হিমাচলৰ সেউজ আঁচল
অংগনা চৌধুৰী বসন্তই আহি প্ৰকৃতিৰ বুকু শুৱনি কৰা আৰম্ভ কৰোঁতেই আমি মানে মই, মোৰ মানুহজন আৰু আমাৰ পুত্ৰ সাজু হ’লো হিমাচল প্ৰদেশৰ সৌন্দৰ্যৰ সাক্ষী হ’বলৈ৷ শুকুলা ডাৱৰৰ মাজেৰে বিমানেৰে গৈ গুৱাহাটীৰ পৰা চণ্ডীগড় পাওঁতে প্ৰায় ৰাতিয়েই হৈছিল৷ সেয়ে নিশাটো…