৰ পৰা জাহ্নু-মঞ্জুলৈ) নিজৰা ৰাজকুমাৰী জ’নছ মহলীয়াৰ ‘দূৰণিৰ ৰঙ’ৰ নিৰ্মাণ বিষয়ক কিছু কথা জানিবলৈ আজিৰ পৰা দুবছৰমান আগেয়ে কথা পাতিছিলোঁ চিনেমাখনৰ অভিনেত্ৰী পূৰ্ণিমা পাঠক আৰু শব্দগ্ৰহণকাৰী ৰাজেন ৰাজখোৱাৰ লগত৷ নাটকৰ কামত তেজপুৰলৈ অহা অভিনেত্ৰী পূৰ্ণিমা পাঠকৰ কেৰিয়াৰত…