Tag সংস্কৃতি

পাৰুললতা

নিজৰা ৰাজকুমাৰী                                                 ৰহদৈ অ’ , এয়া নিৰ্মলা নদীৰ ঘাট                 …

অসীম ঈশানৰ জীৱন চৰিত

জীৱন কিশোৰ   অসীম এজন অকণৰ দৰেই সৰল ল‘ৰা। তাৰ মাক-দেউতাকৰে সৈতে এটা সৰু ঘৰ, অলপ খেতি-মাটি আৰু এহাল গৰু আছে… ভাৰতৱৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম নামৰ ঠাই এখনত ১৯৯৯ চনৰ ৩১ ডিচেম্বৰ তাৰিখে এটা সাধাৰণ পৰিয়ালত অসীমৰ জন্ম হৈছিল। সাধাৰণতে…

আধুনিক প্ৰযুক্তি আৰু আমি

প্ৰশান্ত মিশ্ৰ                 আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি মূল্যবোধৰ পৃথিৱীলৈ ধাৱমান হৈছোঁ নেকি?প্ৰশ্নদুটা মনলৈ আহিছিল টেলিভিচনক যথাৰ্থতেই “মুৰ্খৰ বাকছ” আখ্যা দিয়া অভিধাটোৰ পৰা। এতিয়া জনপ্ৰিয় টক চ’ সমূহৰ…

মৎস্যগন্ধা

  পাপৰি গোস্বামী   (  ১) অতিক্ৰান্তাসুখাঃ কালাঃপৰ্যুপস্থিতদাৰূণাঃ। শ্বঃ শ্বঃ পাপিষ্ঠাদিৱসাঃ পৃথিৱী গতযৌৱনা।।   নিৰ্বিকাৰ চিত্তে সন্যাস যাত্ৰা আৰম্ভ কৰিলে ৰাজমাতাই।সংগী তেওঁৰ  অতি প্ৰতাপী কুৰু বংশৰ দুয়ো কুলবধূ অম্বিকা আৰু অম্বালিকা। পথনিৰ্দেশক মহামুনি ব্যাস।   নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস! আকুল চিত্তে ৰাজভোগ…

মহাকাব্যৰ পৃষ্ঠাৰ এক অজানা কাহিনী : বসুনন্দন

কংকণ শৰ্মা                       অতিসাম্প্ৰতিক সাহিত্য জগতত এটি বহুল সমাদৃত বিষয় হিচাপে পৰিগণিত হৈছে পৌৰাণিক চৰিত্ৰসমূহৰ (mythological characters) ওপৰত  বিস্তৃত অধ্যয়ন তথা গৱেষণাৰ জৰিয়তে প্ৰামাণিক তথ্য সহকাৰে লিখা উপন্যাস সাহিত্য৷ অৱশ্যে পণ্ডিত ৰাহুল সাংকৃত্যায়নৰ “ফ্ৰম ভল্গা টু গংগা” শীৰ্ষক গ্ৰন্থতো…

ধেৱাই ধোৱা ধৰণী

 অজিত ছিংনাৰ   প্ৰস্তাৱনা   মানুহ ইমান নিষ্ঠুৰ হ’ব পাৰে নে? গোটেই বৃহৎ অঞ্চলটোত আজি অত্যাচাৰীৰ দপদপনি৷ সিহঁতৰ খোজৰ ভৰত ধৰণী আজি আন্দোলিত, কম্পমান৷ নিৰীহ মানুহবোৰৰ ৰাউচি জুৰি কন্দা কান্দোনেও অত্যাচাৰীহঁতৰ মন গলাব পৰা নাই৷ সিহঁতক দুখীয়া-নিছলাৰ তেজ লাগে, লাগে…

মহাবৃত্ত

মৃদুল শৰ্মা ৪ সত্যৱতী ৷ কি যে জঘন্য আছিল সেই আয়োজন!  কেৱল এজনী উদ্ভিন্নযৌৱনা যুৱতীৰ শাৰীৰিক সংসৰ্গ লাভৰ কাৰণেই মহৰ্ষি পৰাশৰৰ দৰে জ্যেষ্ঠ আৰু সৰ্বজনশ্ৰদ্ধেয় ব্যক্তি এজনে মোৰ পিতৃৰ সৈতে যে তেনে এক গোপন মন্ত্ৰণা আৰু ঘৃণনীয় আয়োজন কৰিছিল সেয়া…

বিহামজ’ মংলী

 নীলোৎপল বৰুৱা   পৱিত্ৰ ৰাভাৰ প্ৰতিখন নাটকেই বিশালাকাৰ, আয়তনযুক্ত আৰু মহাকাব্যিক। কাহিনী বৃত্তান্ত নাটকীকৰণ কৰোঁতে তেখেতে একোটা বিৰাটাকায় ফ্ৰেম তৈয়াৰ কৰি লয়। প্ৰতিটো নাটকীয় উপাদান অথবা উপৰিসৌধটোক প্ৰক্ষেপ কৰোঁতে কৃপণালি নকৰে নতুবা বিব্ৰত নহয়। সাধাৰণতে পৰিচালকে ভয় কৰা লাৰ্জ স্কে’লৰ…

আগ্ৰাৰ অৰঙে দৰঙে

 অংগনা চৌধুৰী   প্ৰথমবাৰ যেতিয়া কলেজীয়া দিনত আগ্ৰালৈ আহিছিলোঁ, তেতিয়া পুৱতি নিশাতে দিল্লীৰ পৰা আহি তাজমহল, আগ্ৰা ফ’ৰ্ট আদি চাই ওভতাৰ পথত বৃন্দাবন, মথুৰা দৰ্শন কৰি গৈছিলোঁ৷ নতুন ঠাই দেখিবলৈ পাই আনন্দিত হৈছিলোঁ ঠিকেই, কিন্তু অসম্ভৱ লৰালৰি হৈছিল৷ সেইবাবে এইবাৰ…

ঐতিহ্য প্ৰত্যৰ্পণৰ প্ৰায়শ্চিত্ত আৰু এখন “চোৰ বজাৰ”

 পংকজ প্ৰতিম বৰদলৈ   মোৰ কর্মক্ষেত্রখন কলা সংগ্রহালয়, ঐতিহ্য সংৰক্ষণৰ লগত জড়িত। সেই সুবাদতে মই বিভিন্ন সময়ত লণ্ডনস্থিত ব্ৰিটিছ সংগ্রহালয়কে ধৰি আন বহু সংগ্রহালয় চোৱাৰ সুবিধা পাইছোঁ। পূৰ্বৰ বছৰকেইটাৰ কেইবাটাও যাত্রাতকৈ এই বছৰৰ ফেব্ৰুৱাৰি মাহত মই লণ্ডনলৈ কৰা যাত্ৰাৰ এক…