মলেঁয়া
দাদুল দেৱকৃষ্ণ বৰুৱা (১৫) চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে। গৈ আছে ষ্টেপানৰ জীৱনৰ এটা এটা লহমা। তেওঁ জানে— গতিশীলতাই জীৱন; স্থবিৰতাই মৰণ। গৈ আছে…
দাদুল দেৱকৃষ্ণ বৰুৱা (১৫) চাভাৰ পাৰৰ গছ এজোপাৰ তলত বহি ষ্টেপানে বৈ থকা পানীখিনিলৈ একেথৰে চাই ৰ’ল। গৈ থকা পানীখিনিৰ দৰেই সময়ো গৈ আছে। গৈ আছে ষ্টেপানৰ জীৱনৰ এটা এটা লহমা। তেওঁ জানে— গতিশীলতাই জীৱন; স্থবিৰতাই মৰণ। গৈ আছে…
পঙ্কজ প্ৰতিম বৰদলৈ সমসাময়িক পৃথিৱীখনত তথ্যৰ অভূতপূৰ্ব প্ৰৱেশ, দ্ৰুত প্ৰযুক্তিগত উন্নতি, আৰু বিশ্বব্যাপী তাৎক্ষণিক যোগাযোগ ব্যৱস্থাই মানৱ সমাজৰ অভূতপূৰ্ব উন্নতিকে সূচাইছে। কিন্তু এই ইতিবাচক বিকাশৰ সমান্তৰালভাৱে এটা উদ্বেগজনক ধাৰাও উত্থাপন হৈছে : চিন্তাৰ মেৰুকৰণ। ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক ৰেখাৰে মতামতসমূহ…
ড০ ৰক্তিম ৰঞ্জন শইকীয়া আমাৰ সাধাৰণ ধাৰণা অনুযায়ী মধ্যযুগৰ অসমত স্বাস্থ্য সম্পর্কীয় চিন্তা-চর্চা নিদান শাস্ত্ৰতে সীমাৱদ্ধ আছিল৷ কিন্তু ১৯১৪ চনত ব্ৰিটিছ লাইব্ৰেৰীত বিচাৰি পোৱা “নীতিসাৰ পুৰাণ” নামৰ গ্ৰন্থখনিয়ে আহোম ৰাজ্যত গজালি মেলা প্ৰাৰম্ভিক পর্যায়ৰ স্বাস্থ্য আৰু সুস্থতা সম্পর্কীয় চিন্তা-চর্চা…
ড° বুলজিৎ বুঢ়াগোহাঁই বৰ্তমান যুগত ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে মডেলিং এটা আকৰ্ষণীয় কেৰিয়াৰ। এইটো আটাইতকৈ ৰোমাঞ্চকৰ আৰু লাভজনক বৃত্তিবোৰৰ এটা। এই বৃত্তিক পুৰুষ আৰু মহিলাসকলক সমানে আকৰ্ষিত কৰে, যদিও এটা সময় আছিল এই ক্ষেত্ৰখনত মহিলাসকলে আধিপত্য বিস্তাৰ কৰিছিল। উপভোক্তাবাদ আৰু সংবাদ…
স্মৃতিৰেখা দেৱী (আগকথা : সেউজপুৰ এখন ধুনীয়া অৰণ্য ৰাজ্য৷ ৰাজ্যৰ ৰজা কেশৰী এজন খুব মৰমিয়াল, প্ৰজাৰঞ্জক সিংহ৷ সেউজপুৰৰ মহামন্ত্ৰীজন এজন হাতী, তেওঁৰ নাম বৃকোদৰ৷ হিতৰাম নামৰ বাঘজন সেউজপুৰৰ প্ৰধান সেনাপতি৷ বহুকালৰ পূৰ্বে তীক্ষ্ণদন্ত নামৰ এজন নিগনিয়ে মহাৰাজ কেশৰীৰ এজন…
নতুন বছৰ বোলা ধাৰণাৰ উৎসৱ এটা বছৰেকৰ মূৰে মূৰে আহে আৰু প্ৰায় সকলো যোত্ৰবান মানুহেই আনন্দ-বিনোদন কৰাৰ সুবিধা ল’লে৷ নতুন বছৰটো কিন্তু কাহানিও নতুন হৈ ৰৈ থকা নাই, নাথাকেও৷ তথাপি, মানুহৰ সৃষ্টিশীল সৌন্দৰ্যকামী, মঙ্গলকামী মনে সকলোৰে মঙ্গল কামনা হোৱাকৈ আনন্দ কৰেই; কাৰণ ফূৰ্তিপানী অকণ…
ৰবীন কুলি শিক্ষকৰ প্ৰতি থকা এক পৰম্পৰাগত ধাৰণা Teachers are born naturally as teachers কথাষাৰ আজিৰ তাৰিখত গ্ৰহণযোগ্য নহয়। শিক্ষাদানৰ সেৱাটো আজি আন আন বৃত্তিৰ দৰে এটা বৃত্তি। এটা চাকৰি। আন আন চাকৰিৰ দৰে শিক্ষকৰ চাকৰিৰ বাবেও প্ৰতিযোগিতাৰ আয়োজন…
দীপাঞ্জলি দেৱী হিন্দী সাহিত্যৰ মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী অন্যতম আৰু অনন্য। ১৯১৫ চনৰ ৮ আগষ্টত বৰ্তমানৰ পাকিস্তানৰ ৰাৱলপিণ্ডিত জন্মগ্রহণ কৰা ভীষ্ম সাহনী আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, সাংবাদিক, অনুবাদক, শিশু সাহিত্যিক আৰু…
বেদান্ত নাথ দীঘলীয়া এছোৱা সময়ৰ পাছত মণিপুৰলৈ উৰা মাৰিলোঁ । ২০১৭ চনৰ পৰা নিয়মীয়াকৈ মণিপুৰলৈ গৈছিলোঁ। মণিপুৰৰ দুটামান কথাই মোক বৰকৈ আকর্ষণ কৰিছিল । শুধ বগা ধূতি পাঞ্জাবী পিন্ধা চন্দনৰ দীঘলকৈ ফোঁট লোৱা মণিপুৰী বৈষ্ণৱসকলৰ শান্ত-সৌম্য স্বভাৱ আৰু পৰিপাটিকৈ ৰিহা…
মিণ্টুল হাজৰিকা ( LGBTQ-ৰ সমূহ প্ৰেমিক-প্ৰেমিকাৰ হাতত ) লগ নোপোৱালৈকে শিলৰ কুঁৱাটোতে ডুবি আছিলোঁ যাক মগজুৱে সাজে ৷ তথাপি পিয়াহত মৰিছিল পানী ৷ খৰাঙে মাৰিছিল চম্পাফুলবোৰক লগ পোৱাটো আছিল কাকতালীয় কাষেৰে দৌৰাদৌৰিকৈ পাৰ হৈ গৈছিল গাড়ী-মটৰ যেন উৰুলিহে, ঈশ্বৰে আয়তী…