এজন ক্ষণজন্মা অসমীয়াৰ জন্ম শতবৰ্ষ : সশ্ৰদ্ধ স্মৰণ
প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে যোৱা ১৪ অক্তোবৰ তাৰিখে৷ শিৱসাগৰ জিলাৰ চাফ্ৰাই চাহ বাগিচাত জন্মগ্ৰহণ কৰি ক্ৰমে ক্ৰমে আগ বাঢ়ি গৈ সৰ্বভাৰতীয় সাহিত্যৰ জগতত কেৱল স্বীকৃতি অৰ্জন কৰা বা…