অনুভৱ তুলসীৰ কবিতা বৰ প্ৰিয় আছিল
ডাঃ নীলাক্ষী চলিহা গগৈ পৃথিৱীৰ প্ৰতিজন পাঠকৰে জীৱনৰ তাৎপৰ্য বেলেগ৷ জীৱনক গ্ৰহণ কৰাৰ ধৰণ বেলেগ৷ পাঠকে আপোন কবি বা গল্পকাৰ বুলি ভাবিবলৈ প্ৰকৃততে নিজৰ জীৱন যাতনাৰে প্ৰতিফলন নিহিত কবিতা গল্প লেখাজনকে বাছি লয়৷ হূদয়ৰ ভাষা য’ত প্ৰতিফলিত হয়, নহ’লে বাল্মিকীৰ…