জুখিব জানো পাৰি
ড॰ প্ৰিয়দেৱ গোস্বামী কেতিয়াবা কোনো এখন ঠাই বা কোনো এটা দৃশ্য দেখিলে আমি আৱেগ ভৰা ভাষাৰে কওঁ : ইমান ধুনীয়া! তেনে ধৰণৰ আৰু অনেক কথা আছে৷ আজি বৰ গৰম, ইমান ডাঙৰ নদী, ইমান লেতেৰা কাপোৰ, ইমান ওখ-চাপৰ আদি বিষয়ত সহজে সহমতত উপনীত হ’ব নোৱাৰি৷ আমি…