বেংডোবাৰ ঘাট
জয়ন্ত মাধৱ বৰা ৷৷ দহ৷৷ ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান হুলস্থূল হৈ আছিল, এতিয়া সেইবোৰ তল পৰিল৷ এতিয়া ৰাস্তাৰ কাষৰ গছবোৰ কটাক লৈ হুলস্থূল লাগি আছে৷ গোৱালপাৰাৰ পৰা…
জয়ন্ত মাধৱ বৰা ৷৷ দহ৷৷ ছোৱালীবোৰক চাকৰি দিম বুলি দালাল কিছুমানে ফুচুলাই নি বেলেগ ৰাজ্যত বিক্ৰী কৰি দিয়াক লৈযে ধুপধৰাত কেইদিনমান হুলস্থূল হৈ আছিল, এতিয়া সেইবোৰ তল পৰিল৷ এতিয়া ৰাস্তাৰ কাষৰ গছবোৰ কটাক লৈ হুলস্থূল লাগি আছে৷ গোৱালপাৰাৰ পৰা…
বিনিময় দাস তুমি যিমানেই থাকাঁ নিঃশ্চুপ, একো কথাকে নোকোৱাঁ, মই জানো, তুমি মোক ভাল পোৱাঁ৷ যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত, মই অনুভৱ কৰিছো নদীৰ উজান৷ যদিও হেঁপাহ তোমাৰ নিশব্দতাত দ্ৰৱীভূত, মই শুনিছো অন্তৰ তৰঙ্গত জীৱনৰ গান৷৷ যদিও…
মানুহ আৰু অমানুহ অৰ্থাৎ পশু-পক্ষীৰ মাজত কোনো প্ৰভেদ নাই, এইষাৰ কথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোন কাহানিবাতে কৈ গৈছে৷ মানুহৰ সমাজত ঘাইকৈ ধৰ্মক লৈ পৃথকতাবাদৰ বিপৰীতে প্ৰায় একে কথাকে কৈ গৈছে আজান ফকীৰে ‘মোৰ মনত ভেদ ভাব নাই অ’ আল্লা’,…
ডঃ প্ৰিয় দেৱ গোস্বামী মানুহৰ মগজুৰ বিকাশ হৈ সমাজ পাতি থাকিবলৈ লোৱাৰ পৰাই জ্ঞান আহৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হ‘ল। ই আছিল সভ্যতাৰ দিশত মানুহৰ প্ৰথমটো খোজ। মানুহৰ মাজত স্বাভৱিক ভাষাৰে এজনে আনজনৰ লগত যোগাযোগ কৰা প্ৰক্ৰিয়াৰ আবিষ্কাৰ এক যুগান্তকাৰী ঘটনা…
দিগন্ত শইকীয়া মৃত্যুৰ এছটা অচল ডাৱৰে সাঁফৰ মাৰি ধৰিছে ভোক-ভাগৰুৱা মানুহবোৰে ভুনভুনাইছে গুণগুণাইছে মৃত্যুকথা মৃত্যুগান হতাশাত মৃত্যু হুমুনিয়াহত মৃত্যু ওকালিত মত্যু বমিত মৃত্যু ৰাতিৰ এন্ধাৰত মৃত্যু ফ্লেশ্বলাইটৰ জোনাকীত মৃত্যু জোতাৰ গিৰিপনিত মৃত্যু হাৱাই চেণ্ডেলত মৃত্যু উকা ভৰিত মৃত্যু হুইলচেয়াৰত মৃত্যু…
লোকনাথ গোস্বামী (১৯) মন দাপোণত-১১ (১) ভাড়া ঘৰ এটা সময়ত এৰিব লগা হ’ল ভাড়া ঘৰত থাকোতে এটা ঘটনা ঘটিছিল৷ ঘটনাটো মই এতিয়াও পাহৰিব…
বেদান্ত নাথ ১ কবি দেশদ্ৰোহী! আগতে কবি তেনে নাছিল৷ আগতে কবিয়ে প্ৰতীক-চিত্ৰকল্পৰে দেশৰ মানচিত্ৰ আঁকিছিল৷ দীঘল ইতিহাসৰ উঠা-নমাৰ মাজেদি কবিৰ ধমনীত দেশপ্ৰেম প্ৰৱাহিত হৈছিল৷ নেলীৰ আন্ধাৰত দুটুকুৰা হৈ শুই আছিল কবিৰ অতীত৷ তিৰাশীৰ জুইত পুৰি সোণ হোৱা কবিয়ে কলঙৰ সোঁতকে…
অমৃত গোস্বামী মধ্য অসমৰ মানুহে পিকনিক বা বনভোজ খোৱা ঠাই– ‘আকাশী গংগা।’ এইটো মোৰ আগৰেপৰা জনা কথা। আকৌ, কেই বছৰমানৰ আগতে বৰদোৱা বা বটদ্ৰৱা থান দৰ্শন কৰিবলৈ যাওঁতে স্থানীয় লোক এজনে মোক থানৰ ভিতৰত থকা বৃহৎ পুখুৰী এটা দেখুৱাই কৈছিল– “এয়া…
শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ বাৰ্ষিক পূজা সমাগত৷ এই পূজাত আমাৰ দেশৰ প্ৰায়বোৰ অঞ্চলতে মানুহ আনন্দত আত্মহাৰা হয়৷ বিশাল বজাৰ এখনে সাধাৰণ মানুহৰ কষ্টোপাৰ্জিত ধনৰ একনা-দুৱনাকৈ হাজাৰ হাজাৰ কোটি টকা উপাৰ্জন কৰে৷ সৰ্বসাধাৰণ উপান্ত হ’বলগীয়াকৈ উদ্যাপন কৰা এই পূজাত শ্ৰদ্ধা-ভক্তিতকৈ…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া নদীয়ে সভ্যতাৰ গতি নিৰ্ধাৰণ কৰে৷ একোটা সভ্যতা বৰ্তাই ৰাখিবলৈ সুস্থিৰ আৰু সুস্থ নদীতন্ত্ৰৰ প্ৰয়োজন যুগে যুগে স্বীকৃত হৈছে৷ এখন নদীৰ মৃত্যুৱে পৃথিৱীৰ এক সুপ্ৰাচীন সভ্যতাৰ কেনেকৈ পতন ঘটালে তাৰ কাহিনীয়েই হ’ল বৈদিক সৰস্বতী নদীৰ কাহিনী৷…