প্ৰাচীন ভাৰতত বিজ্ঞানমনস্কতাৰ চর্চা : বস্তুবাদী দর্শনৰ আলোকত
ড০ ৰক্তিম ৰঞ্জন শইকীয়া বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰো একেবাৰে চলমান ধাৰণা৷ আজিলৈকে আহৰণ কৰা জ্ঞানৰ ভিত্তিত আমি দাবী কৰা বিজ্ঞানমনস্কতাৰ ধাৰণাবোৰ দুদিনৰ পাছত অন্ধবিশ্বাস হৈ পৰাৰ সম্ভাৱনা থাকে৷ আজি অন্ধবিশ্বাস বুলি দাবী কৰা পৰিঘটনা এটা পৰৱর্তী সময়ত বৈজ্ঞানিক সত্যও হৈ পৰিব পাৰে৷ আচলতে…