নগ্ন প্ৰতিবাদ
দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু স্থিৰ৷ গছপুলি ৰুলেই প্ৰশংসা আৰু পুৰস্কাৰ পায়৷ আকৌ কটাসকলে হাতত এখন নতুন নগৰ উপহাৰ পায়! নগৰ হ’বলৈ নগ্ন…
দিব্যাশ্ৰী নিয়ৰ বৰুৱা সেউজীয়াবোৰ সোণ নহয় সেউজীয়াবোৰ হয়তো সুখৰ সংসাৰো নহয়! সিদিনা সমাজৰ শাৰীত থিয় হ’ব পৰাকৈ আমি আছিলোঁ ওখ, ধীৰ আৰু স্থিৰ৷ গছপুলি ৰুলেই প্ৰশংসা আৰু পুৰস্কাৰ পায়৷ আকৌ কটাসকলে হাতত এখন নতুন নগৰ উপহাৰ পায়! নগৰ হ’বলৈ নগ্ন…
ৰত্নোত্তমা দাস বিক্ৰম প্ৰথমাংশ, তৃতীয় অধ্যায় পূৰৈৰঙী আঁচ দুডাল ৰংবোৰ ভালপাওঁ৷ ৰংবোৰ লিৰিকি–বিদাৰি চাওঁ৷ সেইকাৰণেই কিজানি সেই বিশেষ আঁচ দুডাল প্ৰথম দেখাৰ দিনা, মোৰ মনলৈ অহা প্ৰথম ভাবটোৱেই আছিল সেই আঁচ দুডালৰ ৰংটো৷ আঁচ দুডাল দেখাৰ উচ্ছাস আৰু আৱেগৰ সেই…
মূল: ৰেইনাৰ মাৰিয়া ৰিল্কে অনুবাদ: নিকু দুৱৰা ( সম্পাদকীয় টোকা : ৰেইনাৰ মাৰিয়া ৰিল্কেই জাৰ্মান ভাষাত লিখা প্ৰখ্যাত গ্ৰন্থ Briefe an einen jungen Dichter (1929)-অৰ এম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী অনুবাদ Letters to a Young Poet (1934)-অৰ ৰমানন্দন বৰাই কৰা অনুবাদ নবীন কবিলৈ চিঠি অন্যযুগৰ…
ডঃ প্ৰিয় দেৱ গোস্বামী মানৱ সভ্যতাৰ বিকাশত গণিতৰ ভূমিকা অতি উল্লেখযোগ্য। মানুহে কথা কবলৈ শিকাৰ পাছতেই সম্ভৱ গণিতৰ বিকাশ হৈছিল।গণিত জ্ঞানৰ প্ৰাচীনতম শাখা। প্ৰাক ঐতিহাসিক যুগৰ কিছু প্ৰমাণৰ আধাৰত ক’ব পাৰি যে লিখিত ভাষাৰ আৰম্ভণিও গণিতৰ আৰম্ভণিৰ পাছৰহে।…
পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ অনুবাদ সাহিত্যৰ প্ৰসংগ আহিলেই মই মোৰ বিশ্ববিদ্যালয় জীৱনৰ এগৰাকী শিক্ষাগুৰুৰ নাম ল’বই লাগিব৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত হৈ থাকোঁতে ড° কবীন ফুকন ছাৰৰ সৈতে অনুবাদ সাহিত্যৰ বিষয়ে কেইবাদিনো কথা পতা হৈছিল৷ ছাৰে এনে এটা আলোচনাত এদিন ‘Cultural transfer…
মূলঃ সুবোধ সৰকাৰ অসমীয়া অনুবাদঃ কুমুদ ঘোষ তুমি আছিলা গান, হ’লা ব্ৰহ্মপুত্ৰ নদী তুমি আছিলা মোৰ জুবিন, আজি তুমি সকলোৰে অসম৷ ৰাষ্ট্ৰীয় সংগীতৰ দৰে থিয় হৈ আছা৷ জুবিন, তোমাক কোনোৱে মাৰিব নোৱাৰিলে৷ তুমি অমৰত্ব নামৰ চোতাল এখনত বহি গাইছা…
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত গৃহিণীসকল কেৱল গৃহকেন্দ্ৰিক ভূমিকাত সীমাবদ্ধ নহয়৷ সময়, প্ৰযুক্তি আৰু সামাজিক মনোভাৱৰ পৰিৱৰ্তনৰ ফলস্বৰূপে, তেওঁলোকে নিজৰ ঘৰৰ পৰা উপাৰ্জনৰ সুযোগ সৃষ্টিৰে আত্মনিৰ্ভৰশীল জীৱন গঢ়ি তুলিব পাৰিছে৷ ঘৰুৱা ব্যৱসায় হৈছে এনে এখন ক্ষেত্ৰ, য’ত গৃহিণীয়ে নিজৰ…
পৰমানন্দ মহন্ত ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী’ – নামটোতেই কিবা কালিকা থকা যেন লাগে; ভিতৰৰ পৃষ্ঠাত দেখিলোঁ ‘অভিযাত্ৰী তুমি অমৃত সন্ধানী (প্ৰথম খণ্ড) – যোৰহাটৰ বিশিষ্ট শিল্পীসকলৰ সাংস্কৃতিক যাত্ৰাৰ এক চমু অৱলোকন’৷ লেখিকা নিজেই এগৰাকী সংগীত আৰু নৃত্য শিল্পী, আৰু যোৰহাট…
নাতিশীতোষ্ণ জলবায়ুৰ ঠাই হিচাপে অসমৰ সৰ্বত্ৰ সকলো সময়তে অনেক গছ-বন গজে৷ এনে গছ-বনবোৰৰ বহুত সুকাঠী বা ফলৱতী আৰু আন কিছুমান আওকাঠী তথা অপতৃণ৷ গছ-বন প্ৰাকৃতিকভাৱেই গজে, নিজৰ সুবিধা অনুসৰি৷ মানুহৰ সুবিধাজনক কোন ঠাইত গজিব লাগে গছে নাজানে৷ আচলতে পৃথিৱীৰ…
কংকণ বৰা “সংগীত ফল্গুৰ দৰে, জ্যোতিৰ লহৰ, শব্দ-যন্ত্র ইত্যাদি৷” এটা সময়ত ৰাধিকাৰাম ঢেকীয়াল ফুকনে ‘ঔপপত্তিক আৰু ক্রিয়াসিদ্ধ তৌযত্রিক’ সংগীত সাধনাৰ বাবে অসমীয়াসকললৈ আহ্বান জনাইছিল৷ সংগীতক নৱৰসৰ শ্ৰেষ্ঠতম কলা মাধ্যম বুলি তেওঁ গ্রহণ কৰিছে৷ ভূপেন হাজৰিকাৰ বেলিকাও ই ব্যতিক্রম…