ভেৰেকী মাহীৰ তাঁতশাল
অৰুণ গগৈ ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই মহুৰা আছে বাটি টাকুৰী ঘূৰাই তগৰী জেঠাই কপাহ আছে কাটি ৷ ৰূপহী বাইটি কৰি তাঁত-বাতি বিহা লেখিছে গণি ৰঙাকৈ আঁচোৰে বগাকৈ সূতাৰে ব’ব বিহুৱানখনি ৷ ৰাঁচত ভৰাই টোলোঠা…
অৰুণ গগৈ ভেৰেকী মাহীয়ে চেৰেকী ঘূৰাই মহুৰা আছে বাটি টাকুৰী ঘূৰাই তগৰী জেঠাই কপাহ আছে কাটি ৷ ৰূপহী বাইটি কৰি তাঁত-বাতি বিহা লেখিছে গণি ৰঙাকৈ আঁচোৰে বগাকৈ সূতাৰে ব’ব বিহুৱানখনি ৷ ৰাঁচত ভৰাই টোলোঠা…
কিশোৰ দাস কোঁৱৰ অসমীয়া সাহিত্যৰ মহীৰূহৰ স্বৰূপ হোমেন বৰগোহাঞি এজন যথাৰ্থ সাহিত্যিক৷ ‘ৰামধেনু’ যুগৰপৰা আৰম্ভ কৰি তেওঁৰ সৃষ্টিৰাজিয়ে বিশেষকৈ বৰগোহাঞিদেৱৰ কথা-সাহিত্যই সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যৰ এক বুজন অংশ দখল কৰি আছে৷ বৰগোহাঞিদেৱৰ কথা-সাহিত্যৰ বিভিন্ন বৈশিষ্ট্যৰ ভিতৰত এটি উল্লেখযোগ্য বৈশিষ্ট্য হ’ল-…
যশোৱন্ত নিপুণ পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই আছে৷ কিন্তু ওচৰৰ টাউনলৈ পথাৰৰ মাজেৰে যোৱা পথটোৰ কাষে কাষে বহুতো মানুহৰ ঘৰ বহিছে৷ আগতে সেইফালে এঘৰো মানুহ…
ববিতা কলিতা চাৰিচুকীয়া দেৱালখনত ওলমি থকা গোলাকাৰ ঘড়ীটোলৈ একেথিৰে চাই আছিল জয়জিৎ দুৱৰাই৷ সময় ঘূৰিছে বৃত্তাকাৰে৷ অথচ এৰি অহা সময়বোৰ আমি কোনেও ওভতাই পোৱা নাই৷ য’ৰ পৰা আৰম্ভ কৰিছিলোঁ, ত’লৈকে কোনেও উভতি যোৱা নাই৷ ফ্ৰেমত সজাই থোৱা চাৰিচুকীয়া কেনভাছবোৰ…
ভাস্কৰ ভূঞা ৱিকিপিডিয়া (Wikipedia) ৱিকিপিডিয়া হ’ল অব্যৱসায়িক, মুক্ত, ৱে’ব-ভিত্তিক, সহযোগিতামূলক, বহুভাষিক বিশ্বকোষ বা তথ্যকোষ৷ ৱিকিপিডিয়াৰ প্ৰতিষ্ঠাপক আছিল লেৰী ছোংগাৰ আৰু জিমী ৱেল্ছ৷ জিমী ৱেলছৰ মতে ৱিকিপিডিয়া হৈছে– “পৃথিৱীৰ প্ৰত্যেক ব্যক্তিৰ মাতৃভাষাতে এখন উৎকৃষ্ট মানৰ বহুভাষিক মুক্ত বিশ্বকোষ ৰচনাৰ প্ৰয়াস৷…
গীতাশ্ৰী তামুলী নীলোৎপল বৰুৱাৰ গল্প আগেয়ে পঢ়া নাছিলো৷ তেওঁৰ ‘গান্ধী ফাগ্লা’ কিতাপখন পাই সেই নামৰ গল্পটোকে উলিয়াই লৈছিলোঁ৷ পঢ়ি যাওঁতে এনে লাগিল যেন বিচাৰি ফুৰা কাহিনীকওঁতা এজন পাই গ’লোঁ৷ এই আৱেগিক প্ৰতিক্ৰিয়াৰ দুটা কাৰণ হ’ব পাৰে যেন লাগিছে- প্ৰথম,…
অজিত ছিংনাৰ দুই বিশাল এলেকাটোত ঠায়ে ঠায়ে আছে বহুকেইটা আটী৷ গোটেই হাবি-জংঘলেৰে ভৰা এই আটীবোৰৰ নামনিতো হাবি-জংঘলৰ পয়োভৰ৷ মালভূমি সদৃশ এটা আটী পাৰ হোৱাৰ পাছতে পোৱা যায় নামনিৰ ফালে সমতল৷ তাৰপাছত পোৱা যায় আন এটা আটী৷ আটীবোৰত থাকে নানা ধৰণৰ…
মৃদুল শৰ্মা ৬ শকুনি ৷ যুদ্ধনিপুণ ভীষ্মই ভাৰতৰ ৰাজবংশৰ ৰাজপুত্ৰলৈ ভগ্নী গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা কৰাত প্ৰথমে আ(ৰ্যবোধ কৰিছিলোঁ আনন্দত৷ পিছে সামান্য সময়ৰ ব্যৱধানতে জ্যেষ্ঠ কুৰু ৰাজ¸কুমাৰ অন্ধ ধৃতৰাষ্ট্ৰলৈ গান্ধাৰীৰ পাণিপ্ৰাৰ্থনা কৰাত আমি সপৰিবাৰে আহত হৈছিেলাঁ৷ গান্ধাৰৰ পৰিৱেশ-পৰিস্থিতি, সামাজিক নীতি-বিধি একোৱেই ভাৰতৰ…
নীলোৎপল বৰুৱা বহু বছৰ আগৰ কথা। দিনটো নাটকৰ অনুশীলনৰ অন্তত সন্ধ্যাবেলা জিৰাবলৈ বহিছিল নাটকৰ কিম্বদন্তীস্বৰূপ প্ৰয়াত হেইচনাম কানহাইলাল। স্থান বাদুংদুপ্পাৰ আখৰাগৃহ। গোৱালপাৰা। চনটো দুহেজাৰ আঠ বা ন। তক্তা বান্ধি বনোৱা বেঞ্চ এখনৰ এমূৰত তলমূৰকৈ বহি থকা মহীৰূহ জনক আমি…
প্ৰাঞ্জল বেজবৰা আজিকালি আমাৰ সমমাজত কিছুমান কথা বা বাক্যাংশ সততে শুনিবলৈ পাওঁ আৰু আমি নিজেও বহু সময়ত সেইবিলাক দোহাৰোঁ। উদাহৰণ স্বৰূপে, ৱিলিয়াম ছেক্সপীয়েৰে কৈছিল, “ভাল বা বেয়া বুলি একো নাই। আমাৰ চিন্তাইহে কোনো এটা বস্তু বা কাৰ্যক ভাল বা…